Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

জীয়াভৰলী নদীৰ মকুৱা ঘাটৰ নাওঁ দূৰ্ঘটনাত অৰ্দ্ধ শতাধিকৰ কথমপি প্ৰাণ ৰক্ষা:এজন সন্ধানহীন

publisher by publisher
October 17, 2019
in News
Reading Time: 1 min read
0
জীয়াভৰলী নদীৰ মকুৱা ঘাটৰ নাওঁ দূৰ্ঘটনাত অৰ্দ্ধ শতাধিকৰ কথমপি প্ৰাণ ৰক্ষা:এজন সন্ধানহীন
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

অধিক বোজা কঢ়িওৱা বাৱেই দূৰ্ঘটনাত পতিত ভটভটী নাওঁ

অগ্ৰদূতবাৰ্তা, নদুৱাৰ,১৭অক্টোৱৰঃনদুৱাৰৰ অন্তৰ্গত জীয়াভৰলী নদীৰ মকুৱা চাপৰি ঘাটত আজি দূপৰীয়া এখন নাও ডুবি এজন ব্যক্তিৰ সন্ধানহীন হোৱাৰ লগতে কেইবাজনো লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ উক্ত নাও দূৰ্ঘটনাত আঠখনকৈ মটৰ চাইকেল সহ কুৰিখনৰো অধিক চাইকেল নদীৰ গৰ্ভত লীন যায় ৷ ঘটনাৰ বিৱৰণী অনুযায়ী মকুৱা ঘাটৰ পৰা আজি দিনৰ ১১মান বজাত এখন ভটভটী নাওত অতি কমেও ৫০জন লোক লৈ তেজপুৰৰ পাচঁমাইললৈ যাত্ৰা আৰম্ভ কৰাৰ কিছু সময়ৰ পাচতে নদীৰ সোতঁত ভটভটী নাওখনে নিয়ন্ত্ৰণ হেৰুৱাই পানীত ডুৱ যায় ৷ সেই সময়ত নাওখনত সাঁতুৰিব পৰা লোক সকলে পানীত পৰিযোৱা সকলক উদ্ধাৰ কৰি পাৰলৈ আনে যদিও তাইজত আলি(৫০) নামৰ লোকজন সন্ধানহীন হয় ৷ পাচত এচ ডি আৰ এফ বাহিনীৰ জোৱানে জীয়াভৰলী নদীত অভিযান চলাই যদিও তাইজত আলিৰ কোনো সন্ধান লাভ নকৰিলে ৷ নাও দূৰ্ঘটনাত সন্ধানহীনহোৱা তাইজত আলিৰ ঘৰ মহাভৈৰব আৰক্ষী থানাৰ অন্তৰ্গত টেঙাবস্তিৰ বুলি জানিবপৰা গৈছে ৷ দূৰ্ঘটনাটোত গুৰুত্বৰভাৱে আহত দুগৰাকী বৃদ্ধক তেজপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে এটি শিশু উত্তৰ জামুগুৰি ত্ৰিশখন বিচনাযুক্ত চিকিৎসালয়ত ভৰ্তি কৰায় ৷ ভটভটী নাওখনত আঠ গৰাকী মহিলাৰ লগতে সাতটি শিশু আছিল যদিও কথমপি আটাইকেইগৰাকীৰে প্ৰাণ ৰক্ষা পৰে ৷ ইতিমধ্যে এচ ডি আৰ এফ জোৱানে অভিযান চলায় এখন মটৰ চাইকেল সহ চাৰিখন চাইকেল উদ্ধাৰ কৰে ৷ অধিক বোজা কঢ়িয়াই নিয়াবাৱেই ভটভটী নাওখন নদীৰ সোঁতত ভাৰসাম্য হেৰুৱাই ডুব যোৱা বুলি স্থানীয় ৰাইজে মন্তৱ্য কৰে ৷ দৈনিক এইদৰে মকুৱা ঘাটৰ পৰা পাঁচমাইললৈ ভটভটী নাওত বিপদ সংকুল যাতায়ত কৰি থকা বুলি জানিব পৰা গৈছে ৷ মনকৰিবলগীয়া বিষয় যে চৰকাৰী ভাৱে অনুমোদন নোহোৱাকৈয়ে মকুৱা ঘাটৰ পৰা পাচঁমাইললৈ ভটভটী নাও সমুহ পাৰকৰি এটা চক্ৰই দীৰ্ঘদিনধৰি এক ৰমৰমীয়া ব্যৱসায় চলায় আহিছে ৷ প্ৰশাসনৰ অনুমোদন নোহোৱাকৈ তথা অবৈধ ভাৱে এনেদৰে ভটভটী নাও জীয়াভৰলী নদীত চলোৱা কাৰ্য বন্ধ কৰাৰ লগতে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহনৰো দাৱী জনাইছে স্থানীয় সচেতন ৰাইজে ৷

ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d