Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

    বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

    তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

    নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

    চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    দুজন ব্যক্তিৰ চকুলৈ চাব নোৱাৰে ৰণবীৰে

    অৰিজিৎ সিঙৰ ১১জনে চাব পৰা পেকেজত ১১.৮ লাখ টকা

    ৮০ হেজাৰৰো অধিক আগতীয়া টিকট বুকিং কৰি ধুমুহাৰ সৃষ্টি ‘ৰামায়ণ-পার্ট ৱান’ৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel

    ফলে জানো ওজন কমায় ?

    ফলে জানো ওজন কমায় ?

    আজি লক্ষ্মী পূজা: আই লক্ষ্মীৰ আৰাধনাৰে মুখৰিত ভক্তিৰ পৰিৱেশ

    আপোনাৰ ম’বাইল চাৰ্জাৰ বাৰে বাৰে সংযোগ বিচ্ছিন্ন হৈ আছে নেকি?

    উৎসৱৰ বতৰত দৈনিক মেকআপৰ বাবে ছালৰ জিলিকনি হেৰুৱাইছে?

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো

প্ৰকৃত আঘাত এতিয়াও বাকী ! বিশ্বজুৰি বৃহৎ আশংকাৰ সৃষ্টি

publisher by publisher
November 2, 2026
in India, Lifestyle, News
Reading Time: 1 min read
0
বিগত কিছু দশকৰ সবাতোকৈ শক্তিশালী এল নিনো
1
SHARES
7
VIEWS
ShareShareShareShare

RelatedPosts

ফলে জানো ওজন কমায় ?

Food Combination : আপুনি দৈনিক ফল খায় ? কিন্তু এই কেইবিধ ফল কেতিয়াও একেলগে নাখাব !

ফল-মূল সকলোৰে প্ৰিয়

ElNino: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিশ্বজুৰি বতৰৰ মেজাজ এতিয়াও এক অদ্ভুত অস্থিৰতাৰ মাজেৰে অতিবাহিত হৈছে। অভিলেখ ভংগ কৰা তাপমাত্রা, আকস্মিক ধুমুহা আৰু অস্বাভাৱিক বৃষ্টিপাতৰ প্রকোপত যিসময়ত বিভিন্ন দেশ বিপর্যস্ত হৈ পৰিছে, তেনে সময়তে আন্তর্জাতিক জলবায়ু আলোচনাৰ কেন্দ্রবিন্দুত এটাই নাম। সেয়া হৈছে ‘এল নিনো’।

ADVERTISEMENT

বিশ্ব বতৰ সংস্থা (ডব্লিউএমঅ’)ই আগতেই সতর্ক কৰি জনাইছে যে চলিত এল নিনোৰ আচল তীব্রতা দেখা পাবলৈ এতিয়াও আৰু ইয়াৰ প্ৰভাৱ অন্ততঃ ২০২৭ৰ ফেব্ৰুৱাৰী পর্যন্ত অব্যাহত থাকিব। অথচ প্রশ্ন উঠিছে যে প্ৰকৃতিৰ এই ৰুদ্ৰৰূপ যেতিয়া শান্ত হ’বলৈ আৰম্ভ কৰিব, তেতিয়া পৃথিৱীৰ বতৰত আচলতে কি ঘটিব?

একাংশ বিশেষজ্ঞই জনাইছে যে এল নিনো দুর্বল হৈ পৰাৰ পাছত প্ৰায়েই প্রশান্ত মহাসাগৰৰ জলবায়ুত এক নাটকীয় পৰিৱৰ্তন ঘটে। সাগৰৰ অস্বাভাৱিক উষ্ণতা হঠাতে উধাও হৈ আৰম্ভ হয় তীব্র শীতলীকৰণ, যাক বিজ্ঞানৰ ভাষাত কোৱা হয় ‘লা নিনা’।

স্পেনিছ শব্দ ‘এল নিনো’ৰ অর্থ ‘সৰু ল’ৰা’ আৰু ‘লা নিনা’ৰ অর্থ হৈছে ‘সৰু ছোৱালী’। অৱশ্যে নামত নিৰীহ হ’লেও প্ৰকৃতিৰ ওপৰত ইবোৰৰ প্ৰভাৱ অত্যন্ত গভীৰ। প্ৰশান্ত মহাসাগৰত সৃষ্ট এই দুই বিপৰীতমুখী পর্যায়ক একেলগে কোৱা হয় ‘এনছো’। সাধাৰণতে প্রতি তিনিৰ পৰা সাত বছৰৰ অন্তৰালত এই চক্ৰ আৱৰ্তিত হয়।

