Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

এইডছ: তলাবন্ধত ঔষধৰ অভাৱত মৃত্যু পাঁচ লক্ষাধিক

publisher by publisher
December 2, 2020
in COVID-19, Health, News
Reading Time: 1 min read
0
এইডছ: তলাবন্ধত ঔষধৰ অভাৱত মৃত্যু পাঁচ লক্ষাধিক
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

কৰ’না সংক্রমণৰ ফলত বলৱৎ হােৱা তলাবন্ধৰ সময়ত প্রয়ােজনীয় ঔষধ লাভ নকৰাৰ ফলত বিশ্বত পাঁচ লক্ষাধিক এইডছ আক্রান্তৰ মৃত্যু হৈছে। শেহতীয়া ৰিপোৰ্ট মতে বিশ্ব এইডছ দিৱসৰ দিনা ‘জইণ্ট ইউনাইটেড নেচনেছ প্রগ্রেম অন এইডছ’ (ইউ এন এইডছ)ৰ তৰফৰ পৰা এই কথা সদৰী কৰা হৈছে। তলাবন্ধৰ কঠোৰতাৰ মাজত ‘এন্টিৰেট্রোভাইৰেল’ ঔষধৰ উৎপাদন তথা বিতৰণ ব্যৱস্থাটো সম্পূর্ণভাৱে স্তব্ধ হৈ পৰাৰ ফলতে এই বৃহৎ সংখ্যক এইডছ আক্রান্তই মৃত্যুক সাবটি ল’বলগীয়া হয়। কৰ’না কালত অন্যান্য জটিল ৰােগৰ দৰে এইডছৰ চিকিৎসাতাে যথেষ্ট বাধাৰ সৃষ্টি হৈছে। বিশ্বৰ পৰা এইডছ ভাইৰাছক সম্পূর্ণভাৱে নিঃশেষ কৰাৰ প্রতিজ্ঞা লােৱা এইডছ দিৱসৰ বিশেষ দিনটোত সেয়েহে এইবাৰ মূল বিষয় হিচাপে লােৱা হৈছে এণ্ডিং দ্য এইচ আই ভি এপিডেমিক: ৰেজিলিয়েন্স এণ্ড ইমপেক্ট।

ADVERTISEMENT

উল্লেখ্য যে ১৯৮৮ ৰে ক্রমাগতভাৱে এই সন্দৰ্ভত প্ৰচাৰৰ দ্বাৰা সজাগতা সৃষ্টিৰ প্ৰয়াস কৰি অহা হৈছে। নেচনেল এইডছ কন্ট্র’ল অর্গেনাইজেছন’ (নাক) ৰ মতে এনে সজাগতা সৃষ্টিৰ ফলত ভাৰতত এইচ আই ভিৰ সংক্ৰমণত ৫০ৰ পৰা ৫৫ শতাংশ হাস কৰি ৰাখিব পৰা হৈছে। চলিত বৰ্ষত কৰনাৰ বাবেই এইডছৰ প্ৰসংগ যথেষ্টখিনি তল পৰি ৰৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০১৯ বিশ্বৰ বিভিন্ন দেশত ৩৮০ লাখ মানুহে এইডছৰ স’তে সহবাস কৰি আছিল। ইয়াৰ ভিতৰত তিনি কোটি ৬২ লাখ লােক পূর্ণবয়স্ক। আনহাতে, ১৮ লাখ শিশু-কিশােৰাে এইডছত আক্ৰান্ত হৈ আছে। যিসকলৰ বয়স ১৫ বছৰৰ সীমা অতিক্রম কৰা নাই। ২০১৯ত নতুনকৈ ১৭ লাখ লােক এইডছত আক্ৰান্ত হৈছে। ২০১০-২০১৯ৰ মাজৰ সময়ছােৱাত এইচ আই ভি সংক্রমণত ২৩ শতাংশ হ্রাস পাইছে। যােৱা বছৰ ছয় লাখ ৯০ হেজাৰ এইডছ আক্ৰান্তৰ মৃত্যু হৈছে।

২০১০ত এইডছ আক্রান্ত ১১ লাখ লােকৰ মৃত্যু হৈছিল। চিকিৎসকৰ মতে বহু সময়ত নিজে নজনাকৈয়ে শৰীৰত এইচ আই ভিৰ প্ৰৱেশ হ’ব পাৰে। শৰীৰত প্ৰৱেশ কৰাৰ পাছত প্ৰায় ডেৰ-দুমাহলৈ সক্রিয় নােহােৱাকৈ থাকে এই ভাইৰাছ। সংক্রমণৰ পাছত ‘ভাইৰেল’ৰ দৰে জ্বৰ, পানী লগা, মূৰৰ বিষ আদি উপসর্গই দেখা দিবলৈ ধৰে। সপ্তাহৰ ব্যৱধানত কিছু সুস্থ হলেও পুনৰ এই উপসর্গই দেখা দিবলৈ ধৰে। ইয়াৰ বাহিৰেও শৰীৰৰ বিষ, পেটৰ ৰােগ, বমি ভাব অথবা ডিঙিৰ বিষ আদিও হ’ব পাৰে। এইডছৰ উপসৰ্গৰে কৰ’না ‘ভাইৰেল ফিভাৰ’ৰ উপসৰ্গৰ যথেষ্ট মিল থকা দেখা যায়। এনে অৱস্থাত নিশ্চিতভাৱে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰাটো প্রয়ােজন। এই সন্দৰ্ভত চিকিৎসকৰ লগতে পৰিয়ালৰ ওচৰত কোনাে তথ্য গােপন কৰিব নালাগে।

এইডছ আই ভিয়ে শৰীৰত ক্রমে ৰােগ প্রতিৰােধৰ ক্ষমতাক ধ্বংস কৰি দিয়ে। এনে সময়ত এন্টিৰেট্রোভাইৰেল ঔষধ সেৱন কৰাটো প্রয়ােজন হৈ পৰে।পূর্বে আক্রান্ত হােৱাৰ কে’বা বছৰলৈও ৰােগীয়ে জীৱন লাভ কৰিছিল যদিও শেহতীয়াকৈ নতুন নতুন ঔষধৰ ফলত জীৱন কাল আৰু অধিক বৃদ্ধি পাইছে। যােৱাটো শতিকাত এইছ আই ভি আক্রান্ত হােৱাৰ পাছত প্রায় আঠ বছৰলৈ এজন লােকে জীৱন লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ ১০-১৫ বছৰলৈ আয়ুসসীমা বৃদ্ধি পাইছে। সম্প্রতি প্রায় সাধাৰণ মানুহৰ দৰেই জীৱন যাপন কৰিব পাৰে এইচ আই ভি আক্রান্তই। সেয়েহে বিশ্ব এইডছ দিৱসৰ দিনটোত পুনৰ এবাৰ এই ৰােগক পৰাজিত কৰাৰ সংকল্প লােৱা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AIDSCovid-19
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d