Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Meghalaya CM :আইন হাতত লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্রী চাংমাৰ

বিজয় নগৰত দুর্বৃত্তই তুৰা অভিমুখী মেঘালয়ৰ বাহনক আক্রমণ

publisher by publisher
August 25, 2026
in India, National, News, Politics
Reading Time: 1 min read
0
Meghalaya CM :আইন হাতত লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্রী চাংমাৰ
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Meghalaya CM :আইন হাতত লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্রী চাংমাৰ

ADVERTISEMENT

বিজয় নগৰত দুর্বৃত্তই তুৰা অভিমুখী মেঘালয়ৰ বাহনক আক্রমণ

দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মেঘালয়ৰ পৰ্যটক বাহন চালক সন্থাৰ কালি সন্ধিয়া অৱৰোধ প্রত্যাহাৰৰ পাছৰে পৰা পুনৰ স্বাভাবিক হৈছে যোৰাবাটেদি গুৱাহাটী-শ্বিলঙৰ মাজত যোগাযোগ ব্যবস্থা। সোমবাৰে অসমৰ টুৰিষ্ট বাহনে অসমৰ চালক সন্থাই যোৰাবাটত তিনিদিন পথ অৱৰোধ কৰে। পাছত মেঘালয়ৰ চালক সস্থাবোৰেও অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে। ফলত যাতায়াত ব্যৱস্থা ব্যাহত হোৱাই নহয়, দুয়োখন ৰাজ্যৰ চালক সন্থাৰ মাজত সংঘাতো বৃদ্ধি হয়।

ইপিনে, সোমবাৰে পৰিৱেশ স্বাভাবিক হোৱাত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই পুনৰ এনে পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ ৰাজ্যখনৰ দল-সংগঠন তথা প্রতিক্রিয়াশীল চক্ৰবোৰক সকীয়নি প্রদান কৰে। এক বার্তাত চাংমাই কয়, ‘যি ঘটনা সংঘটিত হৈ গ’ল এয়া অত্যন্ত দুর্ভাগ্যজনক। ইয়াৰ পাছত কোনেও এনে ধৰণৰ কাণ্ড সংঘটিত নকৰিব বুলি মই আহ্বান জনাইছো। এনে কাৰ্যত লিপ্তৰ বিৰুদ্ধে আমাৰ চৰকাৰে কেতিয়াও আপোচ নকৰে। কঠোৰ পদক্ষেপ লোৱা হ’ব।

প্ৰতিবাদৰ নামত সংঘটিত কৰা কাণ্ডই আমাৰ চুবুৰীয়া ৰাজ্যতো ইয়াৰ গভীৰ প্ৰভাৱ পেলায়। ইয়াৰ ফলত দুয়োখন ৰাজ্যৰে ক্ষতি হয়। আমি সেই পৰিস্থিতিৰ পৰা ওলাই যোগাত্মকভাবে পুনৰ আগবাঢ়িছো।’ চাংমাই এইবুলিও কয় যে তেওঁৰ চৰকাৰে গণতান্ত্রিক প্রতিবাদক সম্মান কৰে। তেওঁলোকৰ চৰকাৰ অতি মুকলি মনৰ চৰকাৰ। ৰাজ্যৰ সকলো লোকে চৰকাৰৰ লগত যিকোনো কথা মুকলিমুৰীয়াকৈ পাতিব পাৰে। কিন্তু প্রত্যেকটো কামৰে সীমা থাকিব লাগে। চাংমাই কয়, ‘সেই সীমা অতিক্রম কৰিব নালাগে।

প্রতিবাদ কৰাৰ অধিকাৰ আছে। তাৰ অৰ্থ এনে হ’ব নোৱাৰে যে সীমা অতিক্ৰম কৰি প্ৰতিবাদ জনাব। যিয়ে সীমা অতিক্ৰম কৰিব আমি সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিম। আমাৰ চৰকাৰখনে সকলোৰে লগত মুকলি মনেৰে কথা পতাৰ সুযোগ কোনেও ল’ব নালাগে। কোনোবাই আইন-শৃংখলা ব্যৱস্থা হাতত তুলি ল’ব, নির্দোষী লোকক হাৰাশাস্তি কৰিব আৰু চৰকাৰ বহি থাকিব তেনে নহয়।’ আইন ভংগ কৰাসকলৰ বিৰুদ্ধে সমাজৰ সচেতন লোকসকলো ওলাই আহিব লাগে বুলি মুখ্যমন্ত্রীজনে আহ্বান জনায়। যোৱা ১৯ আগষ্টত সংঘটিত ঘটনা আৰু তাকে লৈ সৃষ্টি হোৱা প্রতিক্রিয়াক লৈ মুখ্যমন্ত্রীয়ে মেঘালয় বিধানসভাতো বিবৃতি দাঙি ধৰে।

