Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

অক্সফ’ৰ্ডৰ প্ৰতিষেধক ৰপ্তানি সাময়িকভাৱে স্থগিত ৰাখিছে ভাৰতে

সংক্ৰমণ বৃদ্ধি হোৱাৰ ফলত চাহিদা বৃদ্ধি

publisher by publisher
March 25, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
অক্সফ’ৰ্ডৰ প্ৰতিষেধক ৰপ্তানি সাময়িকভাৱে স্থগিত ৰাখিছে ভাৰতে
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

অক্সফ’ৰ্ড-অষ্ট্ৰাজেনেকাৰ প্ৰতিষেধক ৰপ্তানি সাময়িকভাৱে বন্ধ ৰাখিছে ভাৰতে । দেশত কৰ’না দ্বিতীয় ঢৌ অহাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ভাৰতৰ ছেৰাম ইনষ্টিটিউটত অক্সফ’ৰ্ড-অষ্ট্ৰাজেনেকাৰ প্ৰতিষেধক প্ৰস্তুত কৰা হয় । এইটো বিশ্বৰ বৃহত্তম প্ৰতিষেধক প্ৰস্তুতকাৰী সংস্থা । সমগ্ৰ বিশ্বত ছেৰামৰ প্ৰতিষেধক ৰপ্তানি কৰা হয় । দেশত সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত প্ৰতিষেধকৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে বৃহৎ সংখ্যাত ৰপ্তানি বন্ধ কৰিছে ভাৰতে ।

ADVERTISEMENT

বিশ্ব স্বাস্থ্য সংস্থাৰ নিয়ন্ত্ৰণাধীন ক’ভিক্স প্ৰতিষেধক সৰবৰাহৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিব । বিশ্বৰ ৬৪খন নিম্ন আয়ৰ দেশত প্ৰতিষেধক সৰবৰাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই । ইতিমধ্যে ক’ভিক্স সংগঠনে ছেৰামৰ এক কোটি ৭০ লাখ কৰ’না প্ৰতিষেধক লাভ কৰিছে । অৱশ্যে সম্প্ৰতি এই সৰবৰাহ স্থগিত ৰখা হৈছে ।

বিশ্ব স্বাস্থ্য সংস্থাই জনায়, ‘ৰপ্তানিৰ অনুমতি লাভ নকৰাৰ বাবে নিম্ন আয়ৰ দেশসমূহত কৰ’নাৰ প্ৰতিষেক সৰবৰাহ কৰাত সাময়িক পলম হ’ব পাৰে । ছেৰাম ইনষ্টিটিউটে মাৰ্চ আৰু এপ্ৰিলত ৰপ্তানি কৰিবলগীয়া প্ৰতিষেধকসমূহ সামান্য পলমকৈয়ে লাভ কৰিব ।’

There are enough vaccines in our country for all eligible beneficiaries. So, do not believe in rumours, and #Unite2FightCorona by participating in the #LargestVaccineDrive. pic.twitter.com/fW1Ck5pXv7

— Ministry of Health (@MoHFW_INDIA) March 25, 2021

চৰকাৰী সূত্ৰ অনুসৰি, যোৱা বৃহস্পতিবাৰৰ পৰা প্ৰতিষেধক ৰপ্তানি কৰা হোৱা নাই । কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াই সংবাদ মাধ্যমক জনায়, ‘সকলোৱছ এখোঁজ পিছুৱাই গৈছে । স্থায়ীভাৱে নহ’লেও সাময়িকভাৱে ।’ বিশ্ব স্বাস্থ্য সংস্থাই আশ্বাস দিছে যে, ভাৰত চৰকাৰে অতি শীঘ্ৰে এই সমস্যা সমাধান কৰি ৰপ্তানি আৰম্ভ কৰিব ।

অক্সফ’ৰ্ডৰ প্ৰতিষেধকৰ এক বিশেষ প্ৰতিবেদন প্ৰকাশ পাইছে আমেৰিকাত । প্ৰতিবেদন অনুসৰি, প্ৰতিষেধকটো মানৱ শৰীৰত ৭৬ শতাংশ কাৰ্যকৰী । ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰীত এটা পৰীক্ষামূলক প্ৰয়োগৰ ভিত্তিত নিৰ্মিত প্ৰতিবেদনত কোৱা হৈছিল যে, কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাত প্ৰতিষেধকটো ৭৯ শতাংশ কাৰ্যকৰী । ৩২ হেজাৰৰো অধিক লোকৰ শৰীৰত প্ৰতিষেধক প্ৰয়োগ কৰি এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AstraZenecaCovid-19Oxford
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d