Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

পুতলা, স্মার্টফোন, ব্রিফকেচৰে বিবাহ : জড় পদার্থক কিয় বিয়া কৰায় মানুহে

publisher by publisher
December 22, 2020
in News
Reading Time: 1 min read
0
পুতলা, স্মার্টফোন, ব্রিফকেচৰে বিবাহ : জড় পদার্থক কিয় বিয়া কৰায় মানুহে
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

মাস্ক পৰিধান কৰিলেই গ্ৰেপ্তাৰ! লছ এঞ্জেলছত ‘বিদ্ৰোহ’ দমনৰ বাবে নতুন ফতোৱা জাৰি কৰিলে ট্ৰাম্পে

Dr. Tonmoy Sharma OF Guwahati  has been arrested in the US:১,৩০০ কোটিৰ বৃহৎ জালিয়াতিত যুক্তৰাষ্ট্ৰত গ্ৰেপ্তাৰ গুৱাহাটীৰ ডাঃ তন্ময় শৰ্মা

Priyanka And Nick Jonos Celebrate Diwali : দেৱালী উপলক্ষে বগা সাজ পৰিধান কৰি প্ৰিয়ংকা-নিকে কৰিলে ডীনাৰ ; লগত সংগ দিলে প্ৰিয়ঙ্কা মাতৃ মধু চোপ্ৰাই

সুদর্শন পুৰুষ অথবা সুন্দৰী নাৰীৰ পৰিৱর্তে কেতিয়াবা কেতিয়াবা মানুহে জীৱন সংগীৰূপে বাছনি কৰে জড় পদার্থকো। বার্লিনৰ প্ৰাচীৰ, আইফেল টাৱাৰৰ পৰা আৰম্ভ কৰি এই জড় পদাৰ্থৰ তালিকাত মূৰত লােৱা গাৰুও থাকে। অদ্ভুত এই প্ৰৱণতাৰ পােছাকী নাম ‘অবজেক্ট ছেক্সৱালিটি অথবা অৱজেক্টোফিলিয়া’। সম্প্রতি মস্কোৰ বাসিন্দা ৰেন গৰ্ণ নামৰ যুৱতীগৰাকীয়ে বিয়া কৰাইছে “ব্রিফকেছ’ক।

ADVERTISEMENT

মৰমৰ এই ব্রিফকেচ্ছটোৰ নাম দিছে গাইডেয়ন। গর্ণে জনােৱা অনুসৰি, পূর্বে তেওঁৰাে বয়ফ্রেণ্ড আছিল; কিন্তু বয়ফ্রেণ্ডতকৈ ব্রিফকেছৰ প্ৰতি তেওঁৰ আসক্তি অধিক। ৰেল-গাইডেয়নৰ এই সম্পর্কই পুনৰ বিষয়টোক চৰ্চালৈ আনিছে। এনে আজৱ ধৰণৰ পৰিণয় পূর্বেও বহুবাৰ হৈছে। লছ এঞ্জেলছৰ বাসিন্দা এৰন ছার্ভেনাক বৃত্তিত এজন চলচ্চিত্র পৰিচালক। তেওঁ বিয়া কৰাইছে নিজৰ স্মার্টফোন’ক। এই সিদ্ধান্তক সঠিক বুলিও ভাবে এৰনে।

কাৰণ নিজৰ প্ৰতিটো আবেগিক মুহূৰ্তৰ সংগী একমাত্র এই স্মার্টফোনটোৱেই। টোপনি ভঙাৰ পৰা নিশা টোপনি অহালৈ সকলাে সময়তে ই লগত থাকে। সবাতােকৈ অধিক সময় লগত থকা সামগ্ৰীটোকেই সেয়েহে তেওঁ জীৱন সংগী কৰি লৈছে। ঝােৱাকিয়ে বিয়া কৰাইছে ইঞ্জিনচালিত এখন ৰেলক। সৰুৰে পৰা যুৱতীগৰাকীয়ে ভগ্ন যন্ত্রপাতিৰ লগত সময় কটাই ভাল পায়। ১৯৮৯ত ‘বার্লিন প্রাচীৰ ভাঙি দিয়াৰ সময়ত শােকত ভাঙি পৰিছিল এইজা ৰিট্টা।

পূব আৰু পশ্চিম জার্মানী এক হােৱাৰ আনন্দ উপভােগ কৰিব পৰা নাছিল। কাৰণ বার্লিন প্রাচীৰক ৰিট্টাই বিয়া কৰাইছিল। সাত বছৰ বয়সৰে পৰা প্ৰাচীৰখনৰ প্ৰেমত পৰিছিল। টিভিত দেখি থকা প্রাচীৰখন চাবলৈ ধন জমা কৰিছিল। ১৯৭৯ত প্রাচীৰখনক ৰিট্টাই বিয়া কৰায়। ১৯৮৯ৰ পাছত আৰু স্বামীৰ ওচৰলৈ অহা নাই ৰিট্টাই। প্ৰাচীৰৰ পুৰণি মডেল ৰাখিছে ঘৰত। নাম দিছে ‘বার্লিন মাউৱাৰ। নেনে এনেগাচাকি হ’ল এটি ভিডিঅ’ গেমৰ চৰিত্র।

