Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

    শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

    বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

    অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    ২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে বকো আৰক্ষী থানাত গোচৰ

publisher by publisher
June 2, 2019
in News
Reading Time: 1 min read
0
তদন্তকাৰী বিষয়া  চন্দ্ৰমল দাসৰ বিৰুদ্ধে  বকো আৰক্ষী থানাত গোচৰ
2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

বকো: ১৯৮৭ ৰ পৰা প্ৰায় ৩০ বছৰ ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা আৰু অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত হৈ থকা উপ- পৰিদৰ্শক মহম্মদ সোণা উল্লাহৰ বিৰুদ্ধে কৰা ৰায়দানক লৈ বিৰ্তকৰ সৃষ্টি হৈছে। ২০০৮ৰ ২৩মে’ আৰু ২০০৯ৰ ২৭ জুলাইৰ জবানবন্দীৰ ভিত্তিত প্ৰাক্তন সেনাবিষয়া তথা কৰ্মৰত আৰক্ষী সীমান্ত শাখাৰ উপ-পৰিদৰ্শক মহম্মদ সোণা উল্লাহক বিদেশী ন্যায়ধিকৰণে বিদেশী বুলি ৰায়দান দিয়াৰ লগতে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিছে। বৰ্তমানে সমগ্ৰ ঘটনাই দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা সময়তে আজি তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে গোচৰ তৰিলে জবানবন্দী প্ৰতিবেদনত সন্নিৱিষ্ট তিনি সাক্ষীয়ে। পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে মহম্মদ সোণা উল্লাহৰ গৃহ ভূমি কলহীকাষৰ আমজাদ আলী আহমেদ (৪০), ছোবাহান আলী(৭০), আৰু মহম্মদ কুৰাণ আলী(৬৫)য়ে। জবানবন্দী প্ৰতিবেদনত সাক্ষী হিচাপে সন্নিবিষ্ট আছে তিনিওজনৰ নাম। আনহাতে সমগ্ৰ ঘটনা সন্দৰ্ভত জ্ঞাত নহয় তেওঁলোক। তদন্তকাৰী বিষয়া বকোৰ প্ৰাক্তন আৰক্ষী সীমান্ত শাখাৰ উপ-পৰিদৰ্শক চন্দ্ৰমল দাসে সাক্ষ্য প্ৰদান কৰিবলৈও মতা নাই তেওঁলোকক। এই কথা সাংবাদিকসকলৰ আগত জনালে আমজাদ আলী আহমেদ, ছোবাহান আলী আৰু মহম্মদ কুৰাণ আলীয়ে। আজি দিনৰ ভাগত তিনি সাক্ষীয়ে বকো আৰক্ষী থানাত তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসৰ বিৰুদ্ধে পৃথকে পৃথকে গোচৰ তৰি কয় ‘তদন্তকাৰী বিষয়া চন্দ্ৰমল দাসে আমাক তিনিওজনকে পৰিকল্পিত ষড়যন্ত্ৰমূলকভাবে আমাৰ অজ্ঞাতে অনুমতি অবিহনে গোচৰটোত মিছা সাক্ষী হিচাবে নাম সন্নিবিষ্ট কৰি জবানবন্দী প্ৰতিবেদনত সংলগ্ন কৰিছে। একেদৰে গোচৰটোত আমাৰ চহী জালিয়তি কৰিছে ।’

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভুগিছে
Assam

October 22, 2026
শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী
Assam

শোণিতপুৰত মুকলি ভাবে চলিছে গুটখা, ধপাতৰ বেহা: আক্রান্ত কিশোৰ-কিশোৰী

October 22, 2026
বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক
Assam

বাংলাদেশৰ পৰা অনুপ্ৰৱেশৰ জৰিয়তে মানৱ সৰবৰাহৰ ভয়াৱহ নেটৱৰ্ক

October 22, 2026
অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ
Assam

অসমৰ ৰাজ্যসভাৰ সাংসদ পুঁজিৰে মাত্ৰ আঠ শতাংশ উন্নয়নৰ কামহে সম্পূর্ণ

October 22, 2026
২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ
Assam

২৩ লক্ষাধিক গছ কটাৰ প্ৰস্তুতি আৰম্ভ

October 22, 2026
উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা
India

উত্তপ্ত মণিপুৰত পুনৰ হিংসাত্মক ঘটনা

October 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d