Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বকোত অবাধে চলিছে বনাঞ্চল ধ্বংসযজ্ঞ

অপৈণত শাল কাটি সৰবৰাহ কৰা হৈছে চৰাঞ্চললৈ

publisher by publisher
May 25, 2021
in Assam, India, News
Reading Time: 1 min read
0
5
SHARES
45
VIEWS
ShareShareShareShare

RelatedPosts

বকোত ১১৪ সংখ্যক আঞ্চলিক সুঁৱৰী উৎসৱ উদযাপন

Boko:বকোৰ তিনিখন গাঁৱত হাহাকাৰময় পৰিস্থিতি

Accident:দক্ষিণ কামৰূপত ভয়ংকৰ পথ দুৰ্ঘটনা

একালত প্ৰাকৃতিকভাৱে অক্সিজেনৰ হাব হিচাপে পৰিচিত বকোৰ বনাঞ্চল বৰ্তমান মৰুভূমি সদৃশত পৰিণত হৈছে । অপৈণত মূল্যবান শাল, চেগুনৰ গছ কাটি তহিলং কৰিছে চোৰাং ব্যৱসায়ী সকলে। এনে দুষ্কাৰ্য প্ৰতিৰোধৰ বাবে ৰাইজে খৱৰ দিলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰে বন বিভাগে । নিৰুপায় ৰাইজে খৱৰ দিয়ে সাংবাদিকক।

ADVERTISEMENT

আনহাতে, বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক প্ৰাণে মাৰাৰ ভাবুকি চোৰাং কাঠ বেপাৰীসকলৰ । বকোস্থ শিংৰা বনাঞ্চলিক বিষয়া কাৰ্যলয়ৰ অন্তগৰ্ত ৰাজাপাৰা, মোজাইবাৰীৰ আৰু গোহালকোনা গাঁৱৰ বিভিন্ন অঞ্চলত মজুত কৰি ৰখা আছিল শশ গছৰ কুণ্ডা ।

বকোৰ এগৰাকী সতীৰ্থ সাংবাদিক কুলেন্দু কলিতাই সেই স্থানত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত সাংবাদিক গৰাকীক প্ৰাণে মাৰিবলৈ উদ্ধত হয় চোৰাং কাঠ বেপাৰীসকলে । বনধ্বংসকাৰীয়ে মূল্যৱান গছ গছনি বোৰ কাটি পথৰ দাঁতিৰ লগতে পথাৰত পেলাই থোৱা টুকুৰাবোৰ ফটো তুলি সাংবাদিক কুলেন্দু কলিতাই উভতি অহা অৱস্থাত বন ধ্বংসকাৰী এগৰাকীয়ে প্ৰথমতে মটৰ চাইকেলেৰে খেদি আহে ।

পৰিস্থিতিৰ অৱনতিৰ কথা চিন্তা কৰিয়ে সাংবাদিক কুলেন্দু কলিতাই সেই স্থান ত্যাগ কৰি কিছুদূৰ আগুৱাই অহাত এচাম বন ধ্বংসকাৰীয়ে সাংবাদিকগৰাকীক চাৰিওফালৰ পৰা আগুৰি ধৰি জাঠি-জোং , দা আদি জোকাৰি জোকাৰি আক্ৰমণ কৰিবলৈ উদ্যত হয় । উপায়হীন হৈ সাংবাদিক কুলেন্দু কলিতাই নিজৰ প্ৰাণ বচাই সেই স্থান ত্যাগ কৰিবলৈ বাধ্য হয় ।

সাংবাদিকগৰাকীয়ে ঘটনা সন্দৰ্ভত বকো থানাত অভিযোগ কৰিছে । একেদৰে বনবিভাগৰ ওচৰতো বকোৰ জোঙাখুলি ৰাজাপাৰা অঞ্চলত বন ধ্বংসকাৰীয়ে মূল্যৱান গছৰ টুকুৰা কাটি দমাই থোৱাৰ বিষয়ে জনোৱাৰ পাছতো বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে সেই স্থানত উপস্থিত নোহোৱাৰ অভিযোগ কৰিছে ।

ঘটনা সন্দৰ্ভত সাংবাদিক গৰাকীয়ে জিলা উপায়ুক্ত আৰু বনমন্ত্ৰীক টুইট কৰি জনাইছে । আনহাতে বন ধ্বংসকাৰীয়ে পশ্চিম কামৰূপ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ বিভিন্ন বনাঞ্চলত মূল্যৱান গছ-গছনি কাটি ধ্বংস কৰা কাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱাৰ উপৰিও সাংবাদিক কুলেন্দু কলিতাক আক্ৰমণৰ দৰে ঘটনাত তীব্ৰ গৰিহণা দি ঘটনাৰ স’তে জড়িত দোষীক চিনাক্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভিন্ন সমাজ-সংগঠনে আৰক্ষী-প্ৰশাসনৰ ওচৰত দাবী জনাইছে ।

উল্লেখ্য যে, ক’ৰনা মহামাৰীৰ সময়ত অধিক চৰ্চিত বিষয় অক্সিজেন, অক্সিজেনৰ নাটনি।কিন্তু প্ৰাকৃতিক অক্সিজেনৰ হাব ক্ৰমাত পৰিণত হৈছে মৰুভূমিলৈ। বন বিষয়াৰে মিতিৰালি পাতি দিনে-নিশাই চোৰাং ব্যৱসায়ীয়ে সৰবৰাহ কৰিছে শাল-চেগুন । এক কথাত বকোত অস্তিত্বহীন বন বিভাগ । অপৈনত শাল, চেগুন কাটি সৰবৰাহ কৰা হৈছে বিশেষকৈ চৰাঞ্চললৈ। বকোৰ বনাঞ্চলত বন ধ্বংস দৃশ্য তেনেই সুলভ। আনকি পথৰ দাঁতিত পৰি থাকে চোৰাং ব্যৱসায়ীয়ে মজুত কৰি ৰখা মূল্যৱান গছৰ কুণ্ডা।

এই সন্দৰ্ভত বন বিভাগক খৱৰ দিলেও গ্ৰহণ নকৰে বিহিত ব্যৱস্থা। আনকি চোৰাং কাঠ বেপাৰীসকলে চোৰাং কাঠ সৰবৰাহৰ ক্ষেত্ৰত বকোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংলগ্ন তিনিআলি অথবা চাৰিআলিবোৰত এটা নিশাৰ বাবদ পাঁচশ টকীয়া বাৰ্তাবাহক (informer) ৰাখে । মুঠতে বকোৰ সেউজভূমি সম্প্ৰতি চোৰাং কাঠ বেপাৰীৰ কব্জাত। এই কুণ্ডাবোৰ অৱশেষত সংবাদকৰ্মীৰ তৎপৰতাত জব্দ কৰিবলৈ বাধ্য হয় বন বিভাগে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BokoDeforestation
publisher

publisher

Related Posts

পহলগাম আক্ৰমণৰ পিছতে সিন্ধু জলবণ্টন চুক্তি স্থগিত, লাদাখত সিন্ধু নদীৰ ওপৰত ভাৰতৰ পাথৰৰ বান্ধ
International

September 6, 2026
পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’
India

পাহাৰ কাটি পথ নিৰ্মাণৰ সময়তে মহাবিপৰ্যয়, তিস্তাৰ নিম্নাংশত ‘হাই এলাৰ্ট’

September 6, 2026
দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত
India

দিল্লীত খহি পৰিল পাঁচ মহলীয়া অট্টালিকা, উদ্ধাৰ অভিযান অব্যাহত

September 6, 2026
১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d