Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

স্বেচ্ছাই দুখীয়া হ’ল মার্কিন অৰ্বুদপতি চার্লছ ফিন

publisher by publisher
September 22, 2020
in India, News
Reading Time: 1 min read
0
স্বেচ্ছাই দুখীয়া হ’ল মার্কিন অৰ্বুদপতি চার্লছ ফিন
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

অন্ততঃ এশ বছৰলৈ নিশ্চিন্ত মনৰে থাকিব পাৰিব

‘ৰহস্যময়ী’ৰ স’তে প্রেম কৰিছে ৬৯ বছৰৰ বিল গেটছে !

Prime Minister Narendra Modi Meets Bill Gates to discuss climate issues.জলবায়ুৰ বিষয়ে আলোচনা কৰিবলৈ বিল গেটছৰ সাক্ষাৎ প্ৰধানমন্ত্ৰী মোডীক

সপােন পূর্ণ কৰিলে এজন অৰ্বুদপতিয়ে । নিজে আর্জন কৰা সম্পদ দানেৰে পূৰ্ণ কৰিলে এই সপােন। কে’বাশ কোটি টকাৰ গৰাকী হলেও একমাত্র ধন-সম্পত্তিৰ শ্ৰীবৃদ্ধিয়ে লক্ষ্য নাছিল এইজন অৰ্বুদপতিৰ । জীৱনৰ ন্যূনতম প্রয়ােজনীয় খিনিৰ বাহিৰে অতিৰিক্তভাৱে আৰ্জন কৰা ধন দান কৰিয়ে জীৱন সার্থক কৰিব বিচাৰে এইজন অবুদপতিয়ে । এই লােকজন হৈছে মার্কিন অবুদপতি চাৰ্লছ চাক ফিন ।

ADVERTISEMENT

সম্প্রতি নিজৰ সপােন পূর্ণ কৰাত ব্যস্ত ফিন । তেওঁ অৰ্বুদপতি হােৱাৰাে কাহিনী মনােৰম । মহাবিদ্যালয়ৰ সহপাঠী ৰবাৰ্ট ৱাৰেল মিলনৰ লগত লগ লাগি ফিনে আৰম্ভ কৰে ‘ডিউটি ফ্রী শ্বপ’। বিমান বন্দৰৰ এই খুচুৰা দোকানৰ শৃংখলা এটা সময়ত গৈ ব্যাপক জনপ্রিয় হয় । দিনক দিনে শ্রীবৃদ্ধি হৈ গৈ থাকে দুয়ােৰে যৌথ ব্যৱসায়ৰ । এনেদৰে গৈ মার্কিন কোটিপতিৰ তালিকাত নাম অন্তর্ভুক্ত হয় ফিনৰ ।

ধন আর্জনৰ সমান্তৰালভাৱে দান কৰাৰ সপােনাে পূর্ণ কৰাত দৃঢ় হৈ উঠে ফিন । এই সপােনৰ কথা কে’বা বছৰ পূর্বেই ৰাজহুৱা কৰিছিল ফিনে । তেওঁ ইতিমধ্যে নিজৰ ৮০০ কোটি ডলাৰৰ সম্পত্তি দান কৰিছে । ভাৰতীয় মুদ্রাত ই হ’বগৈ প্রায় ৫৮ হেজাৰ ৭১৯ কোটি টকা। এই ধন বিভিন্ন স্বেচ্ছাসেৱী সংস্থা, বিশ্ববিদ্যালয় তথা হাস্পতালৰ নামত দান কৰিছে। দানৰ দ্বাৰা সপােন পূর্ণ কৰি স্বেচ্ছাই ‘দুখীয়া’ হৈছে তেওঁ ।

সপােন পূর্ণ কৰাৰ সুখ গােপন কৰাৰ চেষ্টাও কৰা নাই ফিনে । এই সন্দৰ্ভত সাংবাদিকৰ আগত ফিনে কয়, ‘ধনৰ ব্যৱহাৰ আন ধৰণে ব্যৱহাৰ কৰাৰ কথা ভাবিছিলাে । ধন দান কৰি মই মনত আনন্দ লাভ কৰাে। মনৰ সপােন পূর্ণ কৰিবলৈ পাই মই যথেষ্ট আনন্দিত। অৰ্বুদপতি হােৱাৰ পাছৰে পৰা প্রথমে গােপনে দান কৰিবলৈ আৰম্ভ কৰিছিল ফিনে । দানৰ কথা সেই সময়ত প্ৰকাশ কৰা নাছিল । এনে কাৰণত ফিনক ‘জেমছবণ্ড অৱ ফিলানথ্রপি’ নামেৰেও মতা হৈছিল ।

২০১২ত ফিনে ঘােষণা কৰে যে তেওঁ আৰু পত্নীৰ বাবে অৱসৰ জীৱনত ব্যয় কৰিবলৈ ২০ লাখ ডলাৰ জমা ৰাখিব। বাকী সকলাে ধন-সম্পত্তি দান কৰি দিব । যােৱা ১৪ ছেপ্টেম্বৰত ‘জুম’যােগে সম্পত্তি দানৰ অনুষ্ঠানৰ প্ৰচাৰ কৰে। নিজৰ ৮০০ কোটি ডলাৰৰ সম্পত্তিৰ ভিতৰত ৩৭০ কোটি ডলাৰ শিক্ষাখণ্ডৰ বাবে দান কৰে । ইয়াৰ বাহিৰেও স্বাস্থ্য, মানৱাধিকাৰ, সামাজিক পৰিৱৰ্তন আদি খণ্ডলৈকো ধন দান কৰে । দানৰ এনে মনােভাবক লৈ আপ্লুত বিল গেটছ, ৱাৰেন বাফেট আদিৰ দৰে মার্কিন অৰ্বুদপতিসকলাে ।

বিল গেটছে কয়, ‘ফিনে এটা পথ দেখুৱালে। মই যেতিয়া ফিনক লগ পাইছিলাে তেতিয়াই নিজৰ অর্ধেক সম্পত্তি দান কৰিছিল। এই ক্ষেত্ৰত ফিনতকৈ ভাল উদাহৰণ আৰু নাই ।’ বর্তমান ৮৯ বচৰীয়া ফিনৰ জীৱন যাত্রা অতিকৈ সাধাৰণ । ছান ফ্রান্সিছক’ৰ এটা ভাড়া ঘৰতে পত্নীৰ স’তে বাস কৰি থকা ফিনৰ নিজৰ বুলিবলৈ এখন গাড়ীও নাই । বছৰত ক্রয় কৰে মাত্ৰ এযােৰ জোতা। ‘সম্পদ দায়িত্বই আনে- এই নীতিৰেই নিজৰ সম্পত্তি দান কৰি সামাজিক দায়িত্ব পালন কৰিছে ফিনে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bill Gates
publisher

publisher

Related Posts

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d