Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধৰ অনুভৱ : ডাঃ নৰেন্দ্ৰ নাথ দত্ত

publisher by publisher
May 7, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ : ডাঃ নৰেন্দ্ৰ নাথ দত্ত
1
SHARES
8
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

বিশ্বত্ৰাস ক’ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশজুৰি বলবৎ হোৱা তলাবন্ধই বিগত সময়ছোৱাত তব্ধ কৰিলে জনজীৱন। দৈনন্দিন কৰ্মব্যস্ত লোকসকল ঘৰতে বন্দী হৈ থাকিবলগীয়া হয়। ইয়াৰ বিকল্পও নাই। কাৰণ সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ নিজৰ কৰ্তব্য সম্পাদন কৰাৰ মানসিকতা বহু লোকৰে নাই। তলাবন্ধই কিছু কিছু ক্ষেত্ৰত গতিশীলতাত জড়তাৰ সৃষ্টি কৰিলেও বহু লোকক পিছে নতুন নতুন সোৱাদ দিলে।

ADVERTISEMENT

কৰ্মব্যস্ততাৰ অজুহাতত পৰিয়ালৰ লোকৰ সতে সময় অতিবাহিত কৰিবলৈ যিসকলে আহৰি নাপাইছিল তেওঁলোকে তলাবন্ধত ঘৰৰ সকলোৰে স’তে সময় অতিবাহিত কৰিব পাৰিলে। আমি যিহেতু চিকিৎসক সেই বাবে তলাবন্ধৰ সময়ত সময়ত বৰ বেছি কৰ্তব্য সম্পাদনৰ ক্ষেত্রত পার্থক্য নাপালো। অৱশ্যে এটা কথা ঠিক যে সদায় কৰিবলগীয়া হলেও আবেলি পৰত পৰিয়ালৰ সদস্যসকলৰ স’তে হাঁহি ধেমালিৰে পাৰ কৰাৰ সুযোগ নোপোৱা নহয়। জীৱনত কেতিয়াও এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা অভিজ্ঞতা নথকা বাবে কিছু কিছু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’লো।

মোৰ বয়স হৈছে যদিও সদায় কামৰ মাজতে ব্যস্ত থাকে। জ্যেষ্ঠ নাগৰিকৰ শাৰীত অন্তৰ্ভুক্ত হোৱা হেতুকে মই ৰোগী চোৱা যদিও ডাউন টাউন হস্পিতালৰ লগতে অসমডাউন টাউন বিশ্ববিদ্যালয়ৰ কামৰ বাবে পানীখাইতীও গৈছে। কাৰণ তলাবন্ধ হ’লেও চিকিৎসালয়-বিশ্ববিদ্যালয়ৰ কাম-কাজ চলাই নাথাকিলে কৰ্মচাৰীসকলক দা-দৰমহা দিয়াৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’লহেতেন। বিশ্ববিদ্যালয়ৰ পাঠদান বন্ধ থাকিলেও আন বহুতো কাম থাকে।

তদুপৰি হাস্পতাল আদিৰ প্ৰশাসনিক দিশটো তদাৰক কৰিবলৈ সদায় কাৰ্যালয়লৈ আহিবলগীয়া হৈছে। চৰকাৰে আগবঢ়োৱা নীতি-নিৰ্দেশনা মানি চলিয়েই আমি কাম-কাজ সম্পাদন কৰিছো। বাকী সময়খিনি পৰিয়ালৰ সদস্যসকলৰ সৈতে কটায়ো ভাল লাগিছে। নিয়মীয়া কাৰ্যখিনি সম্পাদন কৰাৰ উপৰি কেবাখনো বাতৰি কাকত, আলোচনী, কিতাপ আদি পঢ়িছো। টিভি চোৱাৰ বাবে পৰ্যাপ্ত সময় পালো। ‘ৰামায়ণ’, আৰু ‘শ্ৰীকৃষ্ণ’ ধাৰাবাহিক দুখন উপভোগ কৰিলো।

