Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

লকডাউনৰ ফলত চৰম সংকটত  ৰনথলীৰ আপুৰুগীয়া কেঁচা সোণৰ  উদ্যোগ 

publisher by publisher
April 22, 2020
in COVID-19, News
Reading Time: 1 min read
0
লকডাউনৰ ফলত চৰম সংকটত  ৰনথলীৰ আপুৰুগীয়া কেঁচা সোণৰ  উদ্যোগ 
13
SHARES
127
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশজুৰি বলবৎ হৈ থকা লকডাউনৰ ফলত নগাঁও জিলাৰ ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগটো চৰম বিপৰ্যয়ৰ সন্মুখত পৰিছে । মাৰ্চ মাহৰ ২৪ তাৰিখৰ পৰাই ৰণলথীৰ কেঁচা সোণৰ অসমীয়া গহনাৰ থলুৱা উদ্যোগটোৰ উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ লগত জড়িত সকলো ব্যৱসায়ীৰ ব্যৱসায় সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে।ফলত দুশ্চিন্তা-দুৰ্ভাৱনাই আগুৰি ধৰিছে এই শিল্প উদ্যোগটোৰ লগত জড়িত লোক সকলক।উল্লেখ্য যে, নগাঁও চহৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগত অৱস্থিত ৰণথলী গাঁও খনত আছে কেঁচা সোণৰে অসমীয়া গহনা তৈয়াৰ কৰাৰ এক বৃহৎ কুটিৰ শিল্প উদ্যোগ।
এই ইতিহাস প্ৰসিদ্ধ গাঁও খনৰ বাসিন্দাসকলে বছৰ বছৰ  ধৰি কেঁচা সোণৰ ক্ষুদ্ৰ উদ্যোগটোৰ সৈতে জড়িত হৈ আহিছে। গাঁও খনৰ প্ৰায় প্ৰতিটো পৰিয়ালৰেই জীৱন আৰু জীৱিকাৰ সম্বল কেঁচা সোণৰ শিল্প উদ্যোগটো। এই ৰণথলী গাঁৱতে নিৰ্মাণ হয় ৰাজ্য খনৰে বিখ্যাত কেঁচা সোণৰ অসমীয়া গহনা। কেঁচা সোণৰ বাবে চহকী ৰণথলী গাঁৱৰ  প্ৰায় প্ৰতি গৰাকী ব্যক্তিয়ে নিজৰ ঘৰতে গঢ়ি তুলিছে  কেঁচা সোণৰ শিল্প উদ্যোগ।
য’ত গাঁও খনৰ যুৱকৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে, যুৱতীৰ পৰা মহিলালৈকে দুশ টা পৰিয়ালৰ প্ৰায় ১০০০ গৰাকী শিল্পীয়ে কেঁচা সোণৰ গহনা নিৰ্মাণৰ লগত জড়িত হৈ আছে।অন্যহাতে,  গাঁও খনৰ সকলোৰে উমৈহতীয়া বৃত্তি হ’ল কেঁচা সোণৰ অসমীয়া গহনা নিৰ্মাণ কৰা। যি সময়ত সমগ্র অসমত নিবনুৱা সমস্যাই গা কৰি উঠিছে সেই সময়ত ৰণথলী গাঁৱৰ প্ৰায় সংখ্যক যুৱক-যুৱতীয়ে কেঁচা সোণৰ অসমীয়া গহনা নিৰ্মাণৰ কামত নিয়োজিত হৈ এক আদৰ্শ দাঙি ধৰিছে ।
কিন্তু শেহতীয়াকৈ সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দেশব্যাপি আহ্বান জনোৱা সৰ্বাত্মক তলাবন্ধৰ পৰিপ্ৰেক্ষিতত এই ক্ষুদ্ৰ উদ্যোগটোৰ প্ৰতি ভাবুকি নামি আহিছে । লকডাউনৰ ফলত মাৰ্চৰ ২৪ তাৰিখৰ পৰা এই পৰ্যন্ত বিয়া-বাৰু অনুষ্ঠিত হোৱা নাই।আগন্তুক কেইবা মাহলৈকে বা এই বছৰটোৰ ভিতৰত এইবাৰ বিবাহ কাৰ্য সম্পাদন কৰিব পৰাকৈ যে পৰিৱেশ অনুকূল হ’ব তাৰো আশা ক্ষীণ।তাৰোপৰি, লকডাউনৰ ফলত এইবাৰ ৰঙালী বিহুৰ সকলো কাৰ্যসূচী বাতিল কৰা হয় ।
