Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সম্পত্তিৰ অধিকাৰক লৈ যুদ্ধ আৰম্ভ : হিচাপ ওলােৱা নাই সন্তানৰ প্রকৃত সংখ্যাৰ

publisher by publisher
December 12, 2020
in News
Reading Time: 1 min read
0
সম্পত্তিৰ অধিকাৰক লৈ যুদ্ধ আৰম্ভ : হিচাপ ওলােৱা নাই সন্তানৰ প্রকৃত সংখ্যাৰ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

Pele , Maradona : মাৰাডোনাই কৈছিল ; পেলে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ

তামিলনাডুৰ ৰামানাথপুৰমত এখন বেকাৰীত তৈয়াৰ কৰি উলিয়ালে ডিয়েগো মাৰাডনা মূৰ্তিৰ এটা বৃহৎ আকাৰৰ কেক

সফলতাৰে সম্পন্ন হ’ল জনপ্ৰিয় ফুটবলাৰ মাৰাডোনাৰ মগজুৰ ৰক্তক্ষৰণ অস্ত্ৰোপচাৰ

এজন লােকৰ মৃত্যু হলে তেওঁ শান্তিৰে বিশ্রাম লওক বুলি সকলােৱে কয়। অথচ শান্তিত চিৰনিদ্ৰাত মগ্ন হ’ব নােৱাৰিব ফুটবলৰ ৰাজপুত্র ডিয়েগ’ মাৰাডােনা। আর্জেন্টিনাৰ বিশ্বকাপ জয়ী অধিনায়কজনৰ মৃত্যুৰ পাছতে আৰম্ভ হৈছে তেওঁৰ বিশাল সম্পত্তিৰ দাবীদাৰৰ যুঁজ। সেইদৰে বৃদ্ধি পাইছে মাৰাডােনাক নিজৰ পিতৃ বুলি দাবী কৰা লােকৰ সংখ্যাও। কিংবদন্তি ফুটবলাৰজনৰ সন্তানৰ প্রকৃত সংখ্যাক লৈ এতিয়া তেওঁৰ আইনজীৱীও অনিশ্চয়তাৰ সন্মুখীন হৈছে।

ADVERTISEMENT

পৰিস্থিতি এনে হৈছেগৈ যে যিকোনাে মুহূর্ততে কবৰ খান্দি মাৰাডােনাৰ মৃতদেহ উলিয়াবলগীয়া অৱস্থাৰাে সৃষ্টি হ’ব পাৰে। মাৰাডােনাৰ বিপুল সম্পত্তিৰ অংশ বিচৰা দাবীদাৰৰ আইনজীৱীসকলে ইতিমধ্যে প্রস্তুতি আৰম্ভ কৰিছে। বুয়েনছ আয়াছৰ আদালতত জমা পৰিছে বহু আবেদন। আইনজীৱীসকলে আদালতত দাবী কৰিছে যে প্রয়ােজন হলে মাৰাডােনাৰ কবৰ খন্দা হওক।প্রাথমিকভাৱে মাৰাডােনাৰ সম্পত্তিৰ পৰিমাণ একৰ পৰা চাৰি কোটি ডলাৰ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে।

এই বিপুল সম্পত্তিৰ অধিকাৰৰ দাবীত কিংবদন্তি ফুটবলাৰজনৰ প্ৰাক্তন পত্নী-বান্ধৱী, সন্তান, আত্মীয়ৰ উপৰি একাংশ সাংবাদিক, ফটোগ্রাফাৰ, ব্যৱসায়ী, সুদখােৰ মহাজনেও আইনী পথ গ্রহণ কৰিছে। এই কথা সদৰী কৰিছে মাৰাডােনাৰ দীর্ঘকালৰ আইনজীৱী মাটিয়াছ মৰিয়াই। যােৱা ২৫ নৱেম্বৰত মাৰাডােনাৰ মৃত্যু হােৱাৰ পাছতে বিভিন্নজনে তেওঁৰ সম্পত্তিৰ দাবী আৰম্ভ কৰে। সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত প্রধান সমস্যাটো হৈছে, মাৰাডােনাই তেওঁৰ সম্পত্তিৰ কোনাে ইচ্ছাপত্র প্রস্তুত কৰি থৈ নগ’ল।

আইনজীৱী মৰিয়াই জনােৱা মতে, জীৱনৰ শেষ সময়ত মাৰাড়ােনাই যথেষ্ট একাকীত্বত ভুগিছিল আৰু নিজৰ সন্তানক বঞ্চিত কৰি সকলাে ধন-সম্পত্তি দান কৰি যােৱাৰ ভাবুকি দিছিল। অৱশ্যে তেওঁ সেয়া কৰিবলৈ নাপালে। আর্জেন্টিনাৰ আইন অনুসৰি, এজন লােকে নিজৰ ইচ্ছাপত্ৰত নিজৰ সম্পত্তিৰ এক-তৃতীয়াংশ পত্নী-সন্তানৰ বাহিৰে ইচ্ছামতে আনক ভাগ কৰি দিব পাৰে। কিন্তু দুই-তৃতীয়াংশ নিজৰ পত্নী-সন্তানৰ বাবে ৰাখিবই লাগিব।

