Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত এক লাখ পদৰ নিযুক্তি সন্দৰ্ভত উচ্চস্তৰীয় সমিতিৰ বৈঠক

publisher by publisher
June 28, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত এক লাখ পদৰ নিযুক্তি সন্দৰ্ভত উচ্চস্তৰীয় সমিতিৰ বৈঠক
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

গোলাঘাট সমষ্টিৰ বহুকেইটা প্ৰকল্পৰ শুভ উদ্বোধন ও পদপথৰ ব্যৱসায়ীক পৰিচয় পত্ৰ প্ৰদান বিত্তমন্ত্ৰী অজন্তা নেওগৰ

যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ পৰ্যালোচনা বিত্তমন্ত্ৰী অজন্তা নেওগৰ

মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

আজি জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়াৰ উপস্থিতিত এক লাখ নিযুক্তি সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয়।

ADVERTISEMENT

বৈঠকত বিভিন্ন বিভাগসমূহে নিজৰ নিজৰ খালী পদৰ সংখ্যাৰ লগতে নতুন পদ সৃষ্টিৰ বাবেও বিত্তমন্ত্ৰীক অনুৰোধ জনায়। আজিৰ এই উচ্চস্তৰীয় বৈঠকখনত গৃহ বিভাগ, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ’ব বুলি বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

নৱ-গঠিত জিলা কেইখনৰ ক্ষেত্ৰটো নতুন পদ সৃষ্টি আৰু ৰাইজৰ সেৱাৰ বাবে প্ৰয়োজনীয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিত অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰিছে বিত্তমন্ত্ৰী নেওগে।

বিভাগসমূহৰ শীৰ্ষ বিষয়াসকলৰ লগত হোৱা আলোচনা মৰ্মে আজিৰ সভাই জ্ঞাত হয় যে প্ৰায় ৮০ হাজাৰ খালী পদত নিযুক্তি প্ৰদান কৰিব পৰা যাব। ইয়াৰ লগতে আৰু বহুতো নতুন পদ বিভিন্ন বিভাগত প্ৰয়োজন সাপেক্ষে সৃষ্টি কৰিব পৰা যাব।

এই পূৰণ কৰিবলগীয়া খালী পদৰ হিচাপ আৰু নতুনকৈ সৃষ্টি কৰিবলগীয়া পদসমূহৰ হিচাপ বিভাগসমূহক অহা চাৰি দিনৰ ভিতৰত বিত্ত বিভাগত জমা দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগে নিৰ্দেশ দিয়ে।

এক লাখ পদ পূৰণৰ বাবে বিভাগসমূহে প্ৰতিবেদন বিত্ত বিভাগত দাখিল কৰাৰ পাছত উক্ত বিষয়টো মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰা হ’ব আৰু নিযুক্তি প্ৰক্ৰিয়াৰ বাবে উপযুক্ত সিদ্ধান্ত লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে অৱগত কৰে।

গোটেই বিষয়টো পৰ্যালোচনা কৰি বিত্তমন্ত্ৰীয়ে নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰাৰম্ভিক কাম-কাজৰ ক্ষিপ্ৰ ৰূপায়নৰ বাবে মুখ্য সচিবৰ তত্বাৱধানত এখন ক’ৰ কমিটি গঠন কৰি দিয়ে।

বৈঠকত মন্ত্ৰী অজন্তা নেওগে গোটেই নিযুক্তি প্ৰক্ৰিয়াটোত জড়িত সকলোৱে নিষ্ঠা সহকাৰে তথা নিকা আৰু স্বচ্ছভাৱে সম্পন্ন কৰি চৰকাৰৰ সততাৰ পৰিচয় দিব লাগিব বুলিও বিষয়াসকলৰ উদ্দেশ্যে মন্তব্য প্ৰকাশ কৰে।

এই বৈঠকখনত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাকে প্ৰমুখ্য কৰি ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ajanta neog
publisher

publisher

Related Posts

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d