Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ

    জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

    সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

    দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

    সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Situation:মণিপুৰত অগ্নিসংযোগ বহু গৃহত, দুই পক্ষৰ গুলিত আহত চিআৰপিৰ বিষয়া

গুৰুতৰ ৰূপ ধাৰণ নগা-কুকিৰ সংঘাতৰ,ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

publisher by publisher
August 25, 2026
in India, National, News
Reading Time: 1 min read
0
Manipur Situation:মণিপুৰত অগ্নিসংযোগ বহু গৃহত, দুই পক্ষৰ গুলিত আহত চিআৰপিৰ বিষয়া
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

Manipur Situation:

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: পুনৰ উত্তপ্ত মণিপুৰ। ৰাজ্যখনৰ সেনাপতি জিলাত এইবাৰ কুকি আৰু নগাৰ সংঘৰ্ষত চিআৰপিএফৰ ৩৪ বেটেলিয়নৰ উপ-অধীক্ষক প্রদীপ সিং আহত হয়। সোমবাৰে পুৱা এই সংঘর্ষত দুই পক্ষই বহু সংখ্যক ধৰত অগ্নিসংযোগ কৰাক লৈ তীৱ উত্তেজনা বৃদ্ধি পায়। মণিপুৰৰ সেনাপতি জিলাৰ উপৰি সংলগ্ন কাংগ’কপি জিলালৈ উত্তেজনা বিয়পি পৰে। পুৱতি নিশা প্রায় ২-৪০ বজাত প্ৰথমটো অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। স্থানীয় সূত্ৰত প্রকাশ যে দাওদাওকৈ জ্বলি উঠা ঘৰবোৰৰ জুই নুমাবলৈ পুরা প্রায় ৩-৩০ বজাত অহা অগ্নিনির্বাপক বাহিনীৰ বাহনৰ প্ৰবেশতো একাংশ লোকে বাধা দিয়ে। পুৱা চাৰি বজাৰ পাছত পুনৰ অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, নগা সম্প্ৰদায়ৰ লোকক ইয়াৰ লক্ষ্য কৰি লোৱা হয়। পুরা প্রায় ৯-২০ বজাত পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে আৰু গুলিচালনাৰ ঘটনাও সংঘটিত হয়।

ADVERTISEMENT

এই সংঘৰ্ষত ৩৬ চিআৰপিএফ বাহিনীৰ ৫৪ বছৰীয়া জোৱানজন আহত হয়। সম্প্রতি তেওঁ চিকিৎসাধীন হৈ আছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে ব্যাপক নিৰাপত্তা বাহিনী নিয়োগ কৰা হৈছে। পৰিস্থিতি অধিক শোচনীয় হোৱাৰ আশংকাত বহু স্থানীয় বাসিন্দাই ঘৰ-বাৰী এৰি পলায়ন কৰিছে। স্থানীয় বাসিন্দাৰ অভিযোগ অনুসৰি কুকিসকলৰ সশস্ত্র সংগঠনে নগা অধ্যুষিত গাঁৱত প্রথমে আক্রমণ কৰে। ইয়াৰ বিপৰীতে কুকি সংগঠনসমূহে অগ্নিসংযোগৰ ঘটনাত তীব্র নিন্দা কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনাইছে।

প্রশাসনৰ সূত্র মতে, পুৱাৰ ভাগত দুষ্কৃতিকাৰীয়ে প্ৰথমতে নগা জনগোষ্ঠীৰ এজন লোকৰ ঘৰত অগ্নিসংযোগ কৰিছিল। একে সময়তে কুকি জনগোষ্ঠীৰ এজন লোকৰ ঘৰতো অগ্নিসংযোগ কৰা হয়। ইয়াকে লৈ দুয়োপক্ষৰ মাজত উত্তেজনা বিয়পে আৰু গুলিচালনাও হয়। এই গুলিচালনাৰ ঘটনাতে চিআৰপিএফৰ ৩৪ বেটেলিয়নৰ জেনেৰেল ডিউটিৰ উপ-অধীক্ষক প্রদীপ সিং আহত হয়। ইপিনে, সমান্তৰালভাৱে নগা সম্প্ৰদায়ৰ একাংশ লোকে ইম্ফল-ডিমাপুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ২ অৱৰোধ কৰে।

আনহাতে, কালি ২০২১ত অসম ৰাইফলছৰ কমান্ডিং বিষয়া, তেওঁৰ পত্নী আৰু সন্তানক গুলীয়াই হত্যা কৰাৰ অভিযোগত মণিপুৰৰ ঘৌবাল জিলাত এজন উগ্রপন্থীক গ্ৰেপ্তাৰ কৰা হয়। চূড়াচান্দপুৰ জিলাৰ চেহকেন গাঁৱত অসম ৰাইফলছৰ কনভয়ৰ ওপৰত ২০২১ৰ ১৩ নৱেম্বৰত উগ্রপন্থীৰ আক্ৰমণত প্রাণ হেৰুৱাইছিল কর্ণেল বিপ্লৱ ত্রিপাঠি, তেওঁৰ পত্নী অনুজা আৰু সন্তান আবিৰে। ২০২১ৰ ২৬ নৱেম্বৰত এই ঘটনাৰ তদন্তৰ দায়িত্ব অর্পণ কৰা হয় কেন্দ্রীয় তদন্তকাৰী সংস্থা এনআইএক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Crime Newslatest newsManipurviolent Incident
publisher

publisher

Related Posts

১০ অক্টোবৰত যন্তৰ মন্তৰত বিক্ষোভৰ পূৰ্বে শীৰ্ষ নেতাক গ্ৰেপ্তাৰৰ আশংকা চিজেপিৰ
India

October 5, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!
India

জ্ঞানেশ কুমাৰৰ পদত্যাগ, এছআইআৰ ফ্ৰিজ নোহোৱালৈ নিৰ্বাচনত অংশগ্ৰহণ অৰ্থহীন!

October 5, 2026
সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?
India

সৰ্বসন্মতিক্ৰমে নহ’লে এছআইআৰত স্থগিতাদেশ?

October 5, 2026
দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ
India

দিল্লী হিংসা সন্দৰ্ভত ১৫খন আবেদন খাৰিজ দিল্লী হাই ক’ৰ্টৰ

October 5, 2026
সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত
News

সৌৰজগতৰ বাহিৰৰ পৰা প্ৰথমবাৰলৈ ভাহি আহিল ৰেডিঅ’ সংকেত

October 5, 2026
পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ
News

পৃথিৱীত এসময়ত দিন আছিল ১০ ঘণ্টাৰ

October 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d