Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তলাবন্ধৰ অনুভৱঃ ড° উপেন ৰাভা হাকাচাম

publisher by publisher
May 16, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱঃ ড° উপেন ৰাভা হাকাচাম

????????????????????????????????????

4
SHARES
42
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

সমগ্ৰ বিশ্বত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ ।নতুনকৈ সংক্ৰমিত হৈ ভাৰতবৰ্ষত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰালৈকে প্ৰথমাৱস্থাত গাত লগা নাছিল। কিন্তু তলাবন্ধ ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ পাছতে গোটেই বিষয়টোক লৈ শংকিত হৈ পৰিলো ।তলাবন্ধৰ প্ৰথম সপ্তাহটোত খোৱা বোৱাৰ বাহিৰে একোৱে কৰিব পৰা নাছিলো ৷সদায় হাতত কলম লোৱা মানুহজনে লেখা মেলাৰ ক্ষেত্ৰত মন কাণ নিদিয়া দেখি পৰিবাৰকে ধৰি ঘৰৰ আটায়ে কিছু পৰিমাণে চিন্তিত হৈ পৰিছিল ।

ADVERTISEMENT

মোৰ এনে অস্বাভাৱিক আচৰণৰ বিষয়ে মুকলিকৈ পৰিয়ালৰ সদস্য সকলে একো কোৱা নাছিল যহিও মোক লেখা মেলা কৰিবলৈ তেওঁলোকে উৎসাহ যোগাইছিল ৷যি কি নহওক কৰ’না ভাইৰাছক কেন্দ্ৰ কৰি মনৰ মাজত সৃষ্টি হোৱা ভয় শংকা,দুশ্চিন্তাবোৰ একাষৰীয়া কৰি থৈ পূৰ্বৰ দৰে হাতত কলম তুলি ল’লো ৷আৰু অৱসৰ গ্ৰহণৰ পাছত কৰিম বুলি ভাবি থকা কামটো তলাবন্ধৰ সময়তে কৰাৰ পৰিকল্পনা যুগুত কৰি হাতে কামে লাগি গ’লো ৷ বিশেষকৈ ভাষা বিজ্ঞানৰ এজন ছাত্ৰ হিছাপে অসমীয়া ভাষাত ক’ব নোৱাৰাকৈয়ে ব্যৱহাৰ হোৱা ইংৰাজী শব্দবোৰক সামৰি ব্যৱহাৰিক সমকালীন অসমীয়া শব্দকোষ প্ৰস্তুতৰ কামত নিজকে নিয়োজিত কৰিলো এই সময়ছোৱাত ৷বেছ কিছুদিন ধৰি কৰ’না ভাইৰাছ সম্পৰ্কীয় বা বাতৰিয়ে সৰ্বাধিক হাৰত স্থান পাইছে সংবাদ মাধ্যমত ৷

এই বা বাতৰিবোৰত সঘনাই ব্যৱহৃত হোৱা “ছেনিটাইজড”,ছেনিটাইজাৰ,মাস্ক,আইছ’লেছন,কোৱাৰেন্টাইন,কনটেইনমেন্ট জ’ন,তলাবন্ধ,ৰেড জ’ন,অৰেঞ্জ জ’ন,গ্ৰীণ জ’ন,পি পি ই কিট,কৰ’না পজিটিভ,কৰ’না নিগেটিভ আদি শব্দবোৰ দেখি শুনিয়ে প্ৰায় ১০ বছৰ পাছত কৰিম বুলি ভাবি লোৱা কামটো আৰম্ভ কৰিলো ।ইতিমধ্যে ইয়াৰ ৫০ শতাংশ কাম প্ৰায় সম্পূৰ্ণ হৈছে ।এইখিনিতে উনুকিয়াই থোৱা ভাল হ’ব যে আজিকালি বেছিভাগ লেখা মেলা কম্পিউটাৰতে সম্পন্ন কৰা হয়। প্ৰতি বছৰে “শিক্ষক দিৱস”ত ছাত্ৰ ছাত্ৰীসকলে আমাক কলম উপহাৰ দিয়ে ৷এই কলমবোৰ উলিয়াই প্ৰতিদিনে নতুন নতুন শব্দবোৰ সন্নিৱিষ্ট কৰি ১০-২০ পৃষ্ঠাকৈ লিখি গৈছো ৷

এটা সময়ত উপহাৰ হিচাপে পোৱা কলমবোৰৰ চিয়াঁহী শেষ হ’ল। ঘৰৰ অ’ত ত’ত পৰি থকা কলম বোৰৰ জৰিয়তে কাম চলাই থকাৰ সময়তে চৰকাৰে দোকান খোলাৰ অনুমতি দিলে। তেতিয়া খোলা দোকান সমূহৰ পৰাই কলম বিচাৰি আনি লেখা মেলা অব্যাহত ৰাখিছো ৷এই মুহুৰ্তত মোৰ বাবে আশাব্যঞ্জক হৈ পৰিছে তলাবন্ধৰ সময়ছোৱা। কৰ’না ভাইৰাছৰ সময়তে মোৰ আটাইতকৈ প্ৰিয় বিষয় ভাষাৰ ওপৰত অধিক মনোনিৱেশ কৰিছো ৷

এই মুহূৰ্তলৈকে কৰ’না ভাইৰাছৰ লগত সম্পৰ্ক নথকা আন বহু শব্দ পাইছো। অথচ এই শব্দসমূহৰ প্ৰচলন ইমানেই বেছি হৈছে যে তাৰ আভিধানিক অসমীয়া অৰ্থ উলিয়াই ব্যৱহাৰ কৰিলেও মানুহে ভালদৰে বুজি নাপাব অথবা সঠিকভাৱে বুজাব পৰা নাযাব ৷মোৰ দৰে বহু ব্যক্তিয়ে এই সময়ছোৱাত নিজৰ নিজৰ প্ৰিয় বিষয়ৰ ওপৰত চৰ্চা কৰিছে ৷এনে ধাৰাবাহিকতাই সকলোৰে মন সজীৱ কৰি ৰাখে ৷অৱশ্যে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ সকলোৱে সাৱধান হৈ চলাৰো অভ্যাস গঢ়ি তুলিব লাগিব ।

সাৱধানতাৰ মৰণ নাই ।তাৰ বাবে অযথা দুশ্চিন্তা কৰি থাকিলে নানা ধৰণৰ উপসৰ্ই শৰীৰত দেখা দিব ৷এনে উপসৰ্গসমূহৰ ক্ৰিয়া প্ৰতিক্ৰিয়াত দুৰ্বল হৈ পৰিব পাৰে মানুহৰ শৰীৰ। সেয়েহে যাৰ যি দুৰ্বলতা অথবা নিচা আছে তাক কামত খটুৱাই বিন্দাছ জীৱনটো উপভোগ কৰক৷ তলাবন্ধৰ সময়ত মই মোৰ জীৱনতো উপভোগ কৰিছো। অন্ততঃ এতিয়া মৰিলেও মোৰ আক্ষেপ নাই তলাবন্ধত এনেয়ে নাথাকি কিবা এটা কৰি থৈছো বা কৰি আছো,যি মোৰ মৃত্যুৰ পাছত হ’লেও প্ৰকাশ পালে ৰাইজৰ,দহৰ কামত লাগিব ৷মৰিম মৰিম বুলি ভাবিলে মৰণ চমু চাপি আহিব ৷কৰ’নাক আমি চিনি লৈছো,চিনি ল’ম আৰু তাৰ স’তে সহবাস কৰি যাম ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ASSAM CORONA VIRUSCorona VirusCovid-19Dr Upen Rabha Hakasamlock down
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d