# চতুৰ্থজন অভিযুক্তক গ্ৰেপ্তাৰ

সোমবাৰে গ্ৰেপ্তাৰ কৰা হয় খাচি ছাত্ৰ সন্থাৰ সহকাৰী সাংগঠনিক সম্পাদক জেৰেলিয়া প’থমিক। পূব খাচি পাহাৰ জিলাৰ নংমেনছং অঞ্চলৰ পৰা ছাত্র নেতাজনক গ্ৰেপ্তাৰ কৰা হয় বুলি সদৰী কৰে জিলাখনৰ আৰক্ষী অধীক্ষক বিবেক ছেইমে। ইয়াৰ পূৰ্বে সংগঠনটোৰ আন তিনিজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁলোক হ’ল সভাপতি ৰেমণ্ড খাৰজানা, উপ-সভাপতি পানমেনলাং চানমিয়েট আৰু সাধাৰণ সম্পাদক ৰিউবেন নাজিয়াৰক। প্রসংগক্রমে উল্লেখ্য যে দাখিল কৰা এখন দাবী চনদক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি খাচি ছাত্র সন্থাই ১৯ আগষ্টত প্রতিবাদী সমদল উলিয়াইছিল।

সেই সমদলৰ সময়তে শ্বিলঙৰ কে’বাটাও স্থানত সংগঠনটোৰ সদস্যই হিংসাত্মক কাণ্ড সংঘটিত কৰে। যানবাহনৰ লগতে পথচাৰীক মাৰধৰ কৰা, স্বামী বিবেকানন্দ আৰু সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূর্তি ভাঙি পেলোৱা ঘটনাও সংঘটিত কৰিছিল একাংশ প্রতিবাদকাৰীয়ে।

# অসমৰ সংগঠন-আৰক্ষীক লৈ ক্ষোভ চালকৰ

অসমৰ টুৰিষ্ট বাহনৰ বিৰুদ্ধে অৱৰোধ প্রত্যাহাৰ কৰিলেও মেঘালয়ৰ চালক সন্থাই অহা ১০ ছেপ্টেম্বৰৰ পূৰ্বে তেওঁলোকৰ কে’বাটাও দাবী পূৰণ কৰাৰ সময়সীমা চৰকাৰক ধাৰ্য কৰি দিছে। ইয়াৰ লগতে আন কে’বাটাও বিষয় আজি সদৰী কৰে ‘অল শ্বিলং টুৰিষ্ট টেক্সি ড্রাইভাৰ ইউনিয়ন’-এ। সংগঠনটোৰ সভাপতি এনথ্রলিয়াছ মাৰাকে কয়, ‘প্ৰতিবাদৰ নামত যি ঘটনা শ্বিলঙত সংঘটিত হয়, তাক আমি সমর্থন নকৰো।

কিন্তু তাৰ প্ৰতিক্রিয়া স্বৰূপে অসমৰ চালকে যোৰাবাটত যি আচৰণ প্ৰদৰ্শন কৰিলে তাকে লৈ আমাৰ আপত্তি আছে। তেওঁলোকৰ পথ অৱৰোধ কৰাৰ অধিকাৰ আছে। তাক আমি নুই নকৰো; কিন্তু অৱৰোধৰ নামত প্ৰদৰ্শন কৰা কিছুমান আচৰণ আমি বেয়া পাইছো। মই নিজে অসমৰ চালক সন্থাৰ লগত কথা পাতি কৈছিলো যে আপোনালোকে চৰকাৰী গাড়ী, যাত্রীবাহী গাড়ী অৱৰোধ কৰক। কিন্তু এয়াৰপ’ৰ্ট, ৰে’লত যাবলগীয়া লোকসকলক ৰাস্তা এৰি দিয়ক। জৰুৰী কাৰণত যোৱা মানুহবোৰক যাবলৈ দিয়ক। সেই কথা নামানিলে।