যিহেতু এই সময়ছোৱাতেই অসমত বেছিকৈ বিবাহ কাৰ্য সম্পাদন হয় সেয়েহে এই বতৰতেই ৰণথলীৰ কেঁচা সোণৰ অসমীয়া গহনাৰ এক ৰমৰমীয়া বজাৰ গঢ়ি উঠা পৰিলক্ষিত হয়।তাৰোপৰি, ৰঙালী বিহু উপলক্ষে নাচনী সকলৰ বাবে প্ৰয়োজন হোৱা গহনা সমূহ যেনে গামখাৰু, ডুগডুগী, জোনবিৰি, ঢোলবিৰি, গলপতা আদি বিভিন্ন অলংকাৰ ক্ৰয় কৰে। ৰাজ্য খনৰ নাচনী সকলে এই ক্ষেত্ৰত ৰণথলীৰ শিল্প উদ্যোগত তৈয়াৰী কেঁচা সোণৰ গহনাকহে বেচিকৈ পচন্দ কৰে । এই বাৰ যিহেতু বিবাহ আৰু বিহু দুয়োটাই বন্ধ সেয়েহে ৰণথলীৰ কেঁচা সোণৰ এপদো গহনা বিক্ৰী হোৱা নাই।
অথচ বিগত বৰ্ষ সমূহত এই সময়ছোৱাত ৰণথলীৰ শিল্পী সকলে প্ৰতিঘৰেই লাখ লাখ টকাৰ কেঁচা সোণৰ গহনা বিক্ৰী কৰিছিল।কিন্তু লকডাউনে ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগৰ লগত জড়িত দুশটা পৰিয়ালৰ জীৱনৰৈ চৰম দুৰ্যোগ নমাই আনিছে। আৰ্থিক ভাৱে বিপৰ্যয় সন্মুখীন হৈছে এই লোক সকল। এই লোক সকলক চৰম দুৰ্যোগৰ গৰাহৰ পৰা মুক্ত কৰিবলৈ  চৰকাৰে এক সুদুৰপ্ৰসাৰী কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে অসম গৌৰৱ ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগটো মৃত্যুৰ মুখত পৰাটো নিশ্চিত।
চৰম হতাশা ব্যক্ত কৰি ৰণথলীৰ কেঁচা সোণৰ উদ্যোগৰ লগত জড়িত এজন যুৱক উৎপল বণিয়াই আজি কয়,”ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগটোৰ লগত অঞ্চলটোৰ দুশটা পৰিয়ালৰ প্ৰায় এহেজাৰ লোক জড়িত হৈ আছে।এইটোৱেই আমাৰ মূল জীৱিকা আৰু ব্যৱসায়।এই মাহটো আচলতে আমাৰ ব্যৱসায়ৰ মাহ।ৰঙালী বিহু আৰু বিয়াৰ বতৰ। আমাৰ লোক সকলেও এই সময় খিনিলৈকে আশাৰে বাট চাই থাকে। এই মাহটোত কৰা ব্যৱসায়ত উপাৰ্জন কৰা ধনৰেই আমি বছৰটো চলিব লাগে।
অসমীয়া গহনাৰ মূল ব্যৱসায় প্ৰধানতঃ দুটা মাহহে চলে।সেয়েহে এইবাৰ ৰণথলীৰ কেঁচা সোণৰ শিল্প উদ্যোগৰ লগত জড়িত সকলৰ ভীষণ লোকচান হৈছে।প্ৰতিটো পৰিয়ালৰেই লাখ লাখ টকা লোকচান হৈছে।”বণিয়াই আৰু কয়,”কেঁচা সোণৰ অসমীয়া গহনাৰ ব্যৱসায়টো বন্ধ হৈ পৰাত এতিয়া কিছুমান লোকে মাছ ধৰিবলৈ লৈছে, একাংশই অন্য কাম কৰিব লগীয়া হৈছে।এক ভাৱিব নোৱাৰা অভাৱ অনাটনৰ মাজেৰে এই মানুহ খিনি চলিব লগীয়া হৈছে।”
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM FIGHTS CORONAVIRUSCorona VirusCovid-19lock down
publisher

publisher

Related Posts

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

September 9, 2026
অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন
India

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

September 9, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d