Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

42 Umrah pilgrims from Telangana killed in bus-tanker collision in Saudi: চৌদি আৰৱত ৪২গৰাকী ভাৰতীয় হজযাত্ৰীৰ কৰুণ মৃত্যু

মক্কাৰ পৰা মদিনালৈ হজযাত্রী লৈ যোৱা বাছ আৰু অইল টেংকাৰৰ মুখামুখি সংঘর্ষত কৰুণ মৃত্যু যাত্ৰী সকলৰ, সংকটজনক অৱস্থাত চিকিৎসালয়ত আন কেইবাজনো হজযাত্রী

publisher by publisher
November 17, 2025
in National
Reading Time: 1 min read
0
42 Umrah pilgrims from Telangana killed in bus-tanker collision in Saudi: চৌদি আৰৱত ৪২গৰাকী ভাৰতীয় হজযাত্ৰীৰ কৰুণ মৃত্যু
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

42 Umrah pilgrims from Telangana killed in bus-tanker collision in Saudi:

আজি পুৱতি নিশা চৌদি আৰৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাবটি লয় ৪২গৰাকী ভাৰতীয় হজযাত্ৰীয়ে ৷

ADVERTISEMENT

মক্কাৰ পৰা মদিনালৈ উমৰাহ হজযাত্রী লৈ যোৱা বাছ আৰু বিপৰীত ফালৰ পৰা অহা পেট্ৰল কঢ়িয়াই অনা অইল টেংকাৰৰ মুখামুখি সংঘর্ষত অগ্নিকাণ্ড সংঘটিত হৈ কৰুণ মৃত্যুক সাবটি লয় ২০ গৰাকী মহিলা আৰু ১১ গৰাকী শিশুসহ ৪২ জন ভাৰতীয় হজযাত্ৰীয়ে ৷ আনহাতে ভয়ংকৰ দুৰ্ঘটনাত আহত বহু কেই গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰা হয় চিকিৎসালয়ত । আনহাতে ঘটনাৰে পিছতে হায়দৰাবাদৰ ইমিগ্ৰেচন বিষয়াসকলে নিশ্চিত কৰিছে যে আটাইকেইজন ৪২ জন ভুক্তভোগী হাইদৰাবাদৰ।

বদৰ আৰু মদীনাৰ মাজৰ মুফ্ৰাহাথত সোমবাৰে পুৱতি নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। মথৰুভূমি নিউজে প্ৰকাশ কৰা অনুসৰি সেই সময়ত অধিকাংশ যাত্ৰী শুই আছিল, যাৰ ফলত এই শোকাৱহ পৰিস্থিতিৰ প্ৰভাৱ আৰু বেছি বেয়া হৈ পৰে।

এই দুৰ্ঘটনাক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড: এছ জয়শংকৰে গভীৰ শোক প্ৰকাশ কৰি কয় যে ৰিয়াদৰ দূতাবাস আৰু জেদ্দাত থকা কনছুলেটে ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক সম্পূৰ্ণ সহায় আগবঢ়াইছে। তেওঁ লগতে কয়, ‘শোকসন্তপ্ত পৰিয়াললৈ আন্তৰিক সমবেদনা, আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনালোঁ।

ভাৰতীয় কনছুলেট জেনেৰেল জেদ্দাত কণ্ট্ৰল ৰুমও স্থাপন কৰি নিহতসকলৰ পৰিয়ালক সহায় কৰাৰ লগতে তথ্য প্ৰদান কৰা হৈছে। টোল ফ্ৰী নম্বৰ হৈছে ৮০০২৪৪০০০৩, ০১২২৬১৪০৯৩, ০১২৬৬১৪২৭৬, ০৫৫৬১২২৩০১ (ৱাটছএপ)

ৰিয়াদত থকা দূতাবাস আৰু জেদ্দাত থকা কনছুলেটে ছৌদি হজ আৰু উমৰা মন্ত্ৰালয়, স্থানীয় কৰ্তৃপক্ষ, আৰু সংশ্লিষ্ট উমৰা অপাৰেটৰৰ সৈতে সমন্বয় সাধন কৰি আছে। কনছুলেটৰ কৰ্মচাৰী আৰু ভাৰতীয় সম্প্ৰদায়ৰ স্বেচ্ছাসেৱকৰ এটা দল চিকিৎসালয় আৰু দুৰ্ঘটনাস্থলীত ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিবলৈ আছে বুলি কনছুলেটৰ এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।

আনহাতে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে এই ভয়ানক দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ ৰাজ্যৰ মুখ্য সচিব আৰু ডিজিপিক সম্পূৰ্ণ সবিশেষ লাভ কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ছৌদি দূতাবাসৰ বিষয়াসকলকো যোগাযোগ কৰি তাৎক্ষণিক সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্য সচিব কে ৰামকৃষ্ণ ৰাৱে দিল্লীস্থিত তেলেংগানা ভৱনৰ আবাসিক আয়ুক্ত গৌৰৱ উপ্পালৰ সৈতে বাৰ্তালাপ কৰি নিৰ্দেশনা জাৰি কৰিছে। একদৰে তেলেংগানা সচিবালয়ত পৰিস্থিতি নিৰীক্ষণ আৰু পৰিয়ালক তথ্য প্ৰদানৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ হৈছে: +৯১ ৭৯৯৭৯ ৫৯৭৫৪,+৯১ ৯৯১২৯ ১৯৫৪৫

ইপিনে ,হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচীয়ে নিশ্চিত কৰিছে যে বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ৪২ জন ওমৰাহ তীৰ্থযাত্ৰী আছিল। তেওঁ কয় যে ৰিয়াদস্থিত ভাৰতীয় দূতাবাসৰ মিছন উপ -মুৰব্বী আবু মাথেন জৰ্জৰ সৈতে যোগাযোগত আছে আৰু তেওঁ এই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি আছে। ওৱাইছিয়ে কেন্দ্ৰীয় চৰকাৰক ভুক্তভোগীৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাটো নিশ্চিত কৰিবলৈ আৰু আহতসকলৰ বাবে উপযুক্ত চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 42 indians deadbus tankar collisionmedinasoudia arabiaumrah pilgrims
publisher

publisher

Related Posts

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী
National

May 8, 2026
Indo-Bangla:বিদেশী প্রত্যর্পণৰ বাবে ঢাকাৰ সহযোগিতা বিচাৰিলে নতুন দিল্লীয়ে

Tamilnadu:তামিলনাডুত টিভিকেক চৰকাৰ গঠনত ৰাজ্যপালে বিধিপথালি দি থকাত ক্ষোভ প্ৰকাশ ডিএমকেৰ

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

Bihar cabinet expansion:আজি বিহাৰত সম্প্ৰসাৰণ হ’ল সম্রাট চৌধুৰী মন্ত্ৰীসভাৰ

May 7, 2026
 Firing Incident In West bengal:নির্বাচনোত্তৰ হিংসাত জ্বলিছে পশ্চিমবংগ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d