বোৱাৰীয়ে পাকঘৰত ব্যস্ত থকা বাবে নতুন নতুন খাদ্য সম্ভাৰৰ সোৱাদ পালো। পকা বেলৰ চৰ্বত নিয়মীয়াকৈ খাইছো। পানীখাইটীলৈ গৈ পকা বেল আনো। খাবলৈও পৰ্যাপ্ত সময়। আটাইতকৈ বেছি ভাল লাগিছে এইবাবে যে আমি পৰিয়ালৰ সকলোৱে একেলগে বহি হাঁহি-ধেমালিৰে খাদ্য গ্ৰহণ কৰিবলৈ সময় পাইছো। সাধাৰণতে আন সময়ত সকলোৱে কৰ্মব্যস্ত হোৱা বাবে একেলগে বহিবলৈ কাচিৎহে সময় পাইছিলো। ঘৰৰ লগতে হস্পিতালৰ ছাদৰ ওপৰত খেতি কৰিছো। বিভিন্ন ধৰণৰ শাক-পাচলি, জলকীয়া, ফল-মূলৰ গছপুলি ৰুইছো। নিজে সেইবোৰ প্ৰতিপালন কৰিছো।

প্ৰতি সপ্তাহত মই সোণাপুৰলৈ যাওঁ মই। পৰিয়ালৰ সদস্যৰ সতে কিছু সময় কটাও। তলাবন্ধত গৈছো যদিও আগৰ দৰে মুকলি মনেৰে উপভোগ কৰিব পৰা নাই। তদুপৰি মই সদায় ৰোগী চাই ভাল পাওঁ। তলাবন্ধৰ সময়ছোৱাত ৰোগী চাব নোৱাৰাৰ বাবে মনটো বেয়া লাগি আছে। ইয়াৰ মাজতে অতীতৰ বহুতো কথা লিখিবলৈ সময় পাইছো। গাৱঁৰ সেই দিনৰ বহুতো কথা লিখিবলৈ সময় পাইছো। গাৱঁৰ সেই দিনৰ বহু কথাই মানসপটত সজীৱ হৈ আছে।

সেইবোৰ লিপিবদ্ধ কৰিবলৈ সুযোগ পালো। তলাবন্ধৰ সময়ছোৱাত স্বাভাৱিক ভাবেই কৰ্তব্য সম্পাদন কৰিবলৈ আজৰি সময় পাইছো। সাধাৰণতে মই ৰোগী চোৱাৰ লগতে হাস্পতাল, বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ক্ষেত্ৰত চকু দিবলগীয়া হয়। ইয়াৰ মাজতে বিভিন্ন সামাজিক কাম-কাজ কৰিবলৈ বাহিৰলৈ ওলাই যাওঁ। তলাবন্ধৰ বাবে সামাজিক কাম-কাজৰ পৰা আঁতৰি থাকিবলগা হোৱা বাবে বেয়া লাগিছে যদিও ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে আমি সকলোৱে সতৰ্ক হ’বই লাগিব।

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে সকলোৱে চৰকাৰ তথা স্বাস্থ্য বিভাগে আগবঢ়োৱা নীতি নিৰ্দেশনা পালন কৰা উচিত। মই যদিও ৰোগী চোৱা নাছিলো তথাপি বহুতো ৰোগীয়ে মোক ফোন কৰি সুধিছিল, ছাৰ চিকিৎসালয়লৈ বেমাৰ দেখুৱাবলৈ গ’লে ক’ভিড-১৯ হ’ব নেকি?’ হাস্পতাললৈ অহা কোনো ৰোগীৰ লক্ষণ সম্পৰ্কে সন্দেহ কৰিলে চিকিৎসকে মহাবিদ্যালয়লৈ গৈ পৰীক্ষা কৰিবলৈ পৰামৰ্শ আগবঢ়ালে ক্ষুব্ধ হৈ চিকিৎসালয় ত্যাগ কৰা ঘটনাও সংঘটিত হৈছে।

তেওঁলোকৰ মংগলৰ বাবে তথা সকলোকে সুৰক্ষিত কৰি ৰাখিবলৈকে চিকিৎসকে সন্দেহজনক ৰোগীক পৰীক্ষাৰ বাবে পঠিয়াই দিয়া ফলত ৰোগী ক্ষুব্ধ হোৱাৰ কোনো যুক্তি নাই। চিকিৎসকৰ লগতে হাস্পতালৰ প্ৰতিগৰাকী কৰ্মীয়ে সতৰ্কতাৰে কাম-কাজ সম্পাদন কৰিছে। তলাবন্ধৰ মাজতো এইবোৰ কামত সদায় গুৰুত্ব প্ৰদান কৰি আহিছো।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUS
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
International

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d