Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটিচি নিৰ্বাচনৰ পাছত প্ৰথমবাৰলৈ শালবাৰীত উপস্থিত বিপিএফ মূৰব্বী হাগ্ৰামা মহিলাৰী

publisher by publisher
January 4, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বিটিচি নিৰ্বাচনৰ পাছত প্ৰথমবাৰলৈ শালবাৰীত উপস্থিত বিপিএফ মূৰব্বী হাগ্ৰামা মহিলাৰী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

হেলিকপ্টাৰৰ তেল শেষ, গাড়ী ভাড়াত লৈ মিটিঙত উপস্থিত হাগ্ৰামা মহিলাৰী

Hagrama Mohilary:নিৰ্বাচনী গৰম বতাহৰ মাজত হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

বিটিচি নিৰ্বাচনৰ পাছত আজি  প্ৰথমবাৰলৈ দিনৰ প্ৰায় এক বজাত বাগছা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত কমলাবাৰীত উপস্থিত হয় বিপিএফ দলৰ মূৰব্বী হাগ্ৰামা মহিলাৰী । দলটোৰ ১০ খনকৈ যুৱ বিপিএফ দলৰ জিলা কমিটীৰ সভাপতি আৰু সম্পাদকসকলৰ উপৰিও দলৰ ৪০ খনকৈ খণ্ড পৰ্যায়ৰ কমিটীৰ সভাপতি আৰু সম্পাদকসকলৰ সৈতে সভাখন অনুষ্ঠিত হয় ।

ADVERTISEMENT

সভাখনত দলটোৰ আভ্যন্তৰীণ বিষয়ৰ লগতে ৰাজ্যখনত হ’বলগীয়া আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে ল’বলগীয়া স্থিতি আৰু বিটিচিৰ ভূমি সমস্যাকে ধৰি বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰা হয় ।

আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে কাৰ সৈতে মিত্ৰতা কৰিব, সেই বিষয়ে এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত নোলোৱাৰ কথা দলীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে । তদুপৰি আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৱে যাতে ১২ খন আসন লাভ কৰিব পাৰে, সেই বিষয়েও লক্ষ্য নিৰ্দ্ধাৰণ কৰা কথাও জানিব পৰা গৈছে ।

এই সভাতে বিটিচিবাসীৰ ভূমি পট্টা প্ৰদান বিষয়ক সমস্যাটোৰ সমাধানৰ লগতে বিটিচিবাসী ৰাজবংশী আৰু আদিবাসীসকলৰ সামগ্ৰীক উন্নয়নৰ বাবে জনগোষ্ঠীসমূহৰ সুকীয়াকৈ উন্নয়ন ব’ৰ্ড গঠন কৰা বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰা হয় ।

অৱশ্যে আজিৰ এই সভাত বিপিএফ মূৰব্বীগৰাকীয়ে সাংবাদিকসকলক এৰাই চলাটোও পৰিলক্ষিত হয় ৷ সভাৰ সময়ত উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰা সাংবাদিকক ফটো, ভিডিঅ’ সংগ্ৰহ কৰিবলৈও বাৰণ কৰে দলটোৱে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: baksha assamBPFHagrama Mohilary
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d