Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিকিৎসকৰ কলমেৰে

publisher by publisher
June 8, 2021
in Assam, India, News
Reading Time: 1 min read
0
চিকিৎসকৰ কলমেৰে
6
SHARES
56
VIEWS
ShareShareShareShare

RelatedPosts

দোতমাৰ ডুমাৰীগুৰী ভিছিডিছিৰ চেয়াৰমেন বাছনিক কেন্দ্ৰ কৰি দলীয় কৰ্মীৰ প্ৰতিবাদ

পাঁচদিনীয়া কাৰ্যসূচীত শিক্ষক-শিক্ষয়ত্ৰীৰ প্ৰি-প্ৰাইমাৰী প্ৰশিক্ষণ দোতমাত

”চিকিৎসক তথা চিকিৎসাকৰ্মীৰ ওপৰত আক্ৰমণ আৰু তাৰ প্ৰভাৱ” — ডক্টৰ বলোৰাম বৰ্মন, উপ অধীক্ষক দোতমা সমূহীয়া স্বাস্থ্যকেন্দ্র

” আজি এজনী আশা (Asha)ই গৰ্ভৱতী মহিলা এগৰাকী চেক-আপৰ কাৰণে আনিছিল । আজিকালি সকলো ধৰণৰ পৰীক্ষাৰ আগতে কভিড টেষ্ট কৰাটো বাধ্যতামূলক । দূৰ্ভাগ্যবসত: গৰ্ভৱতী মহিলা গৰাকীৰ কভিড পজিটিভ হ’ল ।তাইক কোৱা হল যে তাই এতিয়া কভিড হস্পিটেল- CCC যাব লাগে ।সমস্যা হ’ল তাতেই । গৰ্ভৱতী মহিলা গৰাকীৰ খং — যত কূটৰ ঘাই এই আশাজনী – তাই কাৰণেই আহিব লগা হ’ল আৰু এতিয়া এই অথন্তৰ ।” যেন আশাজনীয়ে নিজৰ স্বাৰ্থতহে গৰ্ভৱতী মহিলা গৰাকীক চেক আপৰ কাৰণে লৈ আনিছিল। ( চিকিৎসা সচেতনতাৰ এটা সৰু উদাহৰণ মাত্ৰ। এয়াই হ’ল আমাৰ চিন্তাধাৰা)

ADVERTISEMENT

নিৰক্ষৰতা ( illiteracy), অনগ্ৰসৰতা( poverty), স্বাস্থ্য অসচেতনতা ( lake of health awarnes) অসুচল যাতায়ত ব্যৱস্থা (lake of communication, অন্ধবিশ্বাস (miss conception )– আদিৰ উপৰিও কিছুমান চৰকাৰী কৰ্মচাৰীৰ কামৰ প্ৰতি দায়বদ্ধ হীনতা বা অনিহা আদিৰ বাবে স্বাস্থ্য ক্ষেত্ৰত ভাৰতৰ কেইখনমান প্ৰদেশৰ তুলনাত আমি এতিয়াও বহু পিছপৰি আছোঁ ।
‌
এটা সময় আছিল যেতিয়া গ্ৰামাঞ্চলত চাকৰি কৰা চিকিৎসকে চাইকেলত উঠি গাঁৱে গাঁৱে বা ঘৰে ঘৰে ৰোগী চাই ফুৰিছিল। তাৰ পিছত যেতিয়া বাইক আহিল তেতিয়াও কিছুমানে বাইকেৰে ৰোগী চাই ফুৰিছিল। কিন্তু এতিয়া আৰু সেইদিন নাই ।যি কোনো কাৰণতেই নহওঁক কিয় আগৰ সেই ধূটি পিন্ধি ঘৰে ঘৰে – ল’ৰাই পঢ়িছে নে নাই- খবৰ কৰা মাস্টাৰো নাই আৰু চাইকেলত উঠি গাঁৱে গাঁৱে ৰোগী চাই ফুৰা ডাক্তৰো নাই ! …… তেতিয়া ডাক্তৰো বেছি নাছিল, হস্পিটেলো নাছিল । কিন্তু চিকিৎসা সেৱা আছিল । এতিয়া অত তত বহু হস্পিটেল হ’ল ডাক্তৰো বহু ওলাল । কিন্তু ….. (অৱশ্যে এতিয়াও গ্ৰামাঞ্চলত অৱস্থিত প্ৰায় প্ৰতিখন হস্পিটেলতে টানে বিপদে পাব পৰাকৈ অন্ততঃ এজনকৈ হ’লেও ডাক্তৰ আছে) ।

কিন্তু অতি‌ সম্প্ৰতি যিটো হাৰত চিকিৎসক তথা চিকিৎসাকৰ্মীৰ ওপৰত “আক্ৰমণ” আৰম্ভ হৈছে – যাৰ ফলত চিকিৎসকে প্ৰাণ পৰ্যন্ত আহুতি দিব লগীয়া হৈছে – তেনে ক্ষেত্ৰত কোন পিতৃ-মাতৃয়ে জানি শুনি নিজৰ একমাত্ৰ (বেছি ভাগৰেই ) মেধাবী , উচ্চ শিক্ষিত সন্তানক বিপদৰ মুখলৈ ঠেলি দিব। … ইতিমধ্যে জীৱনৰ আধা বয়স টেনচন টেনচন কৰিয়ে পাৰ কৰিলোঁ। গতিকে আৰু নোৱাৰি … …

ফলস্বৰূপে••••
১) Peripheri অৰ্থাৎ ভিতৰুৱা অঞ্চললৈ চিকিৎসক যাবলৈ ইচ্ছা প্ৰকাশ নকৰিব । এনেও নতুন প্ৰজন্মৰ ল’ৰা ছোৱালী বোৰে আজি কালি গাওঁ লৈ যাবলৈ বৰ বেছি মন নকৰে ।

২) দ্বিতীয়তে – এনেও আজি কালি দয়া, মৰম, শ্ৰদ্ধা, আন্তৰিকতা, সহানুভূতি মানৱীয়তা আদি বস্তু বোৰ ( শব্দবোৰ ) অভিধানৰ ভিতৰতে চেপা খাই মৰো মৰো অৱস্থা, তেনে স্থলত অনিচ্ছা সত্বেও বা কেৱল চাকৰিৰ খাতিৰত গ্ৰামাঞ্চলত থাকিব লগীয়া চিকিৎসক এজনৰ পৰা আমি ভাল কি চিকিৎসাসেৱা আশা কৰিব পাৰোঁ !

আগতে চিকিৎসকে প্ৰথমতে ৰোগী জন চাইছিল (সেইটোয়েই নিয়ম) তাৰ পিছত attendant ( ৰোগীৰ লগত অহা মানুহ) । কিন্তু এতিয়াৰ পৰা attendant চাইহে চিকিৎসা প্ৰদান কৰিব। Attendant গন্দগোলীয়া , ধৈৰ্য নোহোৱা ,গতিকে পেচেণ্ট ৰেফাৰ !……

যাৰ ফলত প্ৰাথমিক চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হব গাওঁৰ দুখীয়া ৰাইজ । সেয়ে সচেতন ৰাইজ লৈ আহ্বান মূৰ্খৰ হাতত সমাজখন এৰি দি নিজৰ ভৰিত নিজে কুঠাৰ নামাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Boloram BarmanDotma
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d