Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দিবাং প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিলে অৰুণাচলে

publisher by publisher
July 5, 2020
in Assam, News
Reading Time: 1 min read
0
দিবাং প্ৰকল্পৰ বাবে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিলে অৰুণাচলে
1
SHARES
13
VIEWS
ShareShareShareShare

গেৰুকামুখৰ নামনি সোৱণশিৰিকে ধৰি অৰুণাচলত নিৰ্মীয়মান আৰু নিৰ্মাণৰ তৎপৰতা অব্যাহত থকা বৃহৎ নদীবান্ধকেইটাৰ বিৰুদ্ধে অসমত দীৰ্ঘদিনৰ পৰা ব্যাপক প্ৰতিবাদ চলি  আহিছে ৷ তাৰ বিপৰীতে নিৰ্মাণ কাৰ্য ক্ষিপ্ৰ গতিত আগবঢ়াবলৈ তৎপৰতা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শক্তি মন্ত্ৰ্যালয়ক হেঁচা দিছে অৰুণাচল চৰকাৰে । বিশেষকৈ দুহেজাৰ শক্তি সম্পন্ন নামনি সোৱণশিৰি আৰু প্ৰস্তাৱিত ২৮৮০ মেগাৱাট শক্তি সম্পন্ন দিবাং বহুমুখী প্ৰকল্প দুটাৰ কাম ক্ষিপ্ৰ গতিত আগবঢ়োৱাৰ বাবে ৰাজ্যখনৰ চৰকাৰ শক্তি মন্ত্ৰণালয়ৰ দ্বাৰস্থ হৈছে ৷ এই ক্ষেত্ৰত অসম চৰকাৰৰো  সহযাগিতা বিচাৰিছে অৰণাচলে ৷

ADVERTISEMENT

উল্লেখযোগ্য যে শেহতীয়াকৈ অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী তথা শক্তি বিভাগৰো দায়িত্ব থকা মন্ত্ৰী চৌনা মেইনে শক্তি বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰ কে সিঙক ইয়াৰ বাবে আৰ্হি দিয়ে। বিশেষকৈ উক্ত দুটা বৃহৎ প্ৰকল্পৰ কাম ক্ষিপ্ৰতাৰে আগবঢ়াই শেষ কৰিবলৈ যে অৰুণাচল চৰকাৰ আগ্ৰহী সেই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীজনক অৱগত কৰা হয় ৷ উপ মুখ্যমন্ত্ৰী মেইনে লগতে কয় যে অৰুণাচলত চৰকাৰে ১৩৫ টা ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে আগবাঢ়িছে ৷ ইয়াৰ জৰিয়তে ৩৫৬ মেগাৱাট বিদ্যুত উৎপাদনৰ লক্ষ্য লোৱা হৈছে । বিদ্যুত উৎপাদনত আত্মনিৰ্ভৰ হোৱাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পৰিকল্পনাৰ কনচেপ্ট পেপাৰ শক্তি মন্ত্ৰণালয়ত দাখিল কৰা হৈছে ।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

উল্লেখযোগ্য যে দিবাং প্ৰকল্পটোৰ ফলত অসমৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি নামনিৰ বৃহৎ অংশ ধ্বংস হোৱাৰ আশংকা ৰাজ্যখনৰ বিভিন্ন দল সংগঠনে কৰিছে ৷ সেয়েহে প্ৰস্তাৱিত এই প্ৰকল্পটো বন্ধ কৰাৰ দাবী অসমত উঠিছে। তাৰ বিপৰীতে অৰুণাচলে আৰম্ভ কৰিছে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰু এই ক্ষেত্ৰত ৰাজ্যখন ইতিমধ্যে বহুদূৰ আগবাঢ়িছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ARUNACHAL PRADESHAssamDibang project
publisher

publisher

Related Posts

Life imprisonment:নিজ দুই কন্যা শিশুক হত্যা কৰা জন্মদাত্ৰী মাতৃক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত
News

April 24, 2026
অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d