Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

ক্ষুধার্ত ১৭ দিনীয়া শিশুক স্তনপান কৰালে নেপালৰ মন্ত্ৰীয়ে

publisher by publisher
August 21, 2026
in India, News
Reading Time: 1 min read
0
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
0
SHARES
0
VIEWS
ShareShareShareShare

RelatedPosts

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

উত্তেজনা নাশ কৰি শান্তি ঘূৰাই অনাৰ সংকল্প দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ

Awintura Casino Chile: descubre los mejores juegos y sus características únicas

NepalMinister : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মাতৃৰ মন সদায় অনন্য। সন্তান যাৰেই নহওক কিয়, কণমানি শিশুৰ কান্দোন শুনিলে সকলো মাতৃৰে মন উতলা হৈ পৰে। আপোন-পৰ পাহৰি তেতিয়া সেই শিশুক চম্ভালাত ব্যস্ত হৈ পৰে তেওঁলোক। তেনে এক মমতাময়ী মাতৃৰ উদাহৰণ সীতা বাদি।

ADVERTISEMENT

এই মহিলাৰ পৰিচয়, তেওঁ এখন দেশৰ মন্ত্ৰী। অথচ এটি ক্ষুধার্ত শিশুৰ ক্ৰন্দন শুনি নিজৰ পদ মর্যাদাক পাহৰি গ’ল তেওঁ। আগুৱাই গৈ কোলাত লৈ স্তনপান কৰালে সেই মন্ত্ৰীগৰাকীয়ে। সম্প্ৰতি সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

এই ঘটনা নেপালৰ এক শিশু গৃহত। বিভিন্ন অঞ্চলৰ পৰা অনাথ বা আশ্রয়হীন শিশুক উদ্ধাৰ কৰি সেই গৃহত ৰখা হয়। সেই শিশু গৃহটোৱেই পৰিদৰ্শন কৰিবলৈ গৈছিল নেপালৰ মহিলা, শিশু আৰু প্রবীণ নাগৰিক বিভাগৰ মন্ত্রী সীতা বাদিয়ে।

কাঠমাণ্ডুৰ সেই শিশু গৃহত অত্যন্ত অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত নৱজাতকসকলক ৰখাৰ অভিযোগ উঠিছিল। লেতেৰা বিছনা, মজিয়াত বৰষুণৰ পানী জমা হৈ থকা আদি ভয়াৱহ পৰিস্থিতিৰ মাজতে মন্ত্ৰীগৰাকীয়ে গৃহটো পৰিদৰ্শন কৰিবলৈ গৈছিল। প্রাপ্ত তথ্য অনুসৰি, গৃহটোত থকা অধিকাংশ শিশুৱেই অসুস্থ।

মন্ত্ৰীগৰাকীয়ে ভিতৰত প্ৰৱেশ কৰাৰ সময়তে এটি ১৭ দিন বয়সৰ শিশুৱে কান্দি উঠে। কণমানি শিশুটিয়ে ভোকতে কান্দিছিল; কিন্তু শিশু গৃহটোত তেতিয়া এটোপালো সংৰক্ষিত স্তনদুগ্ধ নাছিল। লগে লগে আগুৱাই গ’ল মন্ত্ৰীগৰাকী। কন্যা শিশুটিক কোলাত লৈ সেই গৃহৰে বিছনাত বহি তেওঁ গাখীৰ খুৱাবলৈ ধৰে।

মন্ত্ৰীৰ মাজতে যেন মাতৃৰ স্নেহ অনুভৱ কৰিছিল সেই অবুজ শিশুটিয়ে। গাখীৰ খোৱাৰ পাছত শিশুটি সেই অচিন মহিলাগৰাকীৰ কোলাতেই পৰম স্বস্তিত নিদ্রাত ঢলি পৰে। মন্ত্ৰীগৰাকীয়ে কয়, ‘শিশুটিক যেতিয়া কোলাত লৈছিলো, এনে লাগিছিল যে তাই মোৰ নিজৰেই সন্তান। এতিয়াৰ পৰা ময়েই তাইৰ মাতৃ।’

সেই মুহূৰ্তৰ ভিডিঅ’ লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। উক্ত শিশু গৃহত ১৫ দিনৰ পৰা আৰম্ভ কৰি দুবছৰ পৰ্যন্ত বয়সৰ প্ৰায় ২০টি শিশু আছে। এই শিশুসকলক সঠিকভাৱে চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিছে মন্ত্ৰীগৰাকীয়ে। তাৰ পাছতে শিশু গৃহটো ভালদৰে সজাই তোলাৰ কাম আৰম্ভ হৈছে। উল্লেখ্য যে মন্ত্রী বাদি নিজেও এনে এক শিশু গৃহৰ পৰাই মানুহ হৈছে। ১২ বছৰ বয়সৰ পৰা তেওঁ শিশু গৃহত থাকিয়েই পঢ়া-শুনা কৰি আজি নেপালৰ মন্ত্রীপদত অধিষ্ঠিত হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
উত্তেজনা নাশ কৰি শান্তি ঘূৰাই অনাৰ সংকল্প দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীদ্বয়ৰ
Assam

ধেমাজি মাছখোৱা উন্নয়ন খণ্ডত এম জি এনৰেগাৰ আঁচনিৰ ৰুপায়নৰ নামত সচিব, অভিযন্তাই মিলি ভুৱা বিলেৰে ৭.৬২ লাখ টকা লুণ্ঠন কৰাৰ বিৰুদ্ধে পঞ্চায়ত মন্ত্ৰীলৈ স্মাৰকপত্ৰ

প্রধানমন্ত্রী তাৰেকৰ হাত শক্তিশালী কৰি বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মির্জা ফখৰুল
International

প্রধানমন্ত্রী তাৰেকৰ হাত শক্তিশালী কৰি বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মির্জা ফখৰুল

August 21, 2026
শ্বিলঙত খাচিৰ আক্ৰমণৰ উত্তাপ অসমতো
Assam

শ্বিলঙত খাচিৰ আক্ৰমণৰ উত্তাপ অসমতো

August 21, 2026
অসমসহ বাংলাদেশ-পাক সীমান্তৰ ৰাজ্যত জিলা আয়ুক্তই দিব নাগৰিকত্ব

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d