Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসমে পুনৰ দুসপ্তাহ তলাবন্ধ বৃদ্ধি বিচাৰিছেঃ সৰ্বানন্দ সোনোৱাল

publisher by publisher
May 16, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
ক্ষুদ্ৰ চাহ বাগিছাসমূহতো সামাজিক দূৰত্ব বজাই পাত তোলাৰ অনুমতি দিয়া হৈছে-মুখ্যমন্ত্ৰী সোনোৱাল
1
SHARES
11
VIEWS
ShareShareShareShare

তলাবন্ধৰ ফলত বহিঃৰাজ্যৰ পৰা উভতি অহা অসমৰ যুৱকসকলক সম্পদৰূপে ব্যৱহাৰ কৰি বিভিন্ন ক্ষেত্ৰত নিয়োগ কৰা হ’ব ৷এক সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে ইতিমধ্যে উভতি অহা আৰু উভতি আহিবলগীয়া সকলোকে অসম চৰকাৰে দক্ষ শক্তিৰূপে গণ্য কৰিছে ৷যদি উভতি অহা কোনোবা ঘূৰি নাযায় তেন্তে সেইসকলক চৰকাৰে অসমত নিয়োগ কৰাৰ ব্যৱস্থা কৰিব। লগতে মুখ্যমন্ত্ৰীয়ে কয়”তেওঁলোক আমাক সম্পদ ৷

ADVERTISEMENT

মই আমাৰ কৌশল বিকাশ তথা উদ্যোগ মন্ত্ৰীৰ লগত কথা পাতিছো ৷সুভাষ দাস কমিটীয়েও আমাক এই ক্ষেত্ৰত পৰামৰ্শ দিব ৷সেইমতে অসম চৰকাৰ আগবাঢ়িব ৷কিন্তু তেওঁলোকক কৃষিভিত্তিক উদ্যোগত নিয়োজিত কৰাত অগ্ৰাধিকাৰ দিয়া হ’ব ৷অৱশ্যে কিমান লোক উভতি আহিব তাৰ হিচাপ প্ৰক্ৰিয়াটোৰ অন্ত পৰিলেহে ওলাব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে কনফেডাৰেছন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজৰ প্ৰতিবেদন মতে তলাবন্ধৰ ফলত অসমৰ উদ্যোগ খণ্ডটোৰ প্ৰতিদিনে এহেজাৰ কোটিকৈ লোকচান হৈছে। অৱশ্যে এই ক্ষতি পূৰাবলৈ চৰকাৰ সক্ষম হ’ব বুলি তেওঁ দাবী কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২০ লাখ কোটি টকাৰ দ্বাৰা অসম সফল হ’ব মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ।

RelatedPosts

Dibrugarh:ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ বৃহৎ ৰেলীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সবানন্দ সোণোৱালৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

Kochi:অভ্যন্তৰীণ জলপথ উন্নয়ন পৰিষদে ভাৰতৰ অন্তর্দেশীয় জলপথসমূহত সেউজ গতিশীলতা প্ৰদানৰ উপৰি মালবাহী পৰিবহণ আৰু নদী পর্যটনক আগুৱাই নিবলৈ ১,৫০০ কোটি টকাৰো অধিক প্ৰকল্পত অনুমোদন

মুখ্যমন্ত্ৰী সোনোৱালে কয় যে সতৰ্কতাৰ লগত অৰ্থনৈতিক কাম কাজো চলিব ৷সেই কাৰণে অসম চৰকাৰে আৰু দুসপ্তাহ তলাবন্ধ বিচাৰিছে ৷সমান্তৰালভাৱে উন্নয়নমূলক কাম কাজো চলিব। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিত ভাবে জনোৱা বুলি কয় সোনোৱালে ৷প্ৰধানমন্ত্ৰীৰ প্ৰসংগতে সোনোৱালে কয়” আমি ক’ভিড ১৯ ৰ বিৰুদ্ধে মুক্ত হ’বলৈ প্ৰত্যেকেই যুঁজিছো ৷

প্ৰধানমন্ত্ৰীয়ে আমাক সাহস দিছে ৷তেওঁ দৰিদ্ৰৰ বন্ধু ৷তেওঁ যি কয় নিষ্ঠাৰে পালন কৰে ৷প্ৰধানমন্ত্ৰীৰ ঘোষণাত অসমক আগবঢ়াই নিয়াৰ সুযোগ আমালৈ আহিছে। এই বিষয়ে কেন্দ্ৰৰ লগত কথা পাতিছো ৷অসম চৰকাৰেও নিজৰ দায়িত্ব সৰ্বোৎকৃষ্ট ৰূপত পালনৰ চেষ্টা অব্যাহত ৰাখিছে আৰু সেইবাবে অসমৰ বাহিৰে ভিতৰে কোনো লোক যাতে ভোকত থাকিব নালাগে তাৰ কাৰণে আঁচনি তৈয়াৰ কৰিছে ।আনহাতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ থলুৱা উদ্যোগ সমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ ৰাইজক আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUSSarbananda Sonowal
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d