Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

আকাশবাণীৰ সৈতে খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ সাক্ষাৎকাৰ

publisher by publisher
May 10, 2020
in COVID-19, News
Reading Time: 1 min read
0
আকাশবাণীৰ সৈতে খাদ্য সংসাধন উদ্যোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ সাক্ষাৎকাৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

ASSAM BJP কোন হ’ব ৰাজ্যিক বিজেপিৰ সভাপতি

Two BJP candidates have filed their nominations for the Rajya Sabha elections: ৰাজ্যসভা নিৰ্বাচনৰ বাবে দুই বিজেপি প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

BJP Announces Rajya Sabha Candidate:ৰাজ্যসভাৰ বিজেপিৰ প্ৰাৰ্থী ঘোষণা

‘‘উত্তৰ পূৰ্বাঞ্চলত খাদ্য সংসাধন ক্ষেত্ৰখনৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু ই অঞ্চলটোত বৃহৎ অৰ্থনৈতিক উত্তৰণ তথা নিয়োজনৰ সুবিধা প্ৰদান কৰিব পাৰে’’, খাদ্য সংসাধন উদ্যোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে দেওবাৰে আকাশবাণী গুৱাহাটীকেন্দ্ৰৰ ‘‘প্ৰতিৰোধ’’ শীৰ্ষক এক অনুষ্ঠানৰ সাক্ষাৎকাৰত এইদৰে কয় ৷ লগতে কয় যে খাদ্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা হেতুকে তেওঁৰ মন্ত্ৰালয়ে খাদ্য সংসাধনৰ সকলো উদ্যোগৰ কাৰ্যকলাপ পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে যাতে তলাবন্ধৰ সময়ছোৱাত খাদ্য সামগ্ৰীৰ নাটনি নহয় ৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত খাদ্য সংসাধনৰ সকলো গোটে নিজৰ কাম আৰম্ভ কৰিছে যদিও কিছুমান অঞ্চলত শ্ৰমিকৰ নাটনি হোৱা বাবে কাম আৰম্ভ কৰিব পৰা নাই বুলিও তেওঁ উল্লেখ কৰে ৷

ADVERTISEMENT

উদ্যোগসমূহৰ কাম আৰম্ভ হোৱাটো নিশ্চিত কৰিবলৈ মন্ত্ৰালয়ে ন’ডেল বিষয়া নিযুক্ত কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ খাদ্য সংসাধন উদ্যোগ মন্ত্ৰালয়ে হাতত লোৱা কেইবাটাও প্ৰকল্পৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মন্ত্ৰালয়ে ছিকিমৰ বাহিৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে ১৫০ বিঘা ভূমি এলেকা সামৰি মেগা ফুড পাৰ্ক স্থাপন কৰিবলৈ পৰিকল্পনা হাতত লৈছে ৷ অসমত নলবাৰী জিলাৰ টিহুত ইতিমধ্যেই এই মেগা ফুড পাৰ্কৰ কাম আৰম্ভ হৈছে ৷ এই কথা উল্লেখ কৰি তেওঁ কয় যে এই মেগা পাৰ্কসমূহত প্ৰায় ২০ৰ পৰা ২৫টা গোট থাকিব যাৰ দ্বাৰা পাঁচ হাজাৰ পৰ্যন্ত লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হ’ব ৷

তাৰোপৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত খাদ্য সংসাধনৰ উদ্যোগ স্থাপন কৰিবলৈ বিচৰা যিকোনো উদ্যমী লোকক মন্ত্ৰালয়ৰ তৰফৰ পৰা ৭৫% পৰ্যন্ত ৰাজসাহায্য প্ৰদান কৰা হ’ব ৷ আকাশবাণী গুৱাহাটীৰ সংবাদ সম্পাদক শ্ৰী মানস প্ৰতীম শৰ্মাই গ্ৰহণ কৰা সাক্ষাৎকাৰটোত তেলীয়ে ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰ আৰু জনসাধাৰণৰ মাজত নিকট সমন্বয় স্থাপনৰ জৰিয়তে কেৰেলা চৰকাৰে সাফল্যৰ আৰ্হি দাঙি ধৰা বুলি জানিবলৈ দিয়ে ৷ এই পৰিপ্ৰেক্ষিততে তেওঁ অসমৰ জনসাধাৰণকো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড-১৯ সম্পৰ্কীয় নিৰ্দেশনাসমূহ পালন কৰিবলৈ আহ্বান জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All India Radio GuwahatiRameswar Teli
publisher

publisher

Related Posts

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d