Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

    একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

    জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

    Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

    Golaghat:জামিন লাভ তেল চুৰিত অভিযুক্ত সৰুপথাৰ সমজিলা আৰক্ষী অধীক্ষক দীপেন পাটৰ

    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Deuraja:দেওৰজাৰ ধেনুচোচা গাঁৱত অলৌকিক ঘটনা: বসুমতি ভেদি ওলাল মহাদেৱৰ মূৰ্তি

publisher by publisher
August 25, 2026
in Assam, News
Reading Time: 1 min read
0
Deuraja:দেওৰজাৰ ধেনুচোচা গাঁৱত অলৌকিক ঘটনা: বসুমতি ভেদি ওলাল মহাদেৱৰ মূৰ্তি
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

Rhino Attack:গৌৰীসাগৰৰ খনামুখ ভিতৰুৱালত গড়ৰ বিচৰণক লৈ আতংকিত গঞা

New Born Baby Recovered In Jorhat:যোৰহাটত এহাল দম্পতীৰ কাণ্ড !

Indian Climber Found Alive In Nepal Mountain: নেপালৰ অন্নপূৰ্ণা পৰ্বতত নিৰুদ্দেশ ভাৰতীয় পৰ্বতাৰোহী, জীৱিত অৱস্থাত উদ্ধাৰ

Deuraja:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ঐতিহাসিক দেওৰজা মৈদামৰ সমীপৱৰ্তী ধেনুচোচা গাঁৱৰ এটি পৰিয়ালৰ বাৰীত হঠাৎ বসুমতী ভেদি ওলোৱা এটি মহাদেৱ শিৱৰ মূৰ্তিক লৈ ৰাইজৰ মাজত কৌতূহল আৰু ব্যস্ততা সমানেই বৃদ্ধি পাব ধৰিছে। যোৱা ১৯ আগষ্টত গাঁওখনৰ সাংস্কৃতিক কৰ্মী তথা ভাওনা শিল্পী প্রশান্ত দত্ত ওৰফে বাছা নামৰ এজন ভাওনা শিল্পীৰ পদূলিমুখত এজোপা কল গছৰ গুৰিত আবিৰ্ভাৱ হোৱা এটি সৰু মহাদেৱৰ মূৰ্তিৰ সন্মুখত এতিয়া ধূপ-চাকি জ্বলাই একাংশ শিৱ ভক্তই দিনে-নিশাই ভক্তি নিবেদন কৰাৰ এই অলৌকিক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ হৈছে বিশেষ চর্চা।

ADVERTISEMENT

#কেনেকৈ উদ্ভৱ হ’ল উক্ত অলৌকিক ঘটনা

গাঁওখনৰ প্ৰখ্যাত ভাওনা শিল্পী প্রশান্ত দত্ত ওৰফে বাছা নামৰ ব্যক্তিজনে জনোৱা মতে, যোৱা বৃহস্পতিবাৰৰ নিশা সপোনত তিনিভাগ মহাদেৱৰ মূৰ্তি দেখিছিল তেওঁৰ বাৰীৰ চৌহদৰ পদূলিমুখৰ সমীপৰ এজোপা নতুনকৈ ৰোৱা কল গছৰ গুৰিত। এভাগ ভাওনাত ওলোৱা মহাদেৱৰ দৰে, এভাগ এবেগেত উচ্চতাৰ আৰু আনভাগ সোণৰ। চকুত চাট মাৰি ধৰা মূৰ্তি ভাগৰ সৰু মূর্তি ভাগ পদূলিমুখৰ নতুনকৈ ৰোৱা কল গছজোপাৰ গুৰিত আছে আৰু মহাদেৱ মন্দিৰ নিৰ্মাণ কৰাৰ আহ্বান জনাই অন্তর্ধান হয়। ইয়াৰ পাছতে দত্তই তেওঁৰ পত্নীসহ গৈ মূর্তি ভাগ প্রত্যক্ষ কৰে। লগে লগে মহাদেৱৰ মূৰ্তি আবিৰ্ভাৱৰ খবৰটো বিয়পি পৰাৰ পাছতে জনসাধাৰণৰ সোঁত বয় আৰু একাংশ শিৱভক্তৰ সহযোগত মূর্তি ভাগ মাংগলিক কৰ্মৰ মাজেৰে চৈতন্য ৰূপ দিয়ে।

# বাস্তৱ নে অন্ধবিশ্বাস

হৰ হৰ মহাদেৱৰ মূৰ্তি ভাগ দর্শন কৰিবলৈ কালিৰে পৰা ধেনুচোচা গাঁৱলৈ বিভিন্ন অঞ্চলৰ ভক্তৰ আগমন ঘটিছে। কিন্ত মূর্তি ভাগৰ থাপনাস্থলীত নিতৌ বিভিন্নজনে ধূপ-বন্তি জ্বলাই আশিস বিচাৰি সেৱা কৰিছে যদিও সাক্ষাৎ মহাদেৱ তুল্য প্রশান্ত ওৰফে বাছাই শৰাই অর্পনৰ বাবে এতিয়ালৈকে অনুমতি প্রদান কৰা নাই। ইফালে, সমগ্র বিষয়টো এতিয়া সচেতন সমাজে নেতিবাচক দৃষ্টিভংগীৰে গ্রহণ কৰিছে। প্রশ্ন উঠিছে এয়া বাস্তৱ নে অন্ধবিশ্বাস। বজাৰত এনে আৰ্হিৰ মূৰ্তি সহজতে উপলব্ধ হোৱাৰ সময়তো একে আৰ্হিৰ মূৰ্তিও মাটি ফালি আবিৰ্ভাৱ হ’ব পাৰেনে? মূর্তি ভাগৰ কাষত উদ্ধাৰ হোৱা ৰুদ্ৰাক্ষ মালাধাৰো বজাৰত উপলব্ধ সামগ্ৰীৰ লগত সম্পূর্ণ সাদৃশ্য থকাৰ অভিযোগ উঠিছে। বিজ্ঞান প্ৰযুক্তিৰ চূড়ান্ত উত্তৰণৰ সময়তো এচাম মানুহৰ চিন্তাধাৰা অন্ধবিশ্বাসৰ গ্ৰাসৰ পৰা মুক্ত হ’ব পৰা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: dhenusuchagaonGaurisagarrecoveredshiva idol
publisher

publisher

Related Posts

কলংকিত জ্ঞানেশ কুমাৰক পদত্যাগৰ বাবে ৪৮ ঘণ্টাৰ সময়সীমা দিলে চিজেপিয়ে
India

September 25, 2026
জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব
India

জ্ঞানেশে পদত্যাগ কৰিবই লাগিব, মোদী-শ্বাহৰ বিৰুদ্ধেও ভোট চুৰিৰ তদন্ত হ’ব

September 25, 2026
সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ
International

সুদূৰ আমেৰিকা আৰু কেনিয়াতো মানৱাধিকাৰ কৰ্মী প্রণৱ কৰ্মী প্ৰণৱ দলেৰ মুক্তিৰ দাবীত প্রতিবাদ

September 25, 2026
একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!
Assam

একেখন নাটকৰে সাক্ষ্যদান ইজনৰ পাছত সিজন প্রবাসী অসমীয়াৰ!

September 25, 2026
জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী
India

জ্ঞানেশ কুমাৰৰ পৰিচালনাত অনুষ্ঠিত সকলো নির্বাচন বাতিলৰ দাবী

September 25, 2026
Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান
Assam

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d