Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহাভৈৰৱত দুৰ্ঘটনাত নিহত দৰং কলেজৰ ছাত্ৰ ,

    ১৫ ছেপ্টেম্বৰত পুনৰ ১৪শ কোটিৰ ঋণ ল’ব অসম চৰকাৰে

    দক্ষিণ দিল্লীৰ হোটেলত উদ্ধাৰ এয়াৰ ইণ্ডিয়াৰ পাইলটৰ মৃতদেহ

    মোদীৰ নৈশভোজত অনুপস্থিত জিনপিং, কিয় নাহিল চীনৰ ৰাষ্ট্ৰপতি?

    দিল্লী ঘোষণাপত্ৰত মুখ থেকেচা খালে পাকিস্তানে ! পহলগাম আক্ৰমণৰ নিন্দা ৰাছিয়া-চীন-ইৰানৰ

    চাকৰি জীৱন শেষ হোৱাৰ পূৰ্বেই সেনাৰ পৰা অৱসৰ, ৰাষ্ট্ৰপতিৰ এডিচি পদ এৰিলে ‘নেচনেল ক্ৰাছ’ ঋষভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাছৰ মাংস কাটি ভক্ষণৰ চেষ্টা চলোৱাৰ গোচৰত এজন লোকক আটক ধুবুৰী বন বিভাগৰ

publisher by publisher
October 6, 2020
in Assam, Crime, News
Reading Time: 1 min read
0
কাছৰ মাংস কাটি ভক্ষণৰ চেষ্টা চলোৱাৰ গোচৰত এজন লোকক আটক ধুবুৰী বন বিভাগৰ
3
SHARES
33
VIEWS
ShareShareShareShare

RelatedPosts

গৰুৰ চোৰাং ছিণ্ডিকেটঃধুবুৰী আৰক্ষীক মেনেজ কৰিব গৈ গ্ৰেপ্তাৰ কুখ্যাত গো মাফিয়া

চোৰাং গৰু ব্যৱসায়ৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ তৎপৰ

ধুবুৰীত কৰ’নাৰ সংহাৰঃচাফাই কৰ্মীসকল পোৱা নাই বেতন

প্ৰায় তিনি সপ্তাহৰ মূৰত কাছৰ মাংস কাটি ভক্ষণৰ চেষ্টা চলোৱাৰ গোচৰত মাত্ৰ এজন লোকক আটক কৰিছে ধুবুৰী বন বিভাগে। আনহাতে ৰহস্যজনক ভাৱে মূল অভিযুক্তক ৰক্ষণাবেক্ষণ দি আহিছে ধুবুৰী বন বিভাগে। উল্লেখ্য যে, যোৱা ১৬ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত ধুবুৰীৰ বয়জ ক্লাবৰ ভিতৰত ক্লাবৰ একাংশ সদস্যৰ লগতে দুষ্ট চক্ৰ এটাই বিৰল প্ৰজাতিৰ প্ৰকাণ্ড কাছ কাটি ক্লাবৰ ভিতৰত গোপনে মাংস বিক্ৰী আৰু ভক্ষণ কৰাৰ চেষ্টা চলাইছিল।

ADVERTISEMENT

এনে এক গোপন তথ্যৰ ভিত্তিত একাংশ সংবাদকৰ্মীয়ে ক্লাবত উপস্থিত হোৱাৰ লগে লগে দুষ্ট চক্ৰৰ দলটোৱে মাংস এৰি ক্লাবত তলা লগাই পলাই পত্ৰং দিয়ে । পিছে পিছে ধুবুৰী বন বিভাগৰ বনবিষয়া হৰিশ চন্দ্ৰ নাথ আৰু ধুবুৰী আৰক্ষী থানাৰ চহৰ উপ পৰিদৰ্শক ঘটনাস্থলীত উপস্থিত হৈ কাটি টুকুৰা টুকুৰ কৰা প্ৰায় পোন্ধৰ কিলো ওজনৰ কাছৰ মাংস জব্দ কৰিবলৈ সক্ষম হয়।

ইপিনে ধুবুৰী ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ জয় শংকৰ শৰ্মাই ক্লাবত উপস্থিত হোৱাৰ পিছত ক্লাবৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি ভিতৰৰ পৰা কিছু পৰিমাণৰ কাছৰ মাংস, দা আৰু মাংস জোখা দগা উদ্ধাৰ কৰি ক্লাবটো ছীল কৰি দিয়ে। ইপিনে উক্ত ঘটনাৰ সন্দৰ্ভত বন বিভাগে গোচৰ ৰুজু কৰি দোষী সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি বন বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যদিও ৰহস্যজনক ভাবে গোচৰ ৰুজু কৰাৰ পৰা বিৰত আছিল বন বিভাগ।

ইপিনে এই সন্দৰ্ভত সংবাদ মাধ্যমত বাৰম্বাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই প্ৰায় দুই সপ্তাহ পিছতহে বন বিভাগে ডি-৬/২০ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি দোষী সকলৰ বিৰুদ্ধে নাটকীয় অভিযান আৰম্ভ কৰে । এনে অভিযানত আজি বন বিভাগে নান্টু বীণ নামৰ এজন বৃদ্ধক আটক কৰিবলৈ সক্ষম হয় বুলি জনায় ধুবুৰী আঞ্চলিক বনবিষয়া হৰিশ চন্দ্ৰ নাথে।

ইপিনে বাকী আন তিনিজন অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে বুলি জনাইছে। কিন্তু লক্ষ্যণীয় বিষয় যে কাছৰ মাংস কটাৰ সময়ত উক্ত স্থানত থকা ক্লাবৰ গোৱালা উপাধিৰ সম্পাদক জনক আটক কৰাৰ পৰিৱৰ্তে ৰহস্যজনক ভাবে ঘটনাৰ সাক্ষী সজাই সোধ পোছ কৰিয়েই এৰি দিয়া বুলি কয় আঞ্চলিক বনবিষয়া গৰাকীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: detaindhuburi
publisher

publisher

Related Posts

আছাম নৰ্থ ইষ্ট কা সবসে বড়া ভাই হে, হামলোগ ছেভেন ষ্টেট আছাম কা উংগুলি পকৰকে বড়া হুৱা
Assam

September 13, 2026
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ২,৩৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতাত নতুন ৰূপৰ বৰফ সৃষ্টি বিজ্ঞানীৰ
International

কিতাপে মানুহক অপৰাধী নকৰে!
Assam

কিতাপে মানুহক অপৰাধী নকৰে!

September 13, 2026
কেৱল শুই থাকোতেই হ’ব লাখপতি
International

কেৱল শুই থাকোতেই হ’ব লাখপতি

September 13, 2026
থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল
International

থাইলেণ্ডৰ জংঘলত ওলাল ‘চয়তানৰ ফুল

September 13, 2026
৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে
Entertainment

৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

September 13, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d