Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

সুশান্তৰ আত্মহত্যাৰ নতুন তথ্য

publisher by publisher
July 21, 2020
in India, News
Reading Time: 1 min read
0
অৱশেষত গংগাত মিলি গ’ল সুশান্ত সিং ৰাজপুত
1
SHARES
6
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত সোমবাৰে মুম্বাইৰ পুলিচে অভিনেতাগৰাকীৰ মনোৰোগ চিকিৎসক ড° পাৰবীন টৰাইছৰ মতামত লয় ৷ বান্দ্ৰা পুলিছ ষ্টেশ্যনত প্ৰায় পাঁচ ঘন্টা জুৰি চলা বাৰ্তালাপত চিকিৎসক পাৰবীনে কয় যে তেওঁৰ ওচৰলৈ ২০১৮ ত সুশান্ত চিকিৎসাৰ কাৰণে৷আহিছিল ৷ কিন্তু কাউন্সিলিং ভাল নোহোৱাৰ কাৰণে চিকিৎসক পাৰবীনৰ লগত কথাৰ কটাকটি ঘটি আধাতে ট্ৰীটমেন্ট এৰি দিয়ে ৷ আৰক্ষীয়ে সুশান্তৰ কাউন্সিলিং ষ্টেশ্যন, সুশান্তে সন্মুখীন হোৱা অসুবিধা সমূহৰ লগতে ঔষধৰ কথা চিকিৎসক পাৰবীনৰ পৰা জানিব বিচাৰে ৷ কিন্তু সুশান্ত বহু কেইজন মনোৰোগ চিকিৎসকৰ ওচৰলৈ গৈছিল ৷

ADVERTISEMENT

আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মতে ২০১৯ ৰ নবেম্বৰৰ পৰা সুশান্তে নিজৰ চিকিৎসা আৰম্ভ কৰে ৷ আৰক্ষীৰ স’তে হোৱা বাৰ্তালাপত আন এগৰাকী মনোৰোগ চিকিৎসকে কয় যে সুশান্ত বায়’প’লাৰ ডিছঅ’ডাৰত ভূগি আছিল । আন এগৰাকী চিকিৎসকে সুশান্তৰ জীৱনটো বহু ঘাত প্ৰতিঘাটেৰে পৰিপূৰ্ণ বুলি কয় যদিও অভিনেতা গৰাকী কি এনে দুখ আছিল সেই বিষয়ে জ্ঞাত নাছিল চিকিৎসকজন ৷ ইফালে সততে শুনি অহা বায়’প’লাৰ ডিচঅ’ৰ্ডাৰ হৈছে এটা মানসিক ৰোগ ৷এই ৰোগত মানুহৰ আচৰণ সলনি হয় ৷ ৰোগীয়ে আশা পাশে থকা লোকসকলক বিশ্বাসত ল’বলৈ এৰি দিয়ে ৷

চিকিৎসকৰ মতে সুশান্তেও যিকোনো চিকিৎসকৰ ওচৰলৈ এবাৰ বা দুবাৰহে গৈছিল ৷ সম্ভৱত বাইপ’লাৰ ডিছঅ’ডাৰৰ কাৰণে যিকোনো চিকিৎসকক বিশ্বাসত ল’ব পৰা নাছিল সুশান্তে ৷ প্ৰত্যেকজন চিকিৎসকৰ স’তে আৰক্ষীৰে স’তে হোৱা কথা বতৰা এই কথা পোহৰলৈ আহিছে যে সুশান্তে সময়মতে ঔষধ লোৱা নাছিল । আনহাতে তলাবন্ধৰ সময়ত সুশান্তে ফোনতেই চিকিৎসকৰ লগত কথা পাতি পৰামৰ্শ লৈছিল ৷

উল্লেখযোগ্য যে বলীউডৰ অভিনেতা ৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুতে ১৪ জুনত মুম্বাইস্থিত বাসগৃহত আত্মহত্যা কৰে৷ মৰণোত্তৰ পৰীক্ষাত সুশান্তে আত্মহত্যা কৰিছে বুলি প্ৰমাণ হ’লেও এতিয়াও এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ কাৰণ সকলোৰে এটাই প্ৰশ্ন ইমান প্ৰতিভাৱান এজন অভিনেতাই শেষত এনেধৰণৰ এটা চৰম সিদ্ধান্ত কিয় ল’লে? এই পৰ্যন্ত সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত মুম্বাইৰ পুলিচে চিকিৎসক,অভিনেতাজনৰ ঘৰৰ কৰ্মচাৰী, বলীউডৰ প্ৰযোজক, পৰিচালক, গাৰ্ল ফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীকে আদি কৰি প্ৰায় ৪০ জন লোকক জেৰা কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODSushant Shing Rajput
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d