এই চৰিত্ৰটোক বিয়া কৰাইছে এজন যুৱকে। নিজৰ প্রকৃত নাম প্রকাশ নকৰা যুৱকজনে পৰিচয় দিয়ে ‘চন ৯০০০’ বুলি। লাভ প্লাছ’ গেমৰ নেনে হ’ল চন ৯০০০ পত্নী। ২০১৬ত হংকঙত নিজৰ এক প্রদর্শনীত শিল্পা ছেট্ৰীয়ে এটি শিলক বিয়া কৰােৱাৰ কথা জনাইছিল। ডাঙৰ শিলটো ঘৰৰ বাগিচাত সজাই থৈছে.পেন্সিলভেনিয়াৰ এমি উলফে গির্জাত অর্গেন বজায়। তেওঁ বিয়া কৰাইছে ৰ’লাৰ ক’ষ্টাৰ’ক। ১৩ বছৰ বয়সৰে পৰা এমিয়ে তেওঁৰ এই প্ৰেমিকৰ প্ৰেমত পৰিছিল।

প্রেমিকৰে এমিৰ শাৰীৰিক তথা মানসিক দুয়াে ধৰণৰ সম্পর্ক আছে; কিন্তু নিজৰ স্বামীৰ ওপৰত আনে উঠিলে এমিৰ মনত ঈর্ষা জাগে। ৰলাৰ ক’ষ্টাৰখন ‘ৱেবাৰ’ কোম্পানী বনাইছে। সেয়েহে নিজৰ নামৰ লগত উপাধি হিচাপে এমিয়ে ৱেবাৰ শব্দটো সংলগ্ন কৰি লৈছে। আমেৰিকাৰ এৰিকাই বিয়া কৰাইছে ‘আইফেল টাৱাৰ’ক। এই স্থাপত্যৰ প্ৰতি এৰিকাই সৰুৰে পৰা মুগ্ধ হৈছিল। সেয়েহে ডাঙৰ হৈ টাৱাৰটোৰ স’তে বিয়াত বহে।

মনৰ ইচ্ছা পূৰণ হােৱাত এতিয়া উপভােগ কৰিছে জীৱনক। প্রথমা পত্নীৰ মৃত্যু ২০ বছৰ পাছত টাইৱানৰ ৪৬ বছৰ বয়সীয়া চাং চি চুমে বার্বি ডলক বিয়া কৰায়। এনে কাৰ্যৰ দ্বাৰা পত্নীৰ আত্মক শান্ত কৰিছে বুলি ভাবে চুমে। সেয়েহে ২০ বছৰ ধৰি অকলেই আছিল। চীনৰ গুংঝাউ প্রদেশৰ লিউ ইয়ে বিয়া কৰাইছে নিজৰ ছবিক। একেখন ছবিৰ কাষত বিয়াৰ পােছাক পৰিধান কৰি ঠিয় হৈ আছিল লিউ। ৩৫ বছৰ বয়সীয়া বিল ফিকা এজন মনােবিজ্ঞানৰ ছাত্র।

‘আই বুক’ক বিয়া কৰাইছে এইজন বিলে। ডেভকেটে চলিত বৰ্ষতে বিয়া কৰায় এটি ছেক্স ডলক। নাম দিছে ‘কোৱাইট’। ইংলণ্ডৰ এম্মাই বিয়া কৰাইছে নিজৰ মৰমৰ ৰেডিঅ’টোক কোৰিয়াৰ ২৮ বছৰ বয়সীয়া লি জি গুৱে বিয়া কৰাইছে এটা মূৰত লােৱা ‘গাৰুক’ মাংগলিক দোষ নােহােৱা কৰিবলৈ ঐশ্বর্য ৰায়ে বিয়া কৰাইছিল এজোপা গছক। পৰৱর্তী সময়তহে অভিষকৰে বিয়াত বহে। অৱশ্যে বচ্ছন পৰিয়ালে ঘটনাটো অস্বীকাৰ কৰিছিল।

কিন্তু এনে প্ৰতিখন বিয়াৰ পাছত জটিল মনস্তাত্ত্বিক কাৰণ জড়িত হৈ থাকে মনােবৈজ্ঞানিকসকলৰ মতে, বহু মানুহৰ মাজত একক সম্পর্কক লৈ গভীৰ বিশ্বাস থাকে। কাৰণ এনেসকলে সংগী অথবা সংগিনীৰ পৰা আঘাত লাভ কৰিব নিবিচাৰে। জড় পদার্থ হলে মানসিক অথবা শাৰীৰিক আঘাত লাভৰ কোনাে সম্ভাৱনা নাথাকে। আনহাতে, তীব্র অহংভাবৰ বাবেও বহুতে এনে সিদ্ধান্ত লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BerlinbriefcaseGarmanyLos Angeles
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d