Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

আপোনাৰ সম্পৰ্কত ব্যৱধান আহিছে নেকি ? তেনেহ’লে কি কৰিব ?

publisher by publisher
September 26, 2020
in Entertainment, Lifestyle, News
Reading Time: 1 min read
0
আপোনাৰ সম্পৰ্কত ব্যৱধান আহিছে নেকি ? তেনেহ’লে কি কৰিব ?
2
SHARES
17
VIEWS
ShareShareShareShare

মৰমৰ এনাজৰীডাল সদায় চিৰ যুগমীয়া । লাগিলে দূৰত্ব যিমানেই নহওঁক হৃদয়ৰ পৰা গঢ়া জৰী কেতিয়াও চিঙি নাযায় । বৰ্তমান সময়ত কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত এজন আনজনৰ পৰা দূৰৈত । এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘৰৰ পৰা ওলোৱাৰ পৰা আৰম্ভ কৰি বজাৰ,ৰাজহুৱা অনুষ্ঠান সকলোতে মানি চলিব লগা হৈছে সামাজিক ব্যৱধান । যাৰ ফলত ব্যৱধানো আহিছে মানুহৰ সম্পৰ্ক ৰক্ষাৰ ক্ষেত্ৰত । প্ৰেমিক-প্ৰেমিকা, বন্ধু-বান্ধৱ, আত্মীয়-কুটুম্ব সকলো শাৰীৰিক ভাৱে এজন আনজনৰ পৰা দূৰৈত । এই সময়ত বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তেই এজনে আনজনৰ মনৰ ভাৱ-ভংগী আদান প্ৰদান কৰিছে । এই ভাৰ্চুৱেল জগত খনতেই সীমাবদ্ধ হৈ ৰৈছে সম্পৰ্কবোৰ । এই ব্যৱধানে মানুহক মানসিক ভাৱেও পৰিৱৰ্তন কৰিছে । সম্পৰ্কৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছে ।

ADVERTISEMENT

গতিকে এটা সম্পৰ্ক ভালে ৰাখিবলৈ কি কি বিষয়ত মন দিব তলত উল্লেখ কৰা হ’ল –

RelatedPosts

Relationship : ১৮ বছৰৰ প্ৰেমিকৰ স’তে বিয়াত বহিব ৬০ বছৰীয়া ফিটনেছ প্ৰশিক্ষক

Inspirational Story : নিশা কাম দিনত কলেজ, ঘৰে ঘৰে খাদ্য দিও অভিযন্তা হোৱাৰ স্বপ্নপূৰণ যুৱকৰ

একে লগে দুই প্ৰেমিকাক বিয়াৰ পাছত আৰম্ভ বিবাহবিচ্ছেদ পৰ্ব !

১. কোৱা হয় যে ‘Less is more’ অৰ্থাৎ যিমান পাৰে কমকৈ কথা কব’লৈ চেষ্টা কৰক । অযথা যুক্তি তৰ্কই এটা সম্পৰ্ক বেয়া কৰে ।
২. কোন বন্ধুৰ লগত কোন সময়ত কথা পাতিব আগতে ঠিক কৰি ল’ব।
৩. ক’ভিড সংক্ৰান্তীয় বিষয়ে সদায় আলোচনাৰ বিষয় হিচাপে নল’ব । মন ভাল হোৱাৰ পৰিৱৰ্তে বেয়া হোৱাৰ সম্ভাৱনা বাঢ়িব ।
৪. সদায় আনক উৎসাহিত কৰক । উৎসাহজনক কথাই আনৰ মনকো সবল কৰে ।
৫. আনৰ দোষ খুচৰি থকাৰ অভ্যাস আছে যদি পৰিহাৰ কৰক । লগতে নিজৰ কথা বেছিকৈ কৈ থকাৰ অভ্যাস যদি আছে সেই অভ্যাসো ত্যাগ কৰক ।
৬. ভিডিঅ’ কল কৰাৰ সময়ত নিজকে সুন্দৰ ভাৱে উপস্থাপন কৰক । যাতে আপোনাক দেখি আপোনাৰ সংগীৰ মনো সতেজতাৰে ভৰি পৰে ।
৬. বন্ধুৰ লগত অনলাইন গেম ও খেলিব পাৰে । একলগে অনলাইন শ্ব’পিঙৰ মজাও ল’ব পাৰে ।
৭. আপোনাৰ যদি মন বেয়া হৈয়ো আছে তেনেহ’লে সেই খং, হতাশা আনৰ ওপৰত নুঠাব । তেনে কৰিলে সম্পৰ্ক ভঙাৰ আশংকা থাকে ।
৮. বিবাহিতা অথবা অবিবাহিতা দম্পতীয়ে এই সময়ত যদি এজন আনজনৰ পৰা আঁতৰে আঁতৰে আছে তেনেস্থলত মনৰ কথা খুলি পাতক । লগতে ৰোমান্টিক কথা পাতক । দেখিব সম্পৰ্কবোৰ পুনৰ মজবুত হৈ পৰিছে।

সামাজিক দূৰত্বই একো একোটা সম্পৰ্ক কেতিয়াও ভাঙিব নোৱাৰে । এইয়া এটা সম্পৰ্কক নতুন ৰঙৰে সজাই পৰাই তোলাৰ এটা সুযোগহে মাথোঁ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: LifeRelationship
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d