Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পাঁচ বছৰৰ পাছত পুনৰ প্ৰকাশিত হ’ব হজৰত মহম্মদৰ কাৰ্টুন

publisher by publisher
September 3, 2020
in News
Reading Time: 1 min read
0
পাঁচ বছৰৰ পাছত পুনৰ প্ৰকাশিত হ’ব হজৰত মহম্মদৰ কাৰ্টুন
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

বিমান যাত্ৰাত হঠাতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক চৰ শোধালে পত্নীয়ে 

France : সন্তানৰ ফটো সামাজিক মাধ্যমত দিলেই হ’ব শাস্তি

Splitting Killer Charles Sobhraj : শীৰ্ঘেই কাৰাগাৰৰ পৰা মুক্তি পাব ‘বিকিনি কিলাৰ’ চাৰ্লছ শোভৰাজ !

হজৰত মহম্মদৰ ব্যংগচিত্ৰ প্ৰকাশৰ বাবে ফ্ৰান্সৰ জনপ্ৰিয় কাৰ্টুন আলোচনী ‘চাৰ্লিএবদো’ আলোচনীখনে পাঁচ বছৰৰ পূৰ্বে ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হ’বলগীয়া হৈছিল । এতিয়া সেই ভয়ানক স্মৃতি আঁতৰাই থৈ ফৰাচী আলোচনীখনে নিজস্ব পদ্ধতিৰেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিব ।আলোচনীখনৰ কৰ্তৃপক্ষই এই কথা সদৰী কৰিছে । চলিত সপ্তাহৰ পৰাই তেওঁলোকে পুনৰ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক মহম্মদৰ কাৰ্টুন চিত্ৰ প্ৰকাশ কৰিব ।

ADVERTISEMENT

ফৰাচী ‘চাৰ্লি এবদো’ৰ কৰ্ণধাৰ লৰেন ৰিচে কয় যে এয়াই হ’ব সন্ত্ৰাসবাদৰ বিৰুদ্ধে উভতি থিয় দিয়াৰ প্ৰকৃত পথ । ২০১৫ ৰ জানুৱাৰীত আলোচনীখনত হজৰত মহম্মদৰ ব্যংগচিত্ৰ প্ৰকাশৰ অভিযোগত সৰৱ হৈছিল ইছলামধৰ্মী লোকসকল । সেই অভিযোগতে ২০১৫ৰ সাত জানুৱাৰীত আলোচনীখনৰ পেৰিছৰ কাৰ্যালয়ত প্ৰৱেশ কৰি দুজন সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলিচালনা কৰাত ১২ জন লোক নিহত হৈছিল । নিহতসকলৰ ভিতৰত আছিল জনপ্ৰিয় কাৰ্টুনিষ্ট্ কেবু‍্যও ।

এই ষড়যন্ত্ৰত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তদন্ত কৰি ১৪ জনক গ্ৰেপ্তাৰ কৰে । সেই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অব্যাহত আছে । পৰৱৰ্তী কিছু সপ্তাহলৈ আলোচনী খনত কেবু‍্যৱে অংকন কৰা বিভিন্ন ব্যংগ চিত্ৰ প্ৰকাশ কৰা হ’ব আৰু সেইবোৰ কাৰ্টুন হ’ব মহম্মদৰে ।

২০১৫চনত কাৰ্যালয়ত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণত ‘চাৰ্লি এবদো’ৰ জনপ্ৰিয়তা আৰু আলোচনীখনৰ প্ৰতি সমৰ্থনো কে’বাগুণে বৃদ্ধি পায় । আলোচনী খনৰ তৰফৰ পৰা জনোৱা হয় যে তেওঁলোকলৈ মহম্মদৰ কাৰ্টুন পুনঃপ্ৰকাশৰ বাবে অনেক অনুৰোধ আহিছিল । কিন্তু গোচৰ চলি থকাৰ বাবে তেতিয়া সেইবোৰ প্ৰকাশ কৰা নাছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Charley AbdoFrench
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d