Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহাসকলে নিজে পৰিচয় দিয়ক : সোণোৱাল

publisher by publisher
April 1, 2020
in COVID-19, News
Reading Time: 1 min read
0
দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহাসকলে নিজে পৰিচয় দিয়ক : সোণোৱাল
1
SHARES
7
VIEWS
ShareShareShareShare

দিল্লীৰ নিজামউদ্দিনৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ লোক তালৈ গৈছিল তথা তাৰে যিসকল লোক অসমলৈ ঘূৰি আহিছে, তেওঁলোক ক’ত কেনেকৈ আছে নিজেই পৰিচয় দিব লাগিব।’ এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। দিল্লীৰ নিজামউদ্দিন মাৰ্কাজত অনুষ্ঠিত তবলিকী জামাতত অসমৰ বহুলোকে অংশগ্ৰহণ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি ধুবুৰীত এইদৰে কয়। মুখ্যমন্ত্ৰীয়ে লগতে অসমলৈ অহা লোকসকলক নিজৰ পৰিচয় সদৰী কৰিবলৈ আহ্বান জনোৱাৰ লগতে কয় যে এই কথা যাতে কোনেও গোপনে নাৰাখে। ৰাজ্যৰ ৩০ লক্ষ মানুহক ৰক্ষা কৰাৰ স্বাৰ্থত এইদৰে পৰিচয় সদৰী কৰা উচিত বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে কোনো লোক উভতি অহাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসনক অৱগত কৰিবলৈ ৰাইজৰ প্ৰতিও আহ্বান জনায়।

ADVERTISEMENT

উল্লেখ্য যে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ ব্যৱস্থাৰ বুজ লোৱাৰ বাবে মুখ্যমন্ত্ৰী সোনোৱালে আজি ধুবুৰী, দৰং জিলাৰ মঙলদৈ আৰু কোকৰাঝাৰ জিলা ভ্ৰমণ কৰে। এই ভ্ৰমনকালত মুখ্যমন্ত্ৰীয়ে পৃথকে তিনিওখন জিলাৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰাৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মূৰব্বীসকলৰ সতে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে জৰুৰী সেৱাসমূহ অব্যাহত ৰখাৰ উপৰি অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে জনসাধাৰণে লাভ কৰে, তাক নিশ্চিত কৰাৰ লগতে তলাবন্ধৰ সময়ছোৱাত যাতে জনসাধাৰণে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰৰ ভিতৰতে আৱদ্ধ হৈ থাকে, সেই দিশৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ উপায়ুক্তক নিৰ্দেশ দিয়ে।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দিল্লীৰ পৰা অহা লোকসকলৰ ক্ষেত্ৰত যথাযোগ্য পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘দিল্লীৰ নিজামউদ্দিনৰ তবলিকী জামাতত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ কথা গম পাইছো, এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেইবাজনো লোকৰ ইতিমধ্যে মৃত্যু হৈছে। আনহাতে, কেইবাজনো লোক কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা বুলি চিহ্নিত হৈছে। সেইবাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ প্ৰতিগৰাকী উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে যে সেই সকলক অতি শীঘ্ৰে চিনাক্ত কৰি উলিয়াই পৰীক্ষা কৰিব লাগে আৰু হোম কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিব লাগে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM FIGHTS CORONAVIRUSCovid-19DELHI NIZAMUDDINSTAY HOME STAY SAFE
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d