Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

    বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

বাহঁৰ দলঙেৰে বিপদসংকুল যাতায়ত আঠখেলীয়া বছাগাঁওবাসীৰঃ ভোট বৰ্জনৰ হুংকাৰ

publisher by publisher
March 30, 2019
in Loksabha Election, News
Reading Time: 1 min read
0
বাহঁৰ দলঙেৰে বিপদসংকুল যাতায়ত আঠখেলীয়া বছাগাঁওবাসীৰঃ ভোট বৰ্জনৰ হুংকাৰ
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

Asomiya Yuva Mancha Road block in Merapani: মেৰাপানীত নগা আগ্ৰাসনৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ পথ অৱৰোধৰে উত্তাল প্ৰতিবাদ

Merapani:মেৰাপানীত নগালেণ্ডৰ ১১ ভিলেজ কাউন্সিলে অসমীয়াৰ প্ৰৱেশ নিষিদ্ধ জাননী প্ৰত্যাহাৰ

গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰৰ গাতে গা লাগি থকা তথা গোলাঘাট-যোৰহাট সীমামূৰীয়া অঞ্চল আঠখেলীয়া বছা বৰাপথাৰ আৰু ২ নং বছা গাঁৱলৈ যাতায়ত কৰা কাকডোঙা নদীৰ ওপৰত থকা এখন জৰাজীৰ্ণ বাঁহৰ দলঙে অঞ্চলবাসীক দীৰ্ঘদিনে যমৰ যাতনা ভোগাই আহিছে। উল্লেখ্য যে, সীমামূৰীয়া অঞ্চলটোৰ কাকডোঙা নদীৰ ওপৰত অৱস্থিত এই বাঁহৰ জৰাজীৰ্ণ দলঙেয়েদি ২ নং বছা অঞ্চলটোৰ পৰা কণ কণ ছাত্ৰ ছাত্ৰী সকলে ভয় শংকাৰ মাজেৰে দৈনিক তৃতীয় বছা প্ৰাথমিক বিদ্যালয়লৈ বিপদ সংকুল হৈ অহা যোৱা কৰে লগতে বাৰিষা নদীত পানী বাঢ়িলে সকলো লোকেই অহা যোৱা কৰাতো দুৰ্লভ হৈ পৰে । ২ নং বছা অঞ্চলটোৰ কোনো লোকৰ জৰুৰীকালীন ঘটনা বা ৰোগীক চিকিৎসালয়লৈ নিব হ’লে কোনো সু-ব্যৱস্হা নাই । আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ’ল অঞ্চলবাসীয়ে দিনৰ ভাগতহে দলঙেয়েদি অহা যোৱা কৰে যদিও দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি নিশা ভাগত অহা যোৱা কৰাটো সম্পূৰ্ণ বাদ দিব লগাত কৰে । দীৰ্ঘদিন ধৰি ৰাইজৰ এই সমস্যা প্ৰতি কোনো জনপ্ৰতিনিধিয়েই আজিকোপতি গুৰুত্ব প্ৰদান নকৰিলে । কেৱল নিৰ্বাচনৰ সময়তহে বিভিন্ন দলৰ নেতা পালি নেতাই মাজে মধ্যে দৰ্শন দি ভূৱা প্ৰতিশ্ৰুতিৰে ৰাইজক ভোট ভিক্ষা মাগি নিজ দায়িত্ব সামৰে । অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা হিচাপে চিহ্নিত হোৱা এই দলং খনৰ নিৰ্মাণৰ বাবে স্হানীয় বিধায়িকা অজন্তা নেওগক গড়কাপ্টানিক মন্ত্ৰী হৈ থকা অৱস্হাতে কেইবাবাৰো আৱেদন জনাইছিল । আনফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তথা বৰ্তমানৰ তিতাবৰ সমষ্টিৰ বিধায়কৰ লগতে কলিয়াবৰ সমষ্টিৰ সাংসদ গৌৰৱ গগৈকো ৰাইজে আৱেদন-নিবেদন কৰিছিল যদিও কোনো কাম নিদিলে । যোৰহাট-গোলাঘাট জিলাৰ সীমামূৰীয়া অঞ্চল হোৱা বুলিয়েই সমস্যাটো গুৰুত্বহীন হিচাপে লোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । এই ক্ষেত্ৰত অঞ্চলটোৰ ক্ষোভিত ৰাইজে আগন্তক লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে ।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Loksabha ElectionMerapani
publisher

publisher

Related Posts

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা

September 29, 2026
বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান
Assam

বিহালী এতিয়া পখিলাৰ স্বৰ্গ ! দুদিনত ১৫০ বিধ বিৰল পখিলাৰ সন্ধান

September 29, 2026
‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই
Entertainment

‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

September 28, 2026
চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি
India

চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

September 28, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক
Assam

CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

September 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d