Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কষ্টোপাৰ্জিত ধনেৰে ফুল-ফলৰ নাৰ্ছাৰী আৰম্ভ কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে এজন যুৱকে

publisher by publisher
March 25, 2019
in News
Reading Time: 1 min read
0
কষ্টোপাৰ্জিত ধনেৰে ফুল-ফলৰ নাৰ্ছাৰী আৰম্ভ কৰি স্বাৱলম্বীতাৰ পথ দেখুৱাইছে এজন যুৱকে
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

চৰকাৰী আঁচনিৰ ধন লাভ কৰিবলৈ সক্ষম নহ’ল ঠেলামৰা খলহুবাৰী গাঁৱৰ আজগৰ আলি

আৰ্থিক সমস্যাজর্জৰ বহু যুৱক-যুৱতী, পুৰুষ-মহিলাই বহিঃৰাজ্যৰ কোম্পানীত চাকৰি কৰি বা সৰু সুৰা কামৰ জৰিয়তে নিজে স্বাবলম্বী হোৱাৰ উপৰি নিজ ঘৰখন আৰ্থিক ভাৱে টনকিয়াল কৰি তোলাৰ চেষ্টা চলোৱা প্ৰায়ে দেখিবলৈ পোৱা যায় ৷ সমান্তৰালভাৱে বহিঃৰাজ্যত কৰ্মসংস্থাপন বিচাৰি গৈ আন একাংশ যুৱক-যুৱতী, পুৰুষ-মহিলা বিপথে পৰিচালিত হোৱাৰ বহু উদাহৰণো আছে।কষ্টোপাৰ্জিত ধনৰে আৰ্থিক ভাৱে টনকিয়াল হৈ পাছলৈ  ব্যৱসায়-বাণিজ্য আৰম্ভ কৰি স্বাবলম্বীতাৰ পথ বাছি লোৱাৰ বহু উদাহৰণ আছে । শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ ঠেলামৰা ৰাজহচক্ৰৰ নাহৰবাৰী পঞ্চায়তৰ খলহুবাৰী গাঁৱৰ এনে এজন যুৱক হৈছে আজগৰ আলি। নাৰ্ছাৰী প্ৰতিষ্ঠা কৰি তেওঁ স্বাৱলম্বী হৈছে। গাওঁখনৰ বাসিন্দা জামাল উদ্দিনৰ জেষ্ঠ পুত্ৰ আজগৰ আলিয়ে  আৰ্থিক সংকটৰ বাবে পৰি  শিক্ষা লাভ কৰিবলৈ সক্ষম নহ’ল ।উপায়হীন হৈ তেওঁ কেৰালালৈ যায় আৰু সুদীৰ্ঘ সাত বছৰ পৰিশ্ৰম কৰি প্ৰায় আঢ়ৈ লাখ টকা উপাৰ্জন কৰে আৰু ঘৰলৈ উভতি আহি কষ্টোপাৰ্জিত ধনেৰে দুই কঠা ভূমি ক্ৰয় কৰি বিভিন্ন ফুল-ফলৰ নাৰ্ছাৰী আৰম্ভ কৰে ৷ বিগত তিনি বছৰ ধৰি নাৰ্ছাৰীৰ পুলি বিক্ৰী কৰি আজগৰ আলিয়ে পৰিয়াল পোহপাল দিয়াৰ উপৰি লাভাংশৰে নাৰ্ছাৰীত দেশী-বিদেশী বিভিন্ন জাতৰ ফুল-ফলৰ গুটি পচাই পুলি গঁজাই ব্যৱসায়ৰ পৰিধি বৃদ্ধি কৰি আহিছে বুলি কয় ৷ ফুল-ফলৰ পুলি বিক্ৰী কৰিয়েই আজগৰ আলিয়ে বজাৰত পুলি বিক্ৰীৰ সুবিধাৰ্থে এখন অট’ভান ক্ৰয় কৰিবলৈ সক্ষম হৈছে ৷ বাট-পথৰ বিশেষ সুবিধা নথকা গ্ৰামাঞ্চলৰ বাসিন্দা আলিয়ে উক্ত ব্যৱসায় কৰিয়েই এটা ল’ৰা আৰু দুই কন্যাক সু-শিক্ষিত কৰিছে ৷ আলিৰ আফছানা নাৰ্ছাৰীত ডালিয়া, এলিমুণ্ডা, চাইনিজ পাম, খৃষ্টমাছ থ্ৰী, ব্লুজাউ, চাইকাছ, পাইন, গোলাপ, মিনি গোলাপ, নেপালী গোলাপ, অষ্ট্ৰেলিয়ান জবাব, ইফৰ, হাই ব্ৰীড বিছন মিনিয়া, বাগান ভেলি, কেকনট, অশোক, ডাইঠাঞ্চ, এলিগেলী, কুন্নী, লণ্ডন পাইন, চাইনিজ পাম, মোমাই তামোল আদিৰ উপৰি দেশী-বিদেশী বিভিন্ন জাতৰ ফুল আনহাতে তামোল, লেচু, আম, নেমু, মৌচুমী, কমলা, বগৰী, মধুৰি আম, চিকু, ৰবাবটেঙা, নেমু, গুলনেমু, চাইনিজ নিমু, লং, জাইফল, প্লাম, আপেল, আঙুৰ, নাচপতি, ডালিম আদি বিভিন্ন জাতৰ ফলৰ পুলি ভৰি আছে ৷ যি সময়ত বহু যুৱক-যুৱতীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰি চৰকাৰী চাকৰিৰ পিছত দৌৰিছে তেনে সময়ত অশিক্ষিত হৈয়ো ছয়ত্ৰিশ বছৰীয়া আলিয়ে  আৰ্থিক ভাৱে কেৱল স্বাবলম্বী হোৱাই নহয় উঠি অহা প্ৰজন্মক উপাৰ্জনৰ পথৰ সন্ধান দিওঁতাৰ উদাহৰণ হৈ পৰিছে ৷ পৰিতাপৰ বিষয় যুৱকজন তিনিবছৰ ধৰি নাৰ্ছাৰীৰ কামত জড়িত হৈ আছে যদিও আজিলৈকে চৰকাৰী কোনোধৰণৰ এটা ফুটাকড়ি নাপালে বুলি জানিবলৈ দিছে ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d