Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্ৰকৃতি সংৰক্ষণত অহৰ্নিশে নীৰৱ সংগ্ৰাম বাগ্‌সাৰ এদল যুৱকৰ

publisher by publisher
June 29, 2021
in Assam, India, News
Reading Time: 1 min read
0
প্ৰকৃতি সংৰক্ষণত অহৰ্নিশে নীৰৱ সংগ্ৰাম বাগ্‌সাৰ এদল যুৱকৰ
7
SHARES
71
VIEWS
ShareShareShareShare

RelatedPosts

বিভিন্ন জিলাৰ পৰা বাগসালৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ

বাগসাৰ বাৰাপেটাত ভয়ংকৰ পথ দুৰ্ঘটনা

বাগসাৰ লাৱদাংগুৰিত বন্যহস্তীয়ে ক্ষতিসাধন কৰা পৰিয়ালৰ কাষত কাৰ্যবাহী সদস্য গৌতম দাস

ভূটান সীমান্তত প্ৰকৃতি প্ৰেমীৰ সমাহাৰ ৷ প্ৰকৃতিক চিৰপ্ৰবাহমান কৰি ৰখাত ব্যস্ত বাগ্‌সাৰ এদল যুৱক ৷ নামনি অসমৰ বাগ্‌সা জিলাৰ সদৰ মুছলপুৰৰ পৰা প্ৰায় ১৮ কিলোমিটাৰ দূৰত্বৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত এটা বিশেষ অঞ্চল ৷ বিশেষকৈ ভূটান পাহাৰৰ পৰা দিৰিং নৈৰ শিলাময় পথেৰে নামি অহা ফটফটীয়া পৰিস্কাৰ পানী আৰু চৌদিশ আবৃত সেউজীয়া পাহাৰৰ অপৰূপ সৌন্দৰ্যৰ বাবেই এতিয়া পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু এই বিশেষ অঞ্চলটো ৷

ADVERTISEMENT

এই বিশেষ অঞ্চলটোৱেই হৈছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ব্যঘ্ৰ প্ৰকল্পৰ অন্তৰ্গত দিহিৰা সংৰক্ষিত বনাঞ্চলৰ প্ৰাকৃতিক নান্দনিকতাৰে ভৰপূৰ দাৰাগাঁও । যেন এক সৰগৰ অময়াপুৰী । যি সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত অবাধ গতিত বন ধ্বংস কাৰ্য অব্যাহত আছে, তেনে সময়তে এই বনাঞ্চলখনৰ প্ৰাকৃতিক ৰূপ-সুষমাত বিভোৰ হৈ প্ৰকৃতি সংৰক্ষণ আৰু জৈৱ-বৈচিত্ৰ্য ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে এদল যুৱক ৷

বিগত বৰ্ষৰ দুই অক্টোবৰত জিলাখনৰ বৰমা, মুছলপুৰ, নিকাছী আদি বিভিন্ন ঠাইৰ কেইজনমান প্ৰকৃতিপ্ৰেমী যুৱকৰ সন্মিলিত প্ৰচেষ্টাত মানাস-দাৰাগাঁও ইক’ ট্যুৰিজিম চ’ছাইটি নামেৰে এটি বেচৰকাৰী সংস্থা গঠন কৰি অঞ্চলটোৰ বনাঞ্চল সংৰক্ষণৰ কামত নিজকে নিয়োজিত কৰে । যাৰ তত্বাৱধানত এতিয়া গঢ় লৈ উঠিবলৈ সক্ষম হৈছে এখন বৃহৎ সেউজ অৰণ্যৰ লগতে বাগ্‌সাৰ অন্যতম পৰ্যটনস্থলী দাৰাগাঁও ৷ প্ৰখৰ ৰ’দ অথবা ধাৰাষাৰ বৰষুণকো‌ নেওচা দি তেওঁলোক এতিয়া প্ৰকৃতিৰ একো একোজন অতন্দ্ৰ প্ৰহৰী ৷ বনজ সম্পদ সংৰক্ষণেই যাৰ মূল উদ্দেশ্য ।

উল্লেখ্য যে প্ৰায় ডেৰ দশকৰ পূৰ্বে বাগ্‌সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত দিহিৰা সংৰক্ষিত বনাঞ্চলখন একাংশ চোৰাং কাঠ ব্যৱসায়ীয়ে তহিলং কৰি পেলাইছিল ৷ তাৰোপৰি উক্ত বনাঞ্চল খনৰ বিভিন্ন স্থানত চলিছিল অবাধ বেদখল ৷ যাৰ পৰিপ্ৰেক্ষিতত ক্ৰমান্বয়ে সংকুচিত হ’বলৈ আৰম্ভ কৰিছিল জৈৱ-বৈচিত্ৰ্যৰ অনুপম ভাণ্ডাৰ দিহিৰা সংৰক্ষিত বনাঞ্চলৰ ভূখণ্ড ৷

