Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

    বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

    মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

publisher by publisher
October 21, 2026
in Entertainment, India, News
Reading Time: 1 min read
0
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

TigerShroffAttack : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাৰ দায় ইতিমধ্যে স্বীকাৰ কৰিছে গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ ঘনিষ্ঠ লোকসকলে। তথ্য অনুসৰি,এই আক্ৰমণৰ বাবে সুদূৰ অমৃতসৰৰ পৰা পিষ্টল আৰু গুলী মুম্বাইলৈ অনা হৈছিল।

ADVERTISEMENT

ইয়াৰ পূৰ্বে ৰাজস্থানৰ কোটাৰ পৰা তিনিজনক গ্ৰেপ্তাৰ কৰা হৈছিল। মঙলবাৰে এই ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ মাজত দুগৰাকী মহিলাও আছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, ধৃতকেইজন হৈছে ২১ বছৰীয়া কুণাল, ১৯ বছৰীয়া সুমিত, ২৩ বছৰীয়া ৰাধা আৰু ২৩ বছৰীয়া ববিতা। দিল্লী আৰু সোণীপত অঞ্চলৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। মূলতঃ আক্ৰমণকাৰীসকলৰ হাতত অস্ত্ৰ তুলি দিয়াৰ কামৰ স’তে তেওঁলোক জড়িত আছিল বুলি সন্দেহ কৰা হৈছে।

চাৰিওজনকে ট্ৰেনজিট ৰিমাণ্ডত নিজৰ জিম্মালৈ লৈ মহাৰাষ্ট্ৰ আৰক্ষীয়ে জেৰা চলাইছে। ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা তিনিজন মুম্বাই আৰক্ষীৰ জিম্মাত আছে।

আৰক্ষীৰ দাবী, টাইগাৰ আক্ৰমণকাৰীসকলৰ প্ৰকৃত লক্ষ্য নাছিল। তেওঁলোকৰ লক্ষ্য আছিল বলীউড অভিনেতা ছলমান খান। বান্দ্ৰাত থকা ছলমানৰ ঘৰৰ সন্মুখৰ পৰা ঘূৰি আহিছিল বিষ্ণোই গেঙৰ সদস্যসকল। তাত নিৰাপত্তাৰ কটকটীয়া ব্যৱস্থা দেখি সেই পৰিকল্পনা বাতিল কৰা হয়। তাৰ পিছতে ছলমানৰ ঘনিষ্ঠ অভিনেতা টাইগাৰৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰে তেওঁলোকে। যোৱা ১৮ অক্টোবৰৰ সন্ধিয়া টাইগাৰৰ গাড়ী লক্ষ্য কৰি এটাৰ পিছত আনটো গুলীচালনা কৰে আক্ৰমণকাৰীসকলে।

অভিনেতাজন আঘাতপ্ৰাপ্ত নহ’লেও তেওঁৰ গাড়ীৰ চালক আৰু এগৰাকী অনুৰাগী গুলীবিদ্ধ হয়। তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। বিষ্ণোইৰ ঘনিষ্ঠ গেংষ্টাৰ অনিল পণ্ডিত আৰু হৰমন সান্ধুৱে সামাজিক মাধ্যমত এই আক্ৰমণৰ দায় স্বীকাৰ কৰিছে।

মঙলবাৰে গ্ৰেপ্তাৰ কৰা চাৰিজন এই আক্ৰমণৰ স’তে কেনেদৰে জড়িত? ডিচিপি প্ৰবীণকুমাৰ ত্ৰিপাঠীয়ে জনোৱা অনুসৰি, অভিযুক্ত কুণাল কাৰাগাৰত আছিল। শেহতীয়াকৈ জামিনত মুক্তি লাভ কৰে তেওঁ। এগৰাকী বন্ধুৱে তেওঁক বিষ্ণোই গেঙৰ অনিলৰ সৈতে চিনাকি কৰাই দিছিল। অনিলৰ নিৰ্দেশতে কুণালে অমৃতসৰৰ পৰা প্ৰথমে এটা পিষ্টল আৰু ২০ ৰাউণ্ড গুলী সংগ্ৰহ কৰে। প্ৰায় দুমাহ পূৰ্বে ৰাধাৰ স’তে তেওঁৰ চিনাকি হৈছিল। পিষ্টলটো লৈ মুম্বাইলৈ যাবলৈ ৰাধাক মান্তি কৰায় কুণালে।

১৫ অক্টোবৰত ৰাধা আৰু তেওঁৰ বান্ধৱী ববিতাক লৈ তেওঁ নতুন দিল্লী ৰে’ল ষ্টেচনত উপস্থিত হয়। ৰাধাৰ বেগত পিষ্টলটো আছিল। ১৭ অক্টোবৰত তেওঁলোক দাদৰ ষ্টেচনত নামে। কুণালে এটা নিৰ্দিষ্ট সুৰক্ষিত (এনক্ৰিপ্টেড) এপৰ জৰিয়তে তেওঁলোকৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল।

দাদৰত নামি ৰাধা আৰু ববিতাই এখন হোটেলত আশ্ৰয় লৈছিল। পুৱা প্ৰায় ১১ বজাত তেওঁলোকৰ পৰা পিষ্টল থকা বেগটো এজন কিশোৰে লৈ যায়। তাৰ পিছদিনা, অৰ্থাৎ ১৮ অক্টোবৰৰ সন্ধিয়া টাইগাৰক লক্ষ্য কৰি গুলীচালনা কৰা হয়। সমগ্ৰ ঘটনাৰ পিছত টাইগাৰ আৰু ছলমানৰ নিৰাপত্তা কেইবাগুণো বৃদ্ধি কৰা হৈছে। ছলমানৰ আন ঘনিষ্ঠ লোকসকলৰ নিৰাপত্তাও বৃদ্ধি কৰিছে আৰক্ষীয়ে। বান্দ্ৰাত থকা ছলমানৰ ঘৰৰ সন্মুখৰ পথত বেৰিকেড স্থাপন কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #TigerShroff #LawrenceBishnoiGang #MumbaiCrime #TigerShroffAttack #MumbaiPolice #BollywoodNews #ArmsSmuggling #SalmanKhan #CrimeNews #DainikAgradoot
publisher

publisher

Related Posts

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ
International

October 20, 2026
বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে
India

বাংলাদেশ, নেপালৰ আৰ্হিত ভাৰততো চৰকাৰ ওফৰোৱাৰ চেষ্টা চলিছে

October 20, 2026
বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ
India

বিমানত বহি থকা ৰাহুল গান্ধীৰ ছবি শ্বেয়াৰ কৰি বিজেপিৰ তীব্ৰ আক্ৰমণ

October 20, 2026
মহানৱমীত দেৱী দুৰ্গাৰ আৰাধনাত মুখৰ ৰাজ্যৰ পূজা মণ্ডপ, ভক্তৰ সমাগম
Assam

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ
International

জীৱন-যাপনৰ ব্যয়বৃদ্ধি আৰু জনসেৱাৰ দুৰৱস্থাৰ প্ৰতিবাদত ফ্ৰান্সত বিক্ষোভৰ হিংসাত্মক ৰূপ

October 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d