Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Loksabha Election

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হিন্দু-মুছলিম সকলো ভাৰতীয় নাগৰিক সম্পূৰ্ণৰূপে সুৰক্ষিত

publisher by publisher
April 8, 2019
in Loksabha Election, News
Reading Time: 1 min read
0
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হিন্দু-মুছলিম সকলো ভাৰতীয় নাগৰিক সম্পূৰ্ণৰূপে সুৰক্ষিত
4
SHARES
40
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

ডিব্ৰুগড় কাছাৰীঘাটৰ গৰাখহনীয়া পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

কংগ্ৰেছে বিজেপি মুছলমান বিৰোধী দল বুলি অপপ্ৰচাৰ চলাইছে : জুৰীয়াত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী সোনোৱাল

নগাঁও : “ভাৰতবৰ্ষত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰু অৰুণাচল প্ৰদেশৰ পৰা গুজৰাটলৈকে এই বিশাল উপ-মহাদেশত থকা সকলো ভাষা-ভাষি, জাতি-জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বী লোকক ঐক্যবদ্ধ প্ৰচেষ্টাৰে সমমৰ্যদাৰে সমউন্নয়নৰ বাবে কাম কৰি আহিছে। লগতে সকলোৰে নিৰাপত্তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি আহিছে।”- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ।আজি বিয়লি কলিয়াবৰ সংসদীয় সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তৰ হৈ জুৰীয়া বজাৰ প্ৰাংগণত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোনোৱালে আৰু কয় যে,” বিজেপিয়ে সবকা সাথ সবকা বিকাশ নীতিৰে হিন্দু-মুছলমান হিচাপে বাত-বিচাৰ নকৰাকৈয়ে সকলো জাতি জনগোষ্ঠীৰ লোকৰ মিলিত প্ৰচেষ্টাৰে ভাৰতবৰ্ষৰ বাবে কাম কৰিম যাব আৰু ভাৰতৰ্ষৰক বিশ্বৰ বুকুত সৰ্বচেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে। এয়া প্ৰধানমন্ত্ৰী মোদীৰ মহান মানৱীয় নীতি। সেই বাবে মোদীৰ নেতৃত্বত দেশৰ সকলো নাগৰিক সুৰক্ষিত। কংগ্ৰেছে অপপ্ৰচাৰ চলাই থকাৰ কথা বুলি উল্লেখ কৰি সোনোৱালে কয়,’ কংগ্ৰেছে বিজেপি দল মুছলমান বিৰোধী বুলি অপপ্ৰচাৰ চলায় । এয়া সম্পূৰ্ণ ৰূপে মিছা কথা। কাৰণ বিজেপিৰ ৰাজত্ব কালত দেশৰ সকলো ভাৰতীয় সম্পূৰ্ণ ৰূপে সুৰক্ষিত। ৰাজ্যত চৰকাৰ চলোৱা আমাৰ দুবছৰ দহ মাহ কাল অতিক্ৰম কৰিলে। এই সময়চোৱাত সকলো শ্ৰেণীৰ ৰাইজক সমমৰ্যদা দি সম উন্নয়নৰ বাবে কাম কৰি আহিছো ।’ কংগ্ৰেছ আৰু অন্যান্য বামপন্থী দলসমুহে আমাৰ মাজত সংঘাত সৃষ্টি কৰিবৰ বাবে অনাহকত অপপ্ৰচাৰ চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে লগতে কয়,’ বিজেপি চৰকাৰে গ্ৰহণ কৰা কোনটো আঁচনিৰ পৰা কোনটো ধৰ্ম বাদ পৰিছে । উজ্জ্বলা, বিজুলী যোগান, শ্বহীদ কুশল কোৱৰ আদি কোনো আচঁনিয়ে ধৰ্মৰ ভিত্তিত গ্ৰহণ কৰা নাই। অসমৰ লাখ লাখ খেতিয়কে পাচঁ হাজাৰ টকাকৈ আৰ্থিক সাহাৰ্য লাভ কৰিছে। এই সুবিধা সকলো শ্ৰেণীৰ ৰাইজে লাভ কৰিছে। আমাৰ চৰকাৰে ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘু এই দুয়োটা শ্ৰেণীৰ লোকৰ উন্নয়নৰ স্বাৰ্থতে ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত এলেকাত ৯ খনকৈ কন্যা মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একল এয়াই নহয় সংখ্যালঘু এলেকাত ৩০ কোটি ব্যয় কৰি ২০ খন আৱাসিক বিদ্যালয় স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে।’ ভাৰতবৰ্ষৰ ৭০টা বছৰ পিছতো কোনখন চৰকাৰে সংখ্যালঘু লোকৰ বাবে ইমান কৰিছে বুলি সোনোৱাল প্ৰশ্ন তুলি ইমানৰ পিছতো সংখ্যালঘু আমাক ভোট নিদিলে ভুল কৰা হ’ব বুলি সোনোৱালে মন্তব্য কৰে । তেওঁ কয়, ‘আমি সংখ্যালঘু লোকক আস্থাত লৈছোঁ। অকল সুৰক্ষাই নহয়, সামগ্ৰিক উন্নয়নৰ দায়িত্ব লৈছোঁ বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ। ‘ মুখ্যমন্ত্ৰীয়ে আল্লাৰ নামত সংখ্যালঘু ৰাইজৰ পৰা প্ৰতিশ্ৰুতি বিচাৰি কলিয়াবৰ সংসদীয় সমষ্টিৰ মিত্ৰজোটৰ প্ৰাৰ্থী মণি মাধৱ মহন্তক বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়।

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AGP BJP AllianceLoksabha ElectionSarbananda Sonowal
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d