তেওঁলোকে এনেদৰেও কয় যে তেওঁলোক হেনো মেঘালয়লৈ নাহিলে শ্বিলঙৰ মানুহ হেনো ভোকত মৰিব। আমাক যদি ইমানে বেয়া পায়, আমিও অসমলৈ নাযাওঁ আৰু আপোনালোকো আহিব নালাগে। আমাক চৰকাৰে যোৰাবাটত ব্যৱস্থা কৰি দিয়ক, তাত আমি গাড়ীবোৰ ৰাখি দিম।’ গতিকে যাতায়াতক লৈ সৃষ্টি হোৱা সমস্যাটোৰ সমাধান কৰাটো তেওঁলোকৰ এটা মূল দাবী বুলি মাৰাকে উল্লেখ কৰে। আন এটা দাবী হ’ল অসমত আৰক্ষীয়ে মেঘালয়ৰ বাহনক জৰিমনা বিহিলে সেই বিষয়ে লগে লগে অৱগত কৰোৱাটো।

এই সন্দৰ্ভত মাৰাকে কয় যে যিকোনো কাৰণতে নহওক কিয় অসমত আৰক্ষীয়ে মেঘালয়ৰ বাহনক জৰিমনা বিহিলে লগে লগে অৱগত নকৰে। গতিকে চালক অথবা বাহনৰ গৰাকীয়ে সেই কথা গম নাপায়। বাহনৰ অনুজ্ঞাপত্ৰ নবীকৰণ কৰিবলৈ গ’লেহে জৰিমনাৰ কথা অৱগত হয় আৰু তেতিয়ালৈকে জৰিমনাৰ পৰিমাণো কে’বা হেজাৰ টকা হয়। ইয়াৰ ফলত তেওঁলোকৰ যথেষ্ট হাৰাশাস্তি হয়। গতিকে ইয়াৰো এক সমাধান লাগে।

ইপিনে, যোৱা নিশাৰ পৰা যাতায়াত স্বাভাৱিক হ’লেও ইতিপূর্বে পৰা প্ৰভাৱত শ্বিলঙক মুখ্য কৰি মেঘালয়ৰ সকলো পর্যটনস্থলী কালিও নিমাওমাও হৈ ৰয়। কাৰণ নতুনকৈ যোৱা পৰ্যটকৰ সংখ্যা বৰ্তমান একেবাৰে নগণ্য হৈ ৰয়। যিসকলে মেঘালয়ত বাহৰ পাতি আছিল তেওঁলোকো সৃষ্টি হোৱা পৰিস্থিতিত আগতীয়াকৈ মেঘালয় ত্যাগ কৰিবলৈ বাধ্য হয়।

# দুষ্কৃতিকাৰীৰ দুষ্কাৰ্য

ইপিনে, সোমবাৰে গুৱাহাটীৰ সমীপৰ বিজয় নগৰত পথৰ দাঁতিত ৰখাই থোৱা মেঘালয়ৰ পঞ্জীয়নভুক্ত এখন বাহনৰ দুর্বৃত্তই ক্ষতিসাধন কৰাৰ অভিযোগ উঠিছে। এমএল-১৩ এ-৮৭১৯ নম্বৰৰ চাৰিচকীয়া যাত্রীবাহী বাহনখনে যাত্রীক গুৱাহাটীত নমাই তুৰালৈ উভতিছিল। কে’বাখনো বাহনে একেলগে উভতি যোৱাৰ সময়তে বিজয় নগৰত মটৰ চাইকেলত অহা দুজন দুষ্কৃতিকাৰীয়ে সংশ্লিষ্ট বাহনখনৰ পিছফালৰ আইনা শিল দলিয়াই ভাঙি পেলোৱাৰ অভিযোগ উঠিছে। অল গাৰো হিল্ টেক্সি এছ’চিয়েছনে আজি এই ঘটনাক গৰিহণা দি আৰক্ষীক ক্ষিপ্ৰ তদন্তৰে দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CM KANRAD SANGMAMEGHALAYAshillong situationwarning
publisher

publisher

Related Posts

অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ
Assam

October 6, 2026
ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

BSFৰ গুলীচালনাত আহত অসমৰ দুজন, চিকিৎসাধীন

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d