Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

    Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

    Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

    ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

    18 Ft- Long giant Python Rescued in Tezpur:ভাৰতৰ ভিতৰত দ্বিতীয় সৰ্বোচ্চ দৈৰ্ঘৰ অজগৰ উদ্ধাৰ তেজপুৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

স্থল-নৌ-বিমান তিনিওটা বাহিনীতে কার্যনির্বাহ কৰা একমাত্র সেনাবিষয়া

publisher by publisher
December 12, 2020
in India, News
Reading Time: 1 min read
0
স্থল-নৌ-বিমান তিনিওটা বাহিনীতে কার্যনির্বাহ কৰা একমাত্র সেনাবিষয়া
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

অৱসৰপ্ৰাপ্ত কর্ণেল পৃথিপাল সিং গিলে শুকুৰবাৰে শততম ওপজা দিন উদ্যাপন কৰে। অৱসৰপ্রাপ্ত এইজন সেনা বিষয়াই ভাৰতীয় সেনাৰ স্থল, নৌ আৰু বিমান তিনিওটা বাহিনীতে দায়িত্ব বহন কৰি অহা একমাত্র বিষয়াৰূপে সমাদৃত আহিছে। ভাৰতীয় সেনাবাহিনীৰ তিনিওটা শখাতে কাম কৰি অহা এইজন সেনা বিষয়াই দ্বিতীয় বিশ্বযুদ্ধৰ পূর্বে বয়েল ইণ্ডিয়ান এয়াৰফৰ্চত যুৱাৱস্থাতে পাইলট হিচাপে কর্ম জীৱনৰ আৰম্ভ কৰিছিল। পৰৱর্তী পর্যায়ত কর্ণেল গিলে গভীৰ সমুদ্রত নৌসেনাৰ বিষয়া হিচাপে দেশৰ সুৰক্ষাত নিয়ােজিত হয়।

ADVERTISEMENT

পাছত সেনাৰ গােলন্দাজ বাহিনীৰ মাধ্যমত দেশলৈ সেৱা আগবঢ়াই কর্ণেল গিলে। প্রবীণ সেনা বিষয়াজনে দ্বিতীয় বিশ্বযুদ্ধ আৰু ১৯৬৫ৰ ভাৰত-পাকিস্তান যুদ্ধততা দেশৰ হৈ সেৱা আগবঢ়াইছে। অৱসৰৰ পূর্বে কর্ণেল গিলে আছাম ৰাইফলছৰ অধিনায়ক হিচাপে মণিপুৰতাে কার্যনির্বাহ কৰিছিল। এইজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া শতায়ু হােৱা উপলক্ষে শুকুৰবাৰে দেশৰ বিভিন্ন প্ৰান্তৰ একাধিক লােকে তেওঁক ছ’চিয়েল মিডিয়াযােগে শুভেচ্ছা জনায়।

লেফটেনেন্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) কে জে সিঙে এক টুইট কৰি কয়, ‘পৰিয়ালৰ অনুমতি অবিহনে কর্ণেল পৃথিপাল সিং গিলে ৰয়েল ইণ্ডিয়ান এয়াৰফৰ্চত যােগদান কৰিছিল। পাইলট বিষয়া হিচাপে নিযুক্তি লাভ কৰা গিলে পৰাধীন ভাৰতৰ কৰাচীৰ আকাশত হাবার্ড এয়াৰক্রাফট, উৰুৱাইছিল। প’ষ্টটোত সিঙে কর্ণেল গিলৰ সাম্প্রতিক কালৰ অৰু যুৱাৱস্থাৰ দুখনকৈ ছবিও সংলগ্ন কৰিছে। সিঙে কর্ণেল গিলৰ বিষয়াৰ ৰপত কৰা প্ৰেৰণাদায়ক কর্মৰ বিষয়টো কিছু কথা বঙি ধৰে প’ষ্টটোত।

কর্ণেল সিঙে নৌসেনাৰ জাহাজ আই এন এছ টিৰত থাকি মাইনৰ সন্ধান কৰ’ৰ দৰে জীৱনৰ শংকা থকা দায়িত্বতাে কার্যনির্বাহ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামগ্রী পৰিবহণ কৰা জাহাজক নিৰাপত্তা প্রদান কৰা নৌসেনাৰ বিশেষ সুৰক্ষা বাহিনীতে সেৱা আগবঢ়াই গৈছে কর্ণেল গিলে। ভেলালিস্থিত স্কুল অৱ আর্টিলেৰিত বিশেষ প্রশিক্ষণপ্রাপ্ত কর্ণেল গিলে পাছত গােৱালিয়ৰ মাউনটেইন বেটাৰতাে কার্যনির্বাহ কৰিছে। ১৯৬৫ৰ ভাৰত- পাকিস্তান যুদ্ধত ‘৭১ মেড ৰেজিমেন্ট’ৰ অধিনায়কৰূপে দায়িত্ব নির্বাহ কৰা কর্ণেল গিল ভাৰতীয় লসেনাবাহিনত আগবঢ়োৱা অসাধাৰণ কৰ্মৰ বাবে চিৰ পৰিচিত হৈ আছে। এইজন অৱসৰপ্ৰাপ্ত সেনা বিষয়াই পঞ্জাৱৰ ফৰিদকোটৰ ওচৰৰ জন্মগাঁৱত এজন কৃষকৰপে পৰৱর্তী জীৱন আগবঢ়াই নিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Air ForceColonel Prithipal Singh GillIndian ArmyNavy
publisher

publisher

Related Posts

শাসক দলৰ পৃষ্ঠপোষকতাত ম’হৰ ছিণ্ডিকেট, আদায় ১০-১২ কোটি টকা
Assam

September 10, 2026
Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ
Assam

Cachar:কাছাৰৰ অসম-মিজোৰাম সীমান্তত চোৰাংকৈ সাৰ বোজাই অনা ট্রাক জব্দ

September 10, 2026
Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড
Assam

Robbery incident in Ruphihat:নগাঁৱৰ ৰূপহীহাটৰ শিঙিমাৰীত ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড

September 10, 2026
Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো
Assam

Chirang Accident:চিৰাঙৰ আমগুৰিত উদণ্ড আৰক্ষী বিষয়াৰ তীব্ৰবেগী বাহনৰ খুন্দাত আহত শিশু সহ কে’বাজনো

September 10, 2026
Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা
Assam

Bokajan:পুৱাতে ৰাজ্যত কৰুণ ঘটনা

September 10, 2026
ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ
International

ইৰানৰ পাঁচখন তৈলবাহী জাহাজ ধ্বংসৰ প্ৰত্যুত্তৰত মার্কিন ঘাটিত আক্রমণ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d