এল নিনোৰ সময়ত আগতে
প্রবাহিত স্বাভাৱিক বাণিজ্য বতাহ দুৰ্বল হৈ পৰে, তাৰ ফলত উষ্ণ পানী পূব আৰু মধ্য প্রশান্ত মহাসাগৰৰ দিশে বিয়পি পৰে আৰু বিশ্বজুৰি তাপমাত্ৰাৰ পাৰা ঊর্ধ্বগামী হৈ থাকে। আনহাতে, লা নিলা হৈছে ঠিক ইয়াৰ বিপৰীত শীতল ৰূপ। এই সময়ত বাণিজ্য বতাহ ইমানেই শক্তিশালী হৈ উঠে যে উষ্ণ পানীক এছিয়া আৰু অষ্ট্ৰেলিয়াৰ দিশে ঠেলি দিয়ে আৰু দক্ষিণ আমেৰিকাৰ উপকূললৈ উঠি আহে সাগৰৰ গভীৰৰ পৰা জমা হোৱা পুষ্টিকৰ তথা চৰম ঠাণ্ডা পানী।

প্রশান্ত মহাসাগৰৰ পানীৰ এই উঠা-নমাৰ প্ৰভাৱ কিন্তু কোনো নির্দিষ্ট ভৌগোলিক সীমাত আবদ্ধ হৈ নাথাকে। ইয়াৰ পৰাই নিৰ্ধাৰিত হয় ভাৰতৰ মৌচুমী বৰষুণৰ ভাগ্য, আফ্ৰিকাৰ তীব্ৰ খৰাং বা বিশ্বৰ অন্যান্য প্রান্তত আছাৰ খাই পৰা – বিধ্বংসী ধুমুহাৰ তীব্রতা।

একাংশ পৰিৱেশবিদৰ মতে, চলিত বছৰৰ এল নিনো বিগত কিছু দশকৰ ভিতৰত সবাতোকৈ শক্তিশালী। ইয়াৰ পূৰ্বে ২০২৫ৰ শেষৰ ফালে এক মৃদু লা নিনা সৃষ্টি হ’লেও ২০২৬ৰ আৰম্ভণিতে সেয়া ততালিকে ম্লান পৰে আৰু বছৰৰ মাজভাগত আহি হঠাৎ এক আগ্রাসী এল নিনোক জন্ম দিয়ে।

এল নিনোৰ পাছত স্বয়ংক্রিয়ভাবে বা নির্দিষ্ট কোনো দিনক্ষণ মানি যে লা নিললা আহিবই, এনে কোনো নিশ্চয়তা নাই। বতৰ চক্ৰত কেতিয়াবা কেতিয়াবা একেই পর্যায়ত একেৰাহে একাধিক বছৰ ধৰি চলি থকা দেখা যায়, কিন্তু সাধাৰণতে এল নিনোৰ ঘটনাই বেছি ঘনাই ঘটে।

মার্কিন বতৰ সংস্থা ‘নোৱা’ৰ সাম্প্রতিক পূর্বাভাস অনুসৰি, বৰ্তমানৰ শক্তিশালী এল নিনোটো ২০২৭ৰ বসন্ত বা গ্রীষ্মৰ আৰম্ভণিতে লাহে লাহে দুর্বল হৈ এক নিৰপেক্ষ পৰিস্থিতিৰ ৰূপ ল’ব পাৰে। অৱশ্যে দীর্ঘম্যাদী পূর্বাভাসৰ ক্ষেত্রত অনিশ্চয়তা সকলো সময়তে বেছি হৈ থাকে। ফলত এল নিনো শেষ হ’লে পৰৱৰ্তী স্তৰত প্ৰশান্ত মহাসাগৰ পুনৰ লা নিনাৰ কবলত পৰিব নে পৰিস্থিতি শান্ত থাকিব, সেয়া নিশ্চিত হ’বলৈ সাগৰৰ জলপ্রবাহৰ ওপৰত ২৪ ঘণ্টাই সতর্ক দৃষ্টি ৰাখিছে বিজ্ঞানীসকলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: #ElNino #LaNina #ClimateChange #GlobalWarming #ExtremeWeather #PacificOcean #WorldMeteorologicalOrganization #WMO #NOAA #ClimateCrisis #WeatherForecast #GlobalClimate #DainikAgradootfruits benefits
publisher

publisher

Related Posts

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ
International

বিনামূলীয়া ভ্ৰমণৰ বাবে সমগ্র বিশ্বৰ অবিবাহিতসকলক আমন্ত্ৰণ বিশ্বৰে সুখী দেশৰ

November 2, 2026
তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক
International

তিনি বছৰ পূৰ্বে বিলাসী নৌকাত উঠি বিশ্ব ভ্রমণলৈ গৈছিল দুই শতাধিক লোক

November 2, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দিল্লী

November 2, 2026
নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল
Assam

নগাঁৱত ফাইট এগেইনষ্ট ইনজাষ্টিছ অফ এ পি এছ চিৰ সংবাদমেল

November 2, 2026
চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল
Assam

চৰাইদেউৰ পাটসাঁকোত অসম তাও কাউঞ্চিলৰ সংবাদমেল

November 2, 2026
চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

November 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d