কিন্তু মাৰাডােনাৰ ইচ্ছাপত্র নথকাৰ বাবে সম্পত্তিৰ যুঁজখন কঠিন হ’ব বুলিয়ে মৰিয়াই মন্তব্য কৰিছে। উল্লেখ্য যে নিজক মাৰাডােনাৰ সন্তান বুলি দাবী কৰা অস্বীকৃত সন্তানসকলৰ বিষয়টোও যদি আদালতত উঠে, তেন্তে ডিএনএ পৰীক্ষাৰ প্রয়ােজন হ’ব। ইয়াৰ বাবেই মাৰাডােনাৰ কবৰ খান্দি তেওঁৰ ডিএনএ সংগ্ৰহ কৰাৰ দাবী ইতিমধ্যেই উত্থাপিত হৈছে। মাৰাডােনাৰ আইনজীৱীয়ে এই প্রসংগত কয় যে দাবীদাৰৰ তালিকাখন আৰু দীঘল হ’লেও আচৰিত হ’বলগীয়া নাই।

মাৰাডােনাৰ সম্পত্তিৰ সঠিক হিচাপ এই পর্যন্ত ওলােৱা নাই। অৱশ্যে ফ’বছ পত্রিকাই এই পৰিমাণ একৰ পৰা চাৰি কোটি ডলাৰ হ’ব বুলি জনাইছে। ইয়াৰ ভিতৰত আছে। মাটি, বাসগৃহ, বিলাসী গাড়ী, গহনা আদি। মাৰাডােনাই যিবােৰ দেশত খেলিছিল বা প্রশিক্ষণ দিছিল আৰু আন কোনাে প্রকাৰে যুক্ত আছিল, সেই আর্জেন্টিনা, স্পেইন, ইটালী, সংযুক্ত আৰব আমিাহি, চীন, বেলাৰুছ, মেক্সিকো আদিত তেওঁৰ বিশাল সম্পত্তি বিয়পি থকাৰ ধাৰণা কৰা হৈছে।

উল্লেখ্য যে দীর্ঘদিন ধৰি মাৰাডােনাই দুগৰাকী কন্যা সন্তান থকা বুলিহে দাবী কৰি আহিছিল। তেওঁলােক হৈছে মাৰাডােনাৰ প্ৰাক্তন পত্নী ক্লদিয়া ভিলাফেনৰ দুই কন্যা ডালমা (৩৩) আৰু জিয়ান্নিনা (৩১)। পৰৱর্তী সময়ত মাৰাডােনাই দুই পুত্র আৰু আন এগৰাকী কন্যাক স্বীকৃতি দিয়ে। ‘৮০ৰ দশকত মাৰাডােনাই ইটালীত খেলি থকাৰ সময়ত ক্রিষ্টিয়ানা ছিংগাৰা নামৰ এগৰাকী যুৱতীৰে হােৱাৰ সম্পৰ্কৰ ফলত জন্ম হৈছিল ডিয়েগ’ ছিংগাৰা (৩৪)।

এই পুত্রও এজন ফুটবলাৰ। সেইদৰে ‘৯০ দশকত প্রাক্তন বান্ধৱী ভালেৰিয়া ছাবালাইনে জন্ম দিয়ে মাৰাডােনাৰ তৃতীয় কন্যা জানা (২৫)ক। আনহাতে,প্রায় এটা দশক ধৰি মাৰাডােনাৰ স’তে থকা প্রাক্তন বান্ধৱী ভেৰােনিকা অ’য়েডাৰ গৰ্ভত জন্ম হয় জুনিয়ৰ ডিয়েগ’ (৭)ৰ। উল্লেখ্য যে ২০০০ৰ পৰা ২০০৫ পর্যন্ত মাৰাডােনাই শৰীৰৰ মেদ দূৰ কৰা আৰু নিচাসক্তি দূৰীকৰণৰ বাবে কিউবাত আছিল। সেই সময়তে তেওঁ একাধিক মহিলাৰ দ্বাৰা তিনি সন্তানৰ পিতৃ হােৱা বুলি ঘনিষ্ঠ মহলত জনাইছিল যদিও কেতিয়াও ৰাজহুৱা স্বীকৃতি দিয়া নাছিল।

কিন্তু সম্প্রতি কিউবাত মাৰাডােনাৰ চাৰি সন্তান থকাৰ দাবী উঠিছে। এড’নেই ফুট’ নামৰ মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ যমজ সন্তান জোৱানা আৰু লুৰ পিতৃ হৈছে মাৰাডােনা। আনহাতে, আন দুই মহিলাৰ সন্তান জেভেইলিট’ আৰু হেল্ডৰ পিতৃও মাড়ােনা বুলি দাবী কৰি অহা হৈছে। সেইদৰে আর্জেন্টিনাৰ ছান্টিয়াগ’ লাৰা (১৯) নামৰ কিশােৰজনৰ লগতে ইটালীৰ যুৱতী মাগালি গিলেও নিজকে মাৰাডােনাৰ সন্তান বুলি দাবী কৰি আদালতৰ দ্বাৰস্থ হৈছে।

তেওঁলােকে আনকি ডিএনএ পৰীক্ষাৰাে দাবী তুলিছে।ইপিনে, বুয়েনছ আয়াছৰ আদালতৰ এক সূত্রই জনাইছে যে দাখিল হােৱা আবেদনপত্ৰৰ ভিত্তিতে মাৰাডােনাৰ দ্বাদশ সন্তান থকাৰাে ইংগিত পােৱা গৈছে। আনকি সন্তানৰ তালিকা আৰু দীঘল হ’ব পাৰে বুলিও সূত্রই কয়। ইয়াৰ উপৰি মাৰাডােনাৰ প্ৰাক্তন পত্নী, প্রাক্তন বান্ধৱী আৰু কিন্তি ফুটবলাৰজনৰ পাঁচ ভগ্নীৰ চাৰিগৰাকীয়েও সম্পত্তিৰ দাবী কৰি আদালতৰ দ্বাৰস্থ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Argentine football playerDiego Maradona
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d