নিষ্ঠুৰ মানৱৰ আগ্ৰাসনৰ প্ৰভাৱত বনাঞ্চল খনৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি আহি পৰিছিল ৷ কিন্তু ভাগ্যক্ৰমে ২০২০ৰ গান্ধী জয়ন্তীৰ দিনা জিলাখনৰ প্ৰকৃতিপ্ৰেমী যুৱক অমৰজ্যোতি হাজৰিকা আৰু ৰঞ্জিত গয়াৰীৰ নেতৃত্বত গঠন হোৱা মানাস-দাৰাগাঁও ইক’ ট্যুৰিজিম চ’ছাইটিৰ সহযোগত ধ্বংসৰ গৰাহৰ পৰা পুনৰ ঠন ধৰি উঠিবলৈ সক্ষম হৈছে বনাঞ্চলখন ৷

ইতিমধ্যে সংস্থাটোৱে বিগত সময়ত দুষ্প্ৰাপ্য টুপি বান্দৰ, বিলুপ্তপ্ৰায় হাড়গিলা, ভিন্ন প্ৰজাতিৰ সৰীসৃপ আদি উদ্ধাৰ কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোক সেউজীয়া কৰি ৰখাৰ বাবে গছপুলি ৰোপণ কৰি আহিছে ৷ ভাৰত-ভূটান সীমান্ত অঞ্চলটোত যাতে কোনোৱে গছ-গছনি কটা বা জীৱ-জন্তু হত্যা কৰিব নোৱাৰে, তাৰ বাবে অহৰ্নিশে পহৰাৰো ব্যৱস্থা কৰি আহিছে সংস্থাটোৰ সদস্যসকলে ৷

মন কৰিবলগীয়া কথা এই যে স্বেচ্ছাসেৱী সংস্থাটোৱে এসময়ত বনজ সম্পদ ধ্বংসত লিপ্ত থকা সকলকো এতিয়া উক্ত চ’ছাইটিৰ সাধাৰণ সদস্য হিচাপে নিয়োগ কৰি মনোনিৱেশ কৰাইছে প্ৰকৃতি সংৰক্ষণৰ কামত। এইসকল প্ৰকৃতিপ্ৰেমী এতিয়া হৈ পৰিছে একো একোজন সদাজাগ্ৰত বন সুৰক্ষাকৰ্মী ৷ নিজৰ জীৱনকো তুচ্চজ্ঞান কৰি বিভিন্ন ঘাত-প্ৰতিঘাটৰ মাজেৰে এইসকল লোকেই এতিয়া অহৰহ সুৰক্ষা দি আহিছে দিহিৰা বনাঞ্চলৰ গছ-গছনিৰ লগতে তাত থকা বন্যপ্ৰাণীসমূহকো ।

সম্প্ৰতি চৰকাৰীভাৱে সংস্থাটোৱে কোনো সাহায্য লাভ কৰিবলৈ সক্ষম নহ’লেও প্ৰকৃতি সুৰক্ষাৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি অহাৰ লগতে ভাৰত-ভূটান সীমান্তৰ পৰ্যটন সম্ভৱা দাৰাগাঁৱক ৰাজ্যৰ এক বিশেষ পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবেও যুৱককেইজনে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷

যি সময়ত নৱপ্ৰজন্মৰ একাংশই নিষিদ্ধ ড্ৰাগছ, মদ-জুৱা আদিৰ কবলত পৰি নিজৰ লগতে সমাজখনকো কলুষিত কৰি আহিছে তেনে সময়তে এখন বনাঞ্চল ৰক্ষাৰ বাবে স্বেচ্ছাই ওলাই অহা মানাস-দাৰাগাঁও ইক’ ট্যুৰিজিম চ’ছাইটিৰ এইসকল যুৱকৰ ঐকান্তিক প্ৰচেষ্টাই নিসন্দেহে সমাজখনৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ ৰাজ্য চৰকাৰ বা বিটিচি কৰ্তপক্ষই এই স্বেচ্ছাসেবী সংগঠনটো লৈ কিঞ্চিৎ সহায় আগবঢ়ালে তেওঁলোকৰ লক্ষ্যত উপনীত হ’ব পাৰিব ৷ সহায় হ’ব প্ৰকৃৃৃতি সংৰক্ষনতো ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bagsa
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d