Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

শপথগ্ৰহণত অনিশ্চয়তা! ‘ম্যাজিক ফিগাৰ’ নোপোৱালৈ বিজয়ক শপথ নপঢ়ায় ৰাজ্যপালে

publisher by publisher
May 7, 2026
in India, News
Reading Time: 1 min read
0
শপথগ্ৰহণত অনিশ্চয়তা! ‘ম্যাজিক ফিগাৰ’ নোপোৱালৈ বিজয়ক শপথ নপঢ়ায় ৰাজ্যপালে
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

তামিলনাডুত নতুন যুগৰ সূচনা! 

Tamilnadu:তামিলনাডুত টিভিকেক চৰকাৰ গঠনত ৰাজ্যপালে বিধিপথালি দি থকাত ক্ষোভ প্ৰকাশ ডিএমকেৰ

সকলো ঠিক থাকিলে আজি মুখ্যমন্ত্ৰী পদত শপথ গ্ৰহণ কৰাৰ কথা আছিল তেওঁৰ। সেই উপলক্ষে চেন্নাইও সাজু হৈ উঠিছিল। হেজাৰ হেজাৰ ‘টিভিকে’ সমৰ্থকে নিজৰ নেতাক মুখ্যমন্ত্ৰীৰ আসনত দেখিবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰি আছে।

ADVERTISEMENT

কিন্তু সকলো আশাত এতিয়া বাধা হৈ থিয় দিছে আৰলেকাৰৰ কঠোৰ স্থিতি। ১১৮ৰ ‘ম্যাজিক ফিগাৰ’ স্পৰ্শ নকৰালৈকে কোনোপধ্যেই থলপতি বিজয়(Thalapathy Vijay)ক শপথবাক্য পাঠ নকৰাব বুলি স্পষ্ট জানিয়ে দিছে ৰাজ্যপালে।

উল্লেখযোগ্য যে, এইবাৰৰ নিৰ্বাচনত চমকপ্ৰদভাৱে তামিলনাডু(Tamil Nadu)ত একক বৃহত্তম দল হিচাপে আত্মপ্ৰকাশ কৰিছে ‘টিভিকে’। কিন্তু এতিয়াও সংখ্যাগৰিষ্ঠতাৰ ‘জাদু সংখ্যা’ স্পৰ্শ কৰিব পৰা নাই দলটোৱে। ২৩৪ আসনৰ তামিলনাডু বিধানসভাত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন ১১৮খন আসন। আনহাতে, ‘টিভিকে’ৰ দখলত আছে ১০৮খন আসন।

এই পৰিস্থিতিত ভাৰতীয় জাতীয় কংগ্ৰেছে বিজয়ৰ দলক সমৰ্থন জনাইছে। ফলত বৰ্তমান বিজয়ৰ পক্ষত মুঠ ১১৩জন বিধায়কৰ সমৰ্থন আছে। তথাপিও সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ এতিয়াও প্ৰয়োজন পাঁচজন বিধায়কৰ সমৰ্থন।

সূত্ৰৰ খবৰ অনুসৰি,ভাৰতীয় কমিউনিষ্ট পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) আৰু বিদুথালাই চিৰুথাইগল কাছিৰ দৰে দলৰ স’তে ইতিমধ্যে আলোচনা আৰম্ভ কৰিছে বিজয়ে। কিন্তু এতিয়ালৈকে কোনো দলেই আনুষ্ঠানিক সমৰ্থনপত্ৰ দাখিল কৰা নাই। ফলত জটিলতা অব্যাহত আছে।

১১৩জন বিধায়কৰ সমৰ্থন লৈয়েই বৰ্তমান চৰকাৰ গঠন কৰিব বিচাৰিছে থলপতি। এই দাবী লৈ তেওঁ ইতিমধ্যে দুবাৰ ৰাজ্যপালৰ স’তে সাক্ষাৎ কৰিছে। কিন্তু ১১৮জন বিধায়কৰ সমৰ্থনপত্ৰ নোপোৱালৈকে শপথগ্ৰহণ সম্ভৱ নহয় বুলি স্পষ্ট কৰিছে ৰাজ্যপাল আৰ. ভি. আৰলেকৰে।

বিজয়ৰ দলৰ অভিযোগ, দিল্লীৰ ইংগিততেই ইচ্ছাকৃতভাৱে শপথগ্ৰহণ প্ৰক্ৰিয়া ৰোধ কৰি ৰখা হৈছে। তেওঁলোকৰ দাবী, একক বৃহত্তম দল হিচাপে চৰকাৰ গঠনৰ প্ৰথম অধিকাৰ ‘টিভিকে’ৰ। নিয়ম অনুসৰি, কোনো দল বা জোটে স্পষ্ট সংখ্যাগৰিষ্ঠতা নাপালে বৃহত্তম দলকেই চৰকাৰ গঠনৰ সুযোগ দিয়া হয়।

লগতে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগে বিধানসভাত, ৰাজ্যপালৰ সন্মুখত নহয়। ৰাজভৱনে কোনোপধ্যেই আগতীয়াকৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ বিচাৰিব নোৱাৰে বুলিও দাবী দলটোৰ।

ইফালে, সূত্ৰৰ দাবী অনুসৰি, অতি সোনকালে যদি ৰাজ্যপালে বিজয়ক শপথবাক্য পাঠ নকৰায়, তেন্তে ‘টিভিকে’ আদালতৰ দ্বাৰস্থ হ’ব পাৰে। দলটোৰ অভিযোগ, ৰাজ্যপালৰ স্থিতি সম্পূৰ্ণ বেআইনী।

তাৎপৰ্যপূর্ণভাৱে, চৰকাৰ গঠনত সমৰ্থন নিদিলেও ৰাজ্যপালৰ এই ভূমিকাৰ বিৰোধিতা কৰি বিজয়ৰ কাষত থিয় দিছে দ্ৰাবিড় মুন্নেত্ৰ কাঝাগম আৰু বিদুথালাই চিৰুথাইগল কাছিৰ দৰে তামিল দলসমূহ। ডিএমকেৰ এজন নেতাই মন্তব্য কৰিছে, “ৰাজ্যপালে যি কৰিছে সেয়া সংবিধানবিৰোধী, লগতে তামিল স্বাভিমানৰ বিপৰীত।”

আনকি ৰাজ্যপালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লৈছে কংগ্ৰেছেও। এই সকলোৰ মাজতেই পুনৰ আশাৰ সঞ্চাৰ হৈছে বিজয় শিবিৰত। সূত্ৰৰ খবৰ অনুসৰি, ভিচিকে নেতাসকলে বিজয়ক সমৰ্থন কৰাৰ সম্ভাৱনা বিচাৰ-বিবেচনা কৰি আছে। যদি সেই সমৰ্থন লাভ কৰে, তেন্তে বিজয়ৰ হাতত বিধায়কৰ সংখ্যা ১১৭লৈ বৃদ্ধি পাব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Thalapathy VijayTVK
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d