Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

মহানগৰীৰ স্পেনিছ গাৰ্ডেন অনিৰ্দিষ্টকালীন তলাবন্ধ

publisher by publisher
April 5, 2020
in COVID-19, News
Reading Time: 1 min read
0
১৪ দিনৰ বাবে ছীল মহানগৰীৰ স্পেনিছ গাৰ্ডেন
1
SHARES
9
VIEWS
ShareShareShareShare

দেশজুৰি অব্যাহত থকা তলাবন্ধৰ সময়তে মহানগৰীৰ অন্যতম বিলাসী এপাৰ্টমেণ্ট চৌহদটো শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকাললৈ তলাবন্ধ ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে | পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত এতিয়াৰে পৰা স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট চৌহদত থকা কোনো লোকে বাহিৰলৈ আৰু বাহিৰৰ কোনো লোকে এপাৰ্টমেণ্ট চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব | স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট চৌহদৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব |

ADVERTISEMENT

স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ প্ৰতিজন আৱাসীৰ পৰা আৰম্ভ কৰি সকলোৰে ক্ষেত্ৰত এই নিৰ্দেশনা প্ৰযোজ্য হ’ব | জিলা প্ৰশাসনৰ সূত্ৰই শনিবাৰে এই কথা সদৰী কৰি জনোৱা মতে, অতি শেহতীয়াকৈ কৰ’না ভাইৰাছৰদ্বাৰা আক্ৰান্ত হৈছে স্পেনিছ গাৰ্ডেন চৌহদৰ ডি ব্লকৰ ৭০৪ নম্বৰ এপাৰ্টমেণ্টৰ আৱাসী মণিষ তিব্ৰেৱাল |

RelatedPosts

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

Artificial Flood:মহানগৰীত এজাক বৰষুণত কৃত্রিম বান ৪৮ ঘণ্টাত কমেও চাৰিজনৰ মৃত্যু

স্পেনিছ গাৰ্ডেনৰ আৱাসী তিব্ৰেৱালৰ ভ্ৰমণ বৃত্তান্তৰ ওপৰত নিৰ্ভৰ কৰি শেহতীয়াকৈ স্বাস্থ্য বিভাগে প্ৰয়োজনীয় পৰীক্ষা কৰে | উক্ত পৰীক্ষাৰ প্ৰতিবেদন ব্যৱসায়ীজন কৰ’না ভাইৰাছৰদ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে নিশ্চিত কৰে | পাছত স্বাস্থ্য বিভাগৰ পৰামৰ্শৰ ভিত্তিত ২০২০ৰ ‘দ্য আসাম ক’ভিড-১৯’ বিধি,২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন আৰু ১৮৯৭ৰ মহামাৰী ৰোগ আইনৰ অধীনত শনিবাৰে পুৱা ১০ বজাৰ পৰা তৎকালে কাৰ্যকৰী হোৱাকৈ অনিৰ্দিষ্টকাললৈ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্ট চৌহদটো এক নিৰ্দেশনাযোগে তলাবন্ধ ঘোষণা কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে |

এই নিৰ্দেশনা ইতিমধ্যে এপাৰ্টমেণ্ট চৌহদত তৎকালে কাৰ্যকৰী হোৱাকৈ বলবৎ কৰা বুলিও সূত্ৰটোৱে জনায় | আনহাতে এপাৰ্টমেণ্ট চৌহদত যাতে বিনা অনুমতিত কোনো লোকৰ প্ৰৱেশ নাইবা বাহিৰলৈ উলাব নোৱাৰে তাৰ বাবে প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM CORONA VIRUSASSAM FIGHTS CORONAVIRUSCovid-19GuwahatiINDIA FIGHTS CORONAVIRUSSpanish Garden
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d