Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বিদ্যালয় পর্যায়তে অধ্যয়ন এৰা কেৰালাৰ শ্ৰীধৰণে প্ৰকাশ কৰিলে ১২.৫ লাখ শব্দৰ অভিধান

publisher by publisher
January 2, 2021
in India, News
Reading Time: 1 min read
0
বিদ্যালয় পর্যায়তে অধ্যয়ন এৰা কেৰালাৰ শ্ৰীধৰণে প্ৰকাশ কৰিলে ১২.৫ লাখ শব্দৰ অভিধান
13
SHARES
129
VIEWS
ShareShareShareShare

বিদ্যালয়ৰ পঢ়া-শুনা শেষ কৰিব নােৱাৰিলেও জীৱনৰ ৮০টা বছৰ অতিক্রম কৰাৰ পাছতাে অধ্যয়নত জড়িত আছে কেৰালাৰ এজন লােক, সম্প্রতি ৮৩ বছৰ বয়সীয়া এই লােকজনৰ নাম শ্রীধৰণ। তেওঁ জড়িত হৈ আছে এখন অভিধান প্রণয়নৰ স’তে। যােৱা ২৫ বছৰ ধৰি কাম আগবঢ়াই নিয়া অভিধানখনত ১২.৫ লাখৰাে অধিক শব্দ অন্তর্ভুক্ত হৈছে। অক্লান্ত পৰিশ্ৰমৰে দক্ষিণ ভাৰতৰ মূল চাৰিটা ভাষাৰ প্রতিশব্দক ইয়াত স্থান দিয়া হৈছে।

ADVERTISEMENT

image 19

RelatedPosts

তামিলক চৰকাৰী ভাষাৰ স্বীকৃতি দিয়াৰ দাবী মুখ্যমন্ত্ৰী ষ্টেলিনৰ

তামিল, তেলুগু, কন্নড়, মালয়ালম আদি প্ৰতিটো ভাষাৰ প্রতিশব্দ বাকী তিনিটা ভাষাত কি হ’ব সেয়া অভিধানখনত অন্তর্ভুক্ত হৈছে। কেৰালাৰ থেলাচৰিৰ বাসিন্দা শ্ৰীধৰণে চতুর্থ শ্রেণীত অধ্যয়ন কৰি থকাৰ সময়তে বিদ্যালয় এৰিবলৈ বাধ্য হৈছিল। কিন্তু বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে পঢ়া-শুনা বাদ দিলেও ভাষা আৰু শব্দৰ প্রতি আকর্ষণ অব্যাহত থাকি গৈছিল শ্রীধৰণৰ। বিদ্যালয় এৰাৰ পাছত শ্ৰীধৰণে এটা বিড়ি বনােৱা প্রতিষ্ঠানত কাম কৰিব লয়।

অৱশ্যে ব্যক্তিগতভাৱে অধ্যয়ন আগবঢ়াই নিয়ে। এনেদৰেই এটা সময়ত অষ্টম শ্রেণী উত্তীর্ণ হয়। ইয়াৰ পাছত চৰকাৰী কার্যালয়ত চাকৰি লাভ কৰে। ১৯৮৪ তে শ্রীধৰণে অভিধানৰ কামত হাত দিয়ে। কিন্তু এই কার্যত সম্পূর্ণভাৱে মন দিবলৈ সক্ষম হয় ১০ বছৰ পাছতহে। অর্থাৎ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতহে অভিধানৰ কামত সম্পূর্ণভাৱে ব্যস্ত হৈ পৰে। ইয়াৰ পাছৰে পৰা সমগ্র দিন ধৰি শব্দ আৰু প্ৰতিশব্দৰ অনুসন্ধান কৰিয়ে আনন্দ আৰু তৃপ্তি লাভ কৰি আহিছে শ্ৰীধৰণে।

শব্দ ভাণ্ডাৰ সমৃদ্ধ কৰিবলৈ ঘুৰিবলৈকো লয় দক্ষিণৰ ৰাজ্যকেইখন ভ্রমণ কৰিবলৈ লয়। কথা-বতৰা হৈছিল স্থানীয় লােকসকলৰেও। চেষ্টা কৰি গৈছিল অধিক স্থানীয় শব্দ সংগ্রহ কৰিবলৈ। শ্ৰীধৰণৰ অভিধানৰ কথা জানিব পাৰি বহুজনে নিজস্বভাৱে আগবাঢ়ি আহি সহায়-সহযােগ আগবঢ়াইছিল। কামটো নিখুঁত কৰিবলৈ চেষ্টাৰ কোনাে ত্রুটি কৰা নাছিল তেওঁ।

শ্ৰীধৰণে জনােৱা অনুসৰি মালয়ালম শব্দ ‘ভয়ষু’ৰ তেলুগু প্রতিশব্দ বিচাৰি পাওতে সুদীর্ঘ ছবছৰ সময় লাগিছিল। শব্দৰ সন্ধানত দিন-ৰাতি এক কৰি দিছিল শ্রীধৰণে। নিশা নিদ্ৰাৰত অৱস্থাতাে সপােনত নতুন নতুন শব্দৰ সন্ধান লাভ কৰিছিল। তেনে সময়ত সাৰ পাই উঠি বিছনাত বহি পৰিছিল। লগে লগে পুনৰ ব্যস্ত হৈ পৰিছিল অভিধানৰ কামত। কোনাে ধৰণৰ আর্থিক সাহায্য অথবা অনুদান অবিহনেই সম্পূর্ণ নিজস্ব উদ্যোগতে এই কাম আগবঢ়াই নিছিলে শ্রীধৰণে। স্বাভাৱিকতে ইয়াৰ ফলত প্রতিকূল অৱস্থাৰাে সম্মুখীন হ’বলগীয়া হৈছিল।

অভিধানখন প্ৰকাশৰ সময়তাে পালপিটো লৈ প্ৰকাশৰ দুৱাৰে দুৱাৰে ঘূৰিবলগীয়া হৈছিল। কিন্তু কোনেও প্ৰকাশৰ আগ্রহ প্রকাশ কৰা নাছিল। শ্ৰীধৰণৰ এই সংগ্রাম সন্মুখলৈ আনে নন্দন নামৰ এজন পৰিচালকে তথ্যচিত্রৰ মাধ্যমত। যােৱা নৱেম্বৰত প্ৰকাশৰ মুখ দেখে অভিধানখনে। স্থানীয় প্রবীণ নাগৰিকৰ এটা সংস্থাই অভিধানৰ প্রকাশত মুখ্য ভূমিকা লয়। অভিধানখনত ৯০০ পৃষ্ঠা আছে। তথ্যচিত্ৰখনাে প্রশংসিত হৈছে বিভিন্ন চলচ্চিত্র উৎসৱত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 83-YO Kerala School Dropout Creates Unique Dictionary in 4 South Indian LanguagesKannadaMalayalamSreedharanTamilTelugu
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d