Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

    বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

    Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

হাজোৰ ৰাজীৱ ভৱন লণ্ড ভণ্ড:ইতিহাস হ’ল ৰাজীৱ ভৱন

publisher by publisher
August 27, 2020
in Assam, News, Politics
Reading Time: 1 min read
0
হাজোৰ ৰাজীৱ ভৱন লণ্ড ভণ্ড:ইতিহাস হ’ল ৰাজীৱ ভৱন
2
SHARES
22
VIEWS
ShareShareShareShare

সদ্য পদত্যাগী কংগ্ৰেছ নেতা দুলু আহমেদে নিজা ধনেৰে নিৰ্মাণ কৰি দিয়া হাজো ব্লক কংগ্ৰেছৰ মূখ্য কাৰ্যালয় ‘ৰাজীৱ ভৱন’ আজি লণ্ড ভণ্ড কৰে হাজোৰ একাংশ ক্ষোভিত কংগ্ৰেছ কৰ্মীয়ে। দুলু আহমেদৰ বিশ্বস্ত সহযোগী হিছাপে পৰিচিত হাজো ব্লক কংগ্ৰেছৰ সভাপতি পদৰ আসনৰ পৰা জীতেন্দ্ৰ ভৰালীক অপসাৰণ কৰি ৰুবুল আলীক হাজো ব্লক কংগ্ৰেছৰ সভাপতি পদত অসম প্ৰদেশ কংগ্ৰেছে অধিষ্ঠিত কৰাত জাঙুৰ খাই উঠিছে হাজোৰ গৰিষ্ঠ সাংখ্যক কংগ্ৰেছ কৰ্মী তথা সমৰ্থক। যাৰ ফলশ্ৰুতিত হাজোৰ ‘ৰাজীৱ ভৱন’ আজিৰে পৰা হৈ পৰিল কেৱল ইতিহাস।

ADVERTISEMENT

উল্লেখ্য যে,নেতৃত্বৰ প্ৰতি তীব্ৰ ক্ষোভ উজাৰি এক প্ৰকাৰ কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হোৱা বিগত বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দুলু আহমেদে পৰাজিত হিয়া স্বত্বেও থমকি নৰৈ অতি নিষ্ঠাৰে হাজোত দলীয় কাম-কাজ চলাই গৈছিল।বিভিন্ন জন হিতকৰ কাম-কাজেৰে হাজোৰ সৰ্বসাধাৰণ ৰাইজৰ মাজত সোমাই পৰা দুলু আহমেদে আগন্তুক বিধান সভা নিৰ্বাচনত দলীয় টিকট পালেই নিশ্চিত ভাৱে জয়ৰ সোৱাদ পাব বুলিয়েই খোদ শাসকীয় দলৰ নেতা-কৰ্মীয়েও ভাবিবলৈ লৈছিল।

RelatedPosts

‘জুবিনদা বিহীন বহাগ বিহু আত্মাবিহীন শৰীৰৰ দৰে’তেজপুৰত সংবাদমেলত ক’লে পৱন খেৰাই

Pratik Bordoloi:পিতৃৰ পদাংক অনুকৰণ নকৰি কংগ্ৰেছতে থকাৰ সিদ্ধান্ত প্ৰদ্যুৎ তনয় প্ৰতীক বৰদলৈৰ

Congress -:Raijor Dal:যৱনিকা পৰা নাই কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতা ! 

তেনে সময়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ সৈতে আৰম্ভ হোৱা সংঘাতৰ পৰিণতিত অন্যায়মূলকভাবে দলৰ পৰা নিলম্বিত হ’বলগীয়াত পৰে দুলু আহমেদ। অৱশ্যে বিগত ১৩ মাহে দলৰ পৰা নিলম্বন হৈ থাকিও দুলু আহমেদে হাজো সমষ্টি জুৰি অতি নিষ্ঠাৰে সাংগঠনিক কাম-কাজ চলাই নি কংগ্ৰেছ দলৰ ভেটি মজবুত কৰিছিল। কিন্তু এক এৰাব নোৱাৰা পৰিস্থিতিত দুলু আহমেদে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ পাছতেই অভিভাৱক হীন হৈ পৰে হাজোৰ কংগ্ৰেছী শিবিৰ।

ইয়াৰ পাছতে এক নিৰ্দেশনা যোগে দুলু আহমেদৰ বিশ্বস্ত সহযোগী হাজো ব্লক কংগ্ৰেছৰ সভাপতি জীতেন্দ্ৰ ভৰালীক অপসাৰণকৰি ৰুবুল আলীক হাজো ব্লক কংগ্ৰেছৰ সভাপতি পদত অসম প্ৰদেশ কংগ্ৰেছে অধিষ্ঠিত কৰাত জাঙুৰ খাই উঠে গৰিষ্ঠ সংখ্যক কংগ্ৰেছ নেতা-কৰ্মী।তাৰেই পৰিপ্ৰেক্ষিতত আজি দুপৰীয়া ক্ষুব্ধ একাংশ কংগ্ৰেছ কৰ্মী হাজোৰ বৰুৱাবাৰীস্থিত ৰাজীৱ ভৱনত সমবেত হৈ এফালৰ পৰা ৰাজীৱ ভৱনৰ কংগ্ৰেছী হাৰ্ডিঙ- বেনাৰ -পোষ্টাৰ ফালি-ছিঙি লণ্ড-ভণ্ড কৰাৰ লগতে দুলু আহমেদৰ দৰে নেতাক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, কংগ্ৰেছী নেতা ৰকিবুল হুছেইনৰ প্ৰতিকৃতি দাহ কৰি মূর্দাবাদ ধ্বনিৰ পৰিবেশ উত্তাল কৰি তোলে।ক্ষুব্ধ কৰ্মীসকলে ৰাজীৱ ভৱনৰ মূল প্ৰৱেশ দ্বাৰত তলা লগাই দিয়ে।

কেৱল সিমানেই নহয়,হাজো ব্লক কংগ্ৰেছ সভাপতি জীতেন্দ্ৰ ভৰালী,হাজো ব্লক মহিলা কংগ্ৰেছ পুতুলী মহন্ত সহ অন্যান্য ভাতৃপ্ৰতিম কেবাটাও সংগঠনৰ ভালেমান নেতা -কৰ্মীয়ে সমূহীয়া পদত্যাগৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ প্ৰতি মনৰ ক্ষোভ উজাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam CongressHajo
publisher

publisher

Related Posts

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ
News

অসমত এনৰেগাৰ ব্যৰ্থতাৰ অভিলেখ

April 24, 2026
বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে
News

বাংলাদেশতকৈও শোচনীয় অৱস্থা ভাৰতৰ : জনমূৰি জিডিপিত চেৰ পেলালে

April 24, 2026
Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
News

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

April 24, 2026
Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d