Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    ৭৪ বছৰ বয়সত অকলে ৭২ খন দেশ কৰিলে ভ্রমণ, ব্রিটিছ পর্যটকক স্বাগতম চীনত

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ লোমহর্ষক ডকাইতি কাণ্ডৰে জড়িত দুই ডকাইত আৰক্ষীৰ জালত

    Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

    Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

বিহু নাচিবলৈ গৈ থকা অৱস্থাত প্ৰাণ হেৰুৱালে নাচনীয়ে, গুৰুতৰভাৱে আহত আন ১১ গৰাকী বিহুৱা-বিহুৱতীদৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-শনিবাৰে পুৱাই ৰাজ্যত সংঘটিত হ’ল শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী নাচনীয়ে ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন ১১গৰাকী বিহুৱা-বিহুৱতী ৷ ADVERTISEMENT তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত বিহু হুঁচৰি’দল কঢ়িয়াই নিয়া বাহন আৰু এখন ট্ৰেইলাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ এই দুৰ্ঘটনা থিতাতে নিহত হয় ভাস্কৰজ্যোতি হুঁচৰি দলৰ এগৰাকী নাচনী নাওকাটা নিজ ঝাৰগাঁৱৰ নিশামণি হালৈ ৷ আনহাতে গুৰুতৰভাৱে আহত হয় হুঁচৰি দলটোৰ ১১ গৰাকী সদস্য । ইয়াৰে পাঁচজনৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক জিএমচিএইছলৈ প্ৰেৰণ কৰা হয়। RelatedPosts Tragic road accident in Uttar Pradesh:উত্তৰ প্ৰদেশৰ হাপুৰত মাজনিশা ভয়ংকৰ দুৰ্ঘটনা Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা Accident:যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা WhatsApp Image 2026 04 25 at 11.09.32 AMউল্লেখ্য যে টিহুৰ হাৰিভাঙাৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ গৈ হুঁচৰি দলটো গৈ থকা পথত সংঘটিত হয় মৰ্মান্তিক দুর্ঘটনাটি ৷দুর্ঘটনাত নিহত হোৱা মৃত্যু ২৫ বছৰীয়া নিশামণি হালৈ এগৰাকী বিহুৱতী হোৱাৰ লগতে নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা আছিল। প্ৰতিভাশালী যুৱতী গৰাকীৰ আকস্মিক বিয়োগত শোকাহত হৈ পৰে নাওকাটা নিজ ঝাৰগাঁৱৰ বাসিন্দা। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিশামণি হালৈৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তামুলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আহত সকলক চিকিৎসাৰ ব্যৱস্থা কৰে ৷

publisher by publisher
April 25, 2026
in Uncategorized
Reading Time: 1 min read
0
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
1
SHARES
10
VIEWS
ShareShareShareShare

Tragic road accident in Tamulpur

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-শনিবাৰে পুৱাই ৰাজ্যত সংঘটিত হ’ল শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী নাচনীয়ে ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন ১১গৰাকী বিহুৱা-বিহুৱতী ৷

ADVERTISEMENT
তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত বিহু হুঁচৰি’দল কঢ়িয়াই নিয়া বাহন আৰু এখন ট্ৰেইলাৰ ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ সংঘটিত হয় ৷ এই দুৰ্ঘটনা থিতাতে নিহত হয় ভাস্কৰজ্যোতি হুঁচৰি দলৰ এগৰাকী নাচনী নাওকাটা নিজ ঝাৰগাঁৱৰ নিশামণি হালৈ ৷ আনহাতে গুৰুতৰভাৱে আহত হয় হুঁচৰি দলটোৰ ১১ গৰাকী সদস্য । ইয়াৰে পাঁচজনৰ অৱস্থা অতি সংকটজনক হোৱাত তেওঁলোকক জিএমচিএইছলৈ প্ৰেৰণ কৰা হয়।
WhatsApp Image 2026 04 25 at 11.09.32 AMউল্লেখ্য যে টিহুৰ হাৰিভাঙাৰ পৰা তামুলপুৰৰ বাঙালীপাৰালৈ গৈ হুঁচৰি দলটো গৈ থকা পথত সংঘটিত হয় মৰ্মান্তিক দুর্ঘটনাটি ৷দুর্ঘটনাত নিহত হোৱা মৃত্যু ২৫ বছৰীয়া নিশামণি হালৈ এগৰাকী বিহুৱতী হোৱাৰ লগতে নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা আছিল। প্ৰতিভাশালী যুৱতী গৰাকীৰ আকস্মিক বিয়োগত শোকাহত হৈ পৰে নাওকাটা নিজ ঝাৰগাঁৱৰ বাসিন্দা।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিশামণি হালৈৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে তামুলপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আহত সকলক চিকিৎসাৰ ব্যৱস্থা কৰে ৷

RelatedPosts

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

Tragic road accident in Uttar Pradesh:উত্তৰ প্ৰদেশৰ হাপুৰত মাজনিশা ভয়ংকৰ দুৰ্ঘটনা

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 11 injuredone deathTamulpurTragic Road Accident
publisher

publisher

Related Posts

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !
Uncategorized

Brutal murder in West Karbi Anglong:পশ্চিম কাৰ্বি আংলঙৰ দেৰামুখত কলিযুগৰ পৰশুৰাম !

April 23, 2026
WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ
Uncategorized

WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

April 23, 2026
Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী
Uncategorized

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

April 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d