Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

শ্ৰীদেৱীৰ মৃত্যু সন্দৰ্ভত নীৰৱ ভগ্নী শ্ৰীলতা

publisher by publisher
August 27, 2020
in News
Reading Time: 1 min read
0
শ্ৰীদেৱীৰ মৃত্যু সন্দৰ্ভত নীৰৱ ভগ্নী শ্ৰীলতা
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

যাদুকৰী হাঁহি আৰু মন চুই যোৱা অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান ল’বলৈ সক্ষম হোৱা অপৰূপ সৌন্দৰ্যৰ অধিকাৰী বলিউদৰ অভিনেত্ৰী শ্ৰীদেৱীয়ে খুব কম বয়সতে খোজ দিছিল অভিনয় জগতত । শিশুশিল্পী হিচাপেই অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল শ্ৰীদেৱীয়ে ।

ADVERTISEMENT

Sridevi no more 10 UNSEEN childhood pics of the legend which establish her greatness as an evergreen artiste 9

প্ৰথমে অভিনয়ৰ কামত শ্রীদেৱীক তেখেতৰ মাতৃয়ে সংগ দিছিল যদিও পাছলৈ লগত গৈছিল তেখেতৰ ভগ্নী শ্ৰীলতা। শ্বুটিঙৰ হিচাপৰ পৰা আৰম্ভ কৰি শ্ৰীদেৱীৰ আয়, ব্যয়ৰ হিচাপ ৰাখিছিল শ্রীলতাই। ক’বলৈ গ’লে ব্যৱহাৰিকভাৱে অভিনয়ৰ লগত জড়িত শ্রীদেৱীৰ প্ৰায় সকলোবোৰ কামৰ তদাৰক কৰিছিল শ্ৰীলতাই।

dc Cover bsnudco08r3igtj44duecnr7m4 20180309232131.Medi

অৱশ্যে ভগ্নীৰ যোগদানৰ কথাও শ্রীদেৱীয়ে বহু সাক্ষাৎকাৰত স্বীকাৰ কৰিছে । সময়ৰ লগে লগে বলিউডত শ্রীদেৱীৰ জনপ্ৰিয়তা লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিছিল । বলিউদৰ প্ৰথমগৰাকী চুপাৰষ্টাৰ নায়িকা হিচাপে পৰিচিত হৈছিল শ্রীদেৱী, যিয়ে অকলেই যিকোনো ছবিৰ সফলতা কঢ়িয়াই আনিব পাৰে । সেইসময়তে অভিনেত্ৰীগৰাকীৰ কাম-কাজসমূহ তদাৰক কৰিবৰ বাবে এই ক্ষেত্ৰখনৰ লগত বহু লোকৰ আগমন ঘটিছিল । তেওঁলোকৰ পৰা বিভিন্ন সময়ত সহায়ো লৈছিল শ্ৰীদেৱীয়ে। পৰিণামস্বৰূপে শ্ৰীদেৱীৰ কাম-কাজ আৰু গুৰুত্ব কিছুপৰিমাণে কমি গৈছিল ।

5c0b898bb8106sridevi srilatha8

ইয়াৰ পাছতে ১৯৮৯ত ৰাজনৈতিক নেতা সঞ্জয় ৰামস্বামীৰ লগত শ্ৰীলতাৰ বিবাহ সম্পন্ন হয় । বিয়াৰ পাছত শ্ৰীলতা নিজৰ পাৰিবাৰিক জীৱনত ব্যস্ত হৈ পৰে। ১৯৯০ত শ্ৰীদেৱীয়ে লণ্ডনত ‘লমহে’ ছবিখনৰ শ্বুটিং চলি থকাৰ সময়তে ভাৰতত পিতৃৰ মৃত্যু ঘটে । শ্বুটিঙৰ ব্যস্ত সময়খিনিৰ মাজতে শ্ৰীদেৱীয়ে কেৱল এটা দিনৰ বাবে আহিছিল । তেখেতৰ ভগ্নীয়ে পিতৃৰ শ্ৰাদ্ধৰ বাকী সকলো কামৰ তদাৰক কৰিছিল ।

তাৰ পিছতে ১৯৯৫ত শ্রীদেৱীয়ে মাতৃক হেৰুৱায়। এই সময়খিনিতে তেওঁলোক দুয়োগৰাকীৰ সম্পৰ্কত ফাঁট মেলিবলৈ আৰম্ভ কৰে। ইয়াৰ কাৰণ আছিল সম্পত্তি। শ্রীদেৱীয়ে দাবী কৰা মতে, মুম্বাই আৰু চেন্নাইত অধিকাংশ সম্পত্তি ক্ৰয় কৰিছিল মাকে।

শ্ৰীদেৱীয়ে কৰা অভিযোগ অনুসৰি, শ্ৰীলতাৰ স্বামী ৰামস্বামীৰ কথা মতেই তেখেতৰ ভগ্নীয়ে সম্পত্তিৰ বাবে শ্ৰীদেৱীলৈ আইনী ন’টিছ পঠিয়াইছিল । সম্পৰ্কত ইমানেই ফাট মেলিছিল যে, ১৯৯৬ত শ্রীদেৱীৰ বনি কাপুৰৰ সৈতে হোৱা বিবাহ অনুষ্ঠানত অনুপস্থিত থাকে শ্ৰীলতা। উল্লেখ্য যে, বিয়াৰ পাছত বনি কাপুৰৰ পৰিয়ালে বহুদিন পৰ্যন্ত ধৰি তেওঁলোকৰ বিবাহক স্বীকাৰ কৰা নাছিল ।

indian celebrities wedding pics 13445964100

ইয়াৰ উপৰিও প্ৰায় ২০বছৰ ধৰি দুয়োগৰাকী ভগ্নীৰ মাজত কোনো সম্পৰ্ক নাছিল । আনকি দুয়োগৰাকীৰ মাজত কোনো কথা-বাৰ্তাও হোৱা নাছিল । ২০১৩ত শ্ৰীদেৱীক পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰা হয়। সেই বছৰটোতে দুয়ো পুনৰ লগ হয় ।

samaan5

২০১৮ৰ ফেব্ৰুৱাৰী মাহত ডুবাইত ফেব্ৰুৱাৰী মাহত ডুবাইত আকস্মিকভাৱে মৃত্যু হৈছিল অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ সময়ত শ্ৰীলতা ডুবাইতে আছিল বুলি কোনো এক সূত্ৰৰ পৰা জানিব পৰা গৈছিল । কিন্তু, শ্ৰীদেৱীৰ মৃত্যুৰ সন্দৰ্ভত শ্ৰীলতাই মুখ বন্ধ ৰাখিছিল । আনকি শ্ৰীদেৱীৰ মৃত্যুৰ পাছত চেন্নাইত হোৱা প্ৰাৰ্থনাসভাতো চামিল হোৱা নাছিল শ্ৰীলতা।

শ্ৰীদেৱীৰ মৃত্যুৰ সন্দৰ্ভত বহু প্রশ্ন উত্থাপন হয় । কিন্তু আশ্চৰ্যজনক কথাটো হ’ল, এই ঘটনাৰ পাছত শ্ৰীলতাই সংবাদমাধ্যমৰ পৰা নিজকে সম্পূৰ্ণ আঁতৰাই ৰাখে । অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ প্ৰসংগত একেবাৰে নীৰৱ হৈ পৰে শ্ৰীলতা । ইয়াৰ পাছতে চেন্নাইৰ বাসগৃহটোৰ স্বত্বাধিকাৰী হয় শ্ৰীলতা।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BOLLYWOODSrideviSrilatha
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d