Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নীতি আয়োগত দেশৰ আকাংক্ষিত জিলাসমূহৰ ভিতৰত সৰ্বোচ্চ স্থানত ওদালগুৰি জিলা

পূৰ্বৰ তুলনাত জিলাখনৰ প্ৰতিটো ক্ষেত্ৰৰে মানদণ্ড উন্নত হৈছে

publisher by publisher
April 19, 2021
in Assam, COVID-19, India, News
Reading Time: 1 min read
0
নীতি আয়োগত দেশৰ আকাংক্ষিত জিলাসমূহৰ ভিতৰত সৰ্বোচ্চ স্থানত ওদালগুৰি জিলা
6
SHARES
63
VIEWS
ShareShareShareShare

RelatedPosts

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

বিশ্বব্যাপি চলি থকা ক’ভিড ১৯ মহামাৰী বিভীষিকাৰ মাজতে ওদালগুৰি জিলাই কঢ়িয়াই আনিলে এক সুখবৰ। বিগত ২০২০ বৰ্ষত অন্তত এই মহামাৰীৰ প্ৰভাৱ কিছু সাম কটাৰ সময়তে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ নীতি আয়োগৰ সমীক্ষাত দেশৰ আকাংক্ষিত জিলাসমূহৰ ভিতৰত প্ৰথম স্থান দখল কৰিলে ওদালগুৰিয়ে।

ADVERTISEMENT

দেশৰ ৭১২ খন জিলাৰ ভিতৰত ২৭ খন ৰাজ্যৰ ১১২ খন জিলাক আকাংক্ষিত জিলা হিচাপে লৈ নীতি আয়োগে প্ৰতি বছৰে চলাই আহিছে এক উন্নয়ণমূলক সমীক্ষা। সেই অনুসৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ বাবে চলোৱা নীতি আয়োগৰ উক্ত সমীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ ওদালগুৰি জিলা।

উল্লেখ্য যে এই সমীক্ষাই সামৰি লৈছে অসমৰ সাতখন জিলা ক্ৰমে ওদালগুৰি, দৰং, গোৱালপাৰা, বাক্সা, বৰপেটা, ধুবুৰী আৰু হাইলাকান্দি জিলাক। আয়োগৰ এই সমীক্ষাই ক্ৰমে স্বাস্থ্য আৰু পুষ্টিকাৰক, শিক্ষা, কৃষি আৰু জলসম্পদ, ফাইনানচিয়েল ইনক্লিউজন-দক্ষতা বিকাশ আৰু প্ৰাথমিক আন্ত:গাঠনি ক্ষেত্ৰক সমীক্ষাটোত সামৰি লৈছে।

নীতি আয়োগে চলোৱা উক্ত সমীক্ষাৰ পৰা লাভ কৰা তথ্য অনুসৰি এই ১১২ খন আকাংক্ষিত জিলাৰ ভিতৰত অসমৰ ওদালগুৰি জিলাই চলিত বৰ্ষৰ বিগত ফেব্ৰুৱাৰী মাহৰ সমীক্ষাত দেশৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত ফেব্ৰুৱাৰী মাহৰ সমীক্ষাত ওদালগুৰি জিলাই মুঠ ৪৬.১ যৌগিক স্ক’ৰ সংগ্ৰহ কৰিছে।

জানুৱাৰী মাহত এই স্ক’ৰ আছিল ৪৩.৯ নম্বৰ। এইবাৰৰ সমীক্ষাত বিভিন্ন শিতান অনুযায়ী স্বাস্থ্য আৰু পৰিপুষ্টিৰ ক্ষেত্ৰত প্ৰথম স্থান, শিক্ষাৰ ক্ষেত্ৰত ১৫ তম স্থান, কৃষি আৰু জলসম্পদ ক্ষেত্ৰত ৩১ তম স্থান, ফাইনানচিয়েল ইনক্লিউজন আৰু দক্ষতা বিকাশ ক্ষেত্ৰত ৬৮ তম স্থান, প্ৰাথমিক আন্তগাঠনিৰ ক্ষেত্ৰত ৮৭ তম স্থান অধিকাৰ কৰে ওদালগুৰি জিলাখনে।

ইফালে সকলো ক্ষেত্ৰকে সামৰি দেশৰ ১১২ খন আকাংক্ষিত জিলাৰ ভিতৰত ওদালগুৰিয়ে প্ৰথম স্থান, দৰঙে দশম স্থান, গোৱালপাৰাই ৮৮ তম স্থান, বাক্সাই ৪২ তম স্থান, বৰপেটাই দশম স্থান, ধুবুৰীয়ে ১০৩ তম স্থান আৰু হাইলাকান্দিয়ে ১১০ তম স্থান দখল কৰে। আশ্চৰ্যকৰ বিষয় এয়ে যে বিগত জানুৱাৰী মাহত ওদালগুৰি জিলাৰ স্থান ১১০ আছিল যদিও এমাহ পাছতেই জিলাখনে প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশৰ চানডাউলি জিলা আৰু তৃতীয় স্থানত আছে ঝাৰখণ্ডৰ খুণ্টী জিলা।

বিগত জানুৱাৰী মাহৰ তুলনাত ফেব্ৰুৱাৰী মাহটোত প্ৰায় প্ৰতিটো ক্ষেত্ৰতে উন্নত মান অধিকাৰ কৰে ওদালগুৰি জিলাখনে। সেই অনুসৰি স্বাস্থ্য আৰু পুষ্টিকাৰক ক্ষেত্ৰত জানুৱাৰী মাহৰ ৫৮.১ নম্বৰৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত লাভ কৰে ৬৫.১ নম্বৰ, শিক্ষাৰ ক্ষেত্ৰত পূৰ্ৱৰ জানুৱাৰী মাহত ৫৯.৪ৰ বিপৰীতে ফেব্ৰুৱাৰী মাহতো ৫৯.৪, কৃষি আৰু জলসম্পদ ক্ষেত্ৰত জানুৱাৰী মাহত ১২.৮ৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত ১৩.২, ফাইনানচিয়েল ইনক্লিউজন আৰু দক্ষতা বিকাশ ক্ষেত্ৰত জানুৱাৰী মাহত ২০.৪ৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত ২০.১ আৰু প্ৰাথমিক আন্ত:গাঠনিৰ ক্ষেত্ৰত ওদালগুৰি জিলাখনে বিগত জানুৱাৰী মাহত ৪১ নম্বৰ লাভ কৰাৰ বিপৰীতে ফেব্ৰুৱাৰী মাহত লাভ কৰে ৪১ নম্বৰ।

বিগত জানুৱাৰী মাহত ভাৰতৰ ১১২ খন জিলাৰ ভিতৰত ১১০ নম্বৰ স্থানত থকা অসমৰ ওদালগুৰি জিলাখনে এইবাৰ প্ৰথম স্থান দখল কৰাত ভৱিষ্যতে জিলাখন সকলো দিশতে আগবাঢ়ি এক উন্নত জিলাৰ মৰ্যাদা অধিকাৰ কৰাৰ কামনা কৰিছে জিলাৱাসীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19NITI AayogUdalguri
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

September 26, 2026
জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ
India

জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

September 26, 2026
এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
News

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d