Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক

    শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

    দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

    নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব

    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

কৰ’না যুদ্ধালৈ শ্ৰদ্ধা জ্ঞাপন দেশৰ স্থল, নৌ আৰু বায়ুসেনা প্ৰধানৰ : অনাগত দিনত এই যুঁজত সহযোগিতা আগবঢ়াই যাম

publisher by publisher
May 2, 2020
in COVID-19, News
Reading Time: 1 min read
0
কৰ’না যুদ্ধালৈ শ্ৰদ্ধা জ্ঞাপন দেশৰ স্থল, নৌ আৰু বায়ুসেনা প্ৰধানৰ : অনাগত দিনত এই যুঁজত সহযোগিতা আগবঢ়াই যাম
0
SHARES
4
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

দেশৰ মূখ্য প্ৰতিৰক্ষা সচিৱ জেনেৰেল বিপিন ৰাৱটৰ লগতে স্থলসেনাৰ মূৰব্বী জেনেৰেল এম এম নাৰাৱানে, নৌ সেনাৰ মূৰব্বী এডমিৰেল কৰমবীৰ সিং, বায়ুসেনাৰ মূৰব্বী এয়াৰ চীফ মাৰ্শ্বেল আৰ কে এচ ভাডুৰীয়াই দিল্লীত শুক্ৰবাৰে এক সাংবাদিক মেল সম্বোধন কৰি কৰ’না যোদ্ধালৈ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে অনাগত দিনত এই যুঁজত সহযোগিতা আগবঢ়াই যোৱাৰ প্ৰতিজ্ঞাৱদ্ধ হৈছে।মূখ্য প্ৰতিৰক্ষা সচিৱ জেনেৰেল বিপিন ৰাৱটে কয় যে চলিত বৰ্ষৰ২৪ মাৰ্চৰ পৰা বৰ্তমানলৈকে ল’কে প্ৰতিজন ভাৰতীয়ই বহু ত্যাগ কৰিছে।

ADVERTISEMENT

বহুতে তলাবন্ধ মানি ঘৰৰপৰা কাম কৰি আছে। কিন্তু বহু ভাৰতীয় কৰ’না যোদ্ধাই নিজৰ জীৱন বিপন্ন কৰিও প্ৰতিদিনে ঘৰৰ পৰা ওলাই গৈ জনসাধাৰণৰ বাবে বিদ্যুতকে ধৰি পানী, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰি আছে। ৰাস্তা-ঘাট পৰিষ্কাৰ কৰিছে। আইন-শৃংখলা সুনিশ্চিত কৰিছে। কোনো ৰোগীয়ে যাতে চিকিৎসাৰ পৰা বঞ্চিত নহয়, তাৰবাবে অহোৰাত্ৰি কাম কৰিছে। কোনো ভাৰতীয় বিদেশত যদি ৰৈ গৈছে তেওঁলোকক ঘূৰাই আনি উপযুক্তভাৱে ৰখাৰ ব্যৱস্থা কৰিছে। এই সকলো চিকিৎসক, নাৰ্ছ, আৰক্ষী, সংবাদদাতা সকলো কৰ’না যোদ্ধাই নিজৰ জীৱন বিপদাপন্ন বুলি জানিও দেশক মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছে।

আমি এই কৰ’না যোদ্ধাসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰিছো আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰিছো।মূখ্য প্ৰতিৰক্ষা সচিৱজনে কয় যে ভাৰত চৰকাৰৰ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বিশাল প্ৰচেষ্টাক দেশৰ নাগৰিকে মানি লৈ দেশৰ সুৰক্ষা সুনিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু সেয়ে আমাৰ দেশে বিশ্বৰ আন বহু দেশতকৈ ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে।তেওঁ লগতে কয় যে সশস্ত্ৰ বলে দুটা নীতিৰে ক’ভিড-১৯ ৰ লগত যুঁজ দিছে – এটা হৈছে বলপূৰ্বক সুৰক্ষা আৰু আনটো অসামৰিক কৰ্তৃপক্ষৰ প্ৰতি সহযোগিতা। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এতিয়ালৈকে কোনো সেনাবাহিনীৰ লোক কৰ’নাৰদ্বাৰা আক্ৰান্ত হোৱা নাই আৰু যদি কেনেবাকৈ কোনোবা আক্ৰান্ত হয়, তেওঁলোক তাৰবাবে প্ৰস্তুত। অনাগত দিনত এই যুঁজত সহযোগিতা আগবঢ়াই যাব বুলি প্ৰতিজ্ঞাৱদ্ধ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUSworld corona virus
publisher

publisher

Related Posts

নিজ পত্নীক এৰি বেলেগৰ পত্নীৰ কাষলৈ গৈ ৰাইজৰ ৰোষত যুৱক
Assam

September 5, 2026
শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে
Assam

শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে

September 5, 2026
দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত
Assam

দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

September 5, 2026
নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব

September 5, 2026
Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

September 5, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d