Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

    লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Entertainment

‘ক’লা মেকুৰী’ বুলি ছ’চিয়েল মিডিয়াত কাক ‘ট্ৰ’ল’ কৰিলে

publisher by publisher
September 30, 2020
in Entertainment, News
Reading Time: 1 min read
0
‘ক’লা মেকুৰী’ বুলি ছ’চিয়েল মিডিয়াত কাক ‘ট্ৰ’ল’ কৰিলে
2
SHARES
18
VIEWS
ShareShareShareShare

বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ মৰমৰ জীয়ৰী ছুহানা খানক লৈ ছ’চিয়েল মিডিয়াত চলিছে চৰ্চা । সাধাৰণতে ছ’চিয়েল মিডিয়াত ছুহানা নিজৰ ষ্টাইলৰ কাৰণে খুবেই জনপ্ৰিয় । বিভিন্ন ভংগীমাৰ আবেদনময়ী ছুহানাক ফ’ল’ কৰাৰ লোকৰ সংখ্যাও ছ’চিয়েল মিডিয়াত কম নহয় । পিছে ছালৰ ৰং ক’লা হোৱাৰ বাবে ছুহানা চিকাৰ হৈছে ‘ট্ৰ’ল’ৰ ।

ADVERTISEMENT

ইনষ্টাগ্ৰামত ছুহানাই আপল’ড কৰা ফটোত ‘kaali chudail’ , ‘kaali billi ‘এইদৰে বিৰূপ মন্তব্য কৰিছে বহুতে । ছুহানায়ো মুখ বন্ধ কৰি বহি থকা বিধৰ নহয় । এই সকলোবোৰ মন্তব্যৰ ‘স্ক্ৰীন শ্বট’ মাৰি ইনষ্টাগ্ৰামত প’ষ্ট কৰিলে ছুহানাই ।

RelatedPosts

 আৰ্চি-ভেৰোনিকা-বেটি আহি আছে বলিউদত !

যৌতুক অবিহনে শ্বাহৰূখ খানৰ কন্যা ছুহানাক বিবাহৰ প্ৰস্তাৱ যুৱকৰ

একেলগে অভিষেক শ্বাহৰুখ-শ্ৰীদেৱীৰ কন্যাৰ

Screenshot 169

লগতে কেপচনত লিখে, ‘এইয়া কেৱল সেই সকলৰ বাবে যাক ঠিক কৰাৰ প্ৰয়োজন আছে । এইয়া কেৱল মোৰ বিষয়ে নহয় ‘ব্ৰাউন’ ৰঙৰ সকলো ছোৱালীৰ বাবে যিয়ে বিনা কাৰণত ছালৰ ৰঙৰ কাৰণে হীনমন্যতাত ভুগিছে ।মোকো গাৰ বৰণক লৈও এই ধৰণৰ বিভিন্নজনে বহুতো মন্তব্য কৰিছে ।যেতিয়া মোৰ বয়স ১২ বছৰ আছিল তেতিয়াই মোক কোৱা হৈছিল মই ক’লা বৰণৰ বাবে দেখিবলৈ কুৎসিত । এইধৰণে কোৱা সকলৰ ভিতৰত পুৰুষৰ লগতে অধিকাংশ মহিলাও আছিল ।’

লগতে কয়, ‘আমি সকলো ভাৰতীয় মূলতে ‘ব্ৰাউন’ কালাৰৰে । কিন্তু স্কীন শ্বেড ভিন্ন হয় । আপুনি মেলানিনৰ পৰা নিজক বচাবলৈ যিয়ে নকৰক সেইটো একো লাভ নাই, আপুনি এনেকুৱা কৰিব নোৱাৰে । নিজৰ মানুহৰ মাজতে এইধৰণে হিংসা কৰিলে এইটোৱে প্ৰমাণ হয় আপুনি নিজক লৈ কিমান অসুৰক্ষিত ।’

শেষত লিখিছে, ‘ক্ষমা কৰিব ! ছ’চিয়েল মিডিয়া, indian match making আৰু আপোনাৰ পৰিয়ালে আপোনাক যদি আপুনি ৫ফুট ৭ ইঞ্চিৰ অথবা আপোনাৰ গাৰ বৰণ বগা নহয় কাৰণে আপুনি সুন্দৰ নহয় । কিন্তু এইটো কথা আপোনালোকক জনাব খুজি মই আশাবাদী যে এই কথাটোৱে আপোনালোকক হয়তো সহায় কৰিব, মোৰ উচ্চতা পাঁচ ফুট তিনি ইঞ্চি ।মোৰ গাৰ বৰণ ‘ব্ৰাউন ‘আৰু মই এইটো লৈ খুবেই সুখী । আপোনালোকো সুখী হোৱাৰ প্ৰয়োজন ।’ ছুহানাৰ এই প’ষ্টটোক সমৰ্থন কৰি বহুজনে মন্তব্য দিছে । ছুহানাৰ এই প’ষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Suhana KhanSuhana Khan Instagram
publisher

publisher

Related Posts

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি
News

April 24, 2026
লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!
News

লুইজিয়ানাত পুনৰ গুলিচালনা, শ্বপিং মলত আতংক!

April 24, 2026
মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d