Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

ভাৰতৰ প্ৰথম মহিলা সাঁতোৰবিদ হিচাপে অলিম্পিক্সত অংশগ্ৰহণ কৰিব মান্না পেটেলে

publisher by publisher
July 2, 2021
in India, News
Reading Time: 1 min read
0
ভাৰতৰ প্ৰথম মহিলা সাঁতোৰবিদ হিচাপে অলিম্পিক্সত অংশগ্ৰহণ কৰিব মান্না পেটেলে
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

BIG BREAKING NEWS: লোকসভা নিৰ্বাচনৰ প্ৰথমটো ফলাফল ঘোষণা

P T Usha:ভাৰতীয় অলিম্পিক সন্থাৰ পৰৱৰ্তী সভানেত্ৰী

দেশৰ নতুন মুখ্য নির্বাচনী বিষয়া ৰাজীৱ কুমাৰ

প্ৰথম ভাৰতীয় মহিলা হিচাপে আসন্ন ট’কিঅ’ অলিম্পিক্সত অংশগ্ৰহণ কৰিব মান্না পেটেলে । ২১ বছৰীয়া এইগৰাকী সাঁতোৰবিদক ‘ইউনিভাৰ্চিটি কোটা’ৰ পৰা অলিম্পিক্সত অংশগ্ৰহণ কৰাৰ অনুমোদন পত্ৰ দিছে ভাৰতীয় সাঁতোৰ সংস্থাই । তেওঁ এশ মিটাৰ বেকষ্ট্ৰ’ক বিভাগত প্ৰতিদ্বন্দ্বিতা কৰিব ।

ADVERTISEMENT

অলিম্পিক্সৰ টিকট লাভ কৰিবৰ বাবে কিৰেণ ৰিজিজু আৰু ছাই (স্প’ৰ্টছ অথ’ৰিটী অৱ ইণ্ডিয়া)ৰ পৰা শুভেচ্ছা লাভ কৰিছে মান্নাই । মান্নাই কয়, ‘খবৰটো লাভ কৰাৰ পাছতে মূৰ ঘূৰি আছে । দেশ-বিদেশৰ কিমান ক্ৰীড়াবিদক অলিম্পিক্সত অংশগ্ৰহণ কৰা দেখিছো । এইবাৰ বিশ্বৰ বৃহত্তম প্ৰতিযোগিতাত মোৰ নামো লিখা থাকিব । শ্ৰেষ্ঠ খেলুৱৈসকলৰ বিৰুদ্ধে যুঁজ দিয়াৰ সুযোগ লাভ কৰিম, এইটো ভাবিয়ে বহুত ভাল অনুভূতি হৈছে ।’

শ্ৰীহৰি নটৰাজ আৰু সজন প্ৰকাশে ইতিমধ্যে ‘এ’ লেবেল অৰ্জন কৰি অলিম্পিক্সৰ অনুমোদন পত্ৰ লাভ কৰিছে । এইবাৰ ভাৰতীয় দলৰ তৃতীয় সদস্য হিচাপে জাপানত যাব আহমেদাবাদৰ এই যুৱতীগৰাকী ।

২০১৯ত ভৰিত আঘাত পোৱাৰ বাবে বহু মাহ ধৰি পানীত নামিব পৰা নাছিল মান্নাই । সাঁতোৰবিদগৰাকীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে উজবেকিস্তান অ’পেন ছুইমিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সকলোকে চমক দিয়ে । বেকষ্ট্ৰ’কত ১.০৪.৪৭ ছেকেণ্ডত এশ মিটাৰ পূৰ্ণ কৰি স্বৰ্ণ পদক জয় কৰে মান্নাই । ইয়াৰ পাছৰ পৰা তেওঁ পাছলৈ উভতি চোৱা নাই ।

মান্না‌ৰ মতে এই আঘাতে তেওঁক মানসিকভাৱে অধিক শক্তিশালী কৰি তুলিছে । তেওঁৰ প্ৰতিক্ৰিয়া, ‘আঘাত পালেও ভাঙি পৰা নাই । সুস্থ হোৱাৰ পাছতে বিগত বৰ্ষত আৰু এইবাৰ তলাবন্ধত নিয়মিত অনুশীলন কৰিছো । ফলত সফলতা লাভ কৰিছো । উজবেকিস্তানত স্বৰ্ণ জয় কৰিও ম‌ই সুখী নহয় । ১.০৪.৪৭ ছেকেণ্ড ভাল । কিন্তু অলিম্পিক্সত পদক জয় কৰিবৰ বাবে গতি বঢ়াব লাগিব ।’

Backstroke swimmer Maana Patel has become the 1st female and 3rd Indian swimmer to qualify for #Tokyo2020. I congratulate Maana, who qualified through Universality Quota. Well done!! pic.twitter.com/LBHup0F7RK

— Kiren Rijiju (मोदी का परिवार) (@KirenRijiju) July 2, 2021

অলিম্পিক্সত অংশগ্ৰহণ কৰাৰ পূৰ্বে ইটালী আৰু ছাৰ্বিয়ৰ প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা কৰিছে মান্নাই । তেওঁ ভাবে ভালদৰেই প্ৰস্তুতি আগবাঢ়িছে । ছাৰ্বিয়াত বেকষ্ট্ৰ’কত ১.০৩ ছেকেণ্ডত এশ মিটাৰ পূৰ্ণ কৰি নিজৰেই ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে মান্নাই । কিন্তু পদক জয় কৰিবৰ বাবে তেওঁৰ লক্ষ্য ১.০২ ছেকেণ্ড ।

https://twitter.com/Media_SAI/status/1410789567595106308?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1410789567595106308%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fsports%2Ftokyo-olympics-2020-maana-patel-becomes-first-indian-female-swimmer-to-qualify-for-tokyo-olympics-dgtl%2Fcