Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য

    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বড়োলেণ্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ গাইদে-হেলেনাৰ স্মৃতিত মাতৃ দিৱস পালন

publisher by publisher
May 12, 2020
in News
Reading Time: 1 min read
0
বড়োলেণ্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ গাইদে-হেলেনাৰ স্মৃতিত মাতৃ দিৱস পালন
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Aabsu Annual Conference : সদৌ অসম বড়ো ছাত্র সন্থাৰ ৫৫সংখ্যক ৰৌতাৰ বাৰ্ষিক অধিৱেশনত

Udalguri : গুদালগুৰিৰ ৰৌতাত উখল মাখল পৰিৱেশ

অবহেলিত শ্বহীদ হৰধন ৰায়ৰ খবৰ ল’বলৈ সময় নাই ভাৰতীয় সেনা বাহিনীৰ

বড়োলেন্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ গাইদে-হেলেনাৰ স্মৃতিত আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী  চৰাইবিলত মাতৃ দিৱস পালন কৰা হয় ৷ নিখিল বড়ো ছাত্ৰ সন্থাৰ যমদুৱাৰ আঞ্চলিক সমিতি আৰু সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ (অবৌফ) কচুগাঁও আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত গোসাঁইগাঁও মহকুমাৰ চৰাইবিলত আয়োজিত অনুষ্ঠানৰ পতাকা উত্তোলন কৰে অবৌফৰ কচুগাঁও আঞ্চলিক সভানেত্ৰী উদাংশ্ৰী নাৰ্জাৰী আৰু শ্বহীদ তৰ্পণ কৰে  কেবিনেট মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মই ৷

ADVERTISEMENT

মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মই বীৰ ছহিদ দুগৰাকীক স্মৰণ কৰি কয় যে “পৃথক বড়োলেণ্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ আছিল গোসাইগাঁও মহকুমাৰ সুৰিবাৰি নিৱাসী  গাইদে বসুমতাৰী আৰু মোথামবিল নিৱাসী হেলেনা বসুমতাৰী ৷ মন্ত্ৰী গৰাকীয়ে লগতে কয় যে, “এবছুৰ উদ্যোগত সৃষ্টি হোৱা পৃথক বড়োলেণ্ড গঠনৰ আন্দোলন  তীব্ৰতৰ হোৱাৰ সময়তে আৰক্ষী প্ৰশাসনে উক্ত আন্দোলনক মষিমূৰ কৰাৰ বাবে বড়ো যুৱক সকলৰ ওপৰত চৰম আতিশাৰ্য চলাইছিল ৷ উক্ত আন্দোলনৰ আত ধৰি ১৯৮৮ চনৰ আজিৰ দিনটোত আৰক্ষী প্ৰশাসনে চৰাইবিলৰ যমদুৱাৰ এলেকাৰ একাংশ নিৰীহ যুৱকক বলপূৰ্বক ভাবে আটক কৰি লৈ যোৱাৰ সময়তে গাইদে বসুমতাৰী আৰু হেলেনা বসুমতাৰীয়ে অসংখ্য মহিলাক লৈ আগ ফালৰ পৰা আৰক্ষীক বাধা প্ৰদান কৰিছিল । তেতিয়া আৰক্ষীৰ গুলি চালনাত গাইদে বসুমতাৰীৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ লগতে আৰক্ষীৰ গুলিত গুৰুতভাৱে আহত হোৱা হেলেনা বসুমতাৰীক চিকিৎসালয়লৈ লৈ যোৱাৰ সময়তে মৃত্যু হয় ৷ ইপিনে মাতৃক হেৰুৱাই গাইদেৰ তিনি মহীয়া কন্যা ৰাম্ভা বসুমতাৰীৰো কিছুদিন পাছতেই মৃত্যু হয় ৷ তেতিয়াৰ পৰাই গাইদে  আৰু হেলেনাক বড়োলেন্ড আন্দোলনৰ প্ৰথম মহিলা শ্বহীদ বুলি ঘোষণা কৰা হয় ৷”

তেওঁলোকৰ স্মৃতিত প্ৰতিবছৰে আজিৰ দিনটো মাতৃ দিৱস হিচাপে পালন কৰা হয় ৷ তেওঁলোকৰ দৰে বড়ো জনগোষ্ঠীৰ অসংখ্য বীৰ-বীৰাঙ্গনাৰ বলিদানৰ ফলত আজি বিটিচি গঠন হৈছে ৷ এনে বীৰ সকল বড়ো জনগোষ্ঠীৰ প্ৰতিগৰাকী লোকৰ আত্মাত চিৰস্মৰণীয় হৈ থাকিব বুলি মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে ৷ আজিৰ অনুষ্ঠানত যুৱ ইউ পি পি এলৰ কেন্দ্ৰীয় সভাপতি সোমনাথ নাৰ্জাৰী, বড়ো সাহিত্যিক ভৱানী বাগলাৰী, কচুগাঁও আঞ্চলিক এবছুৰ সভাপতি অচিন্ত নাৰ্জাৰী আৰু এবছুৰ কেন্দ্ৰীয় সম্পাদিকা ৰংগীনা বৰগৱাৰী  সহ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BodolandPramila Rani Brahma
publisher

publisher

Related Posts

এক অক্টোবৰৰ পৰা বৃদ্ধি পাব ৱাশ্বিং মেচিন-এচি-টিভিসহ বৈদ্যুতিন সামগ্ৰীৰ মূল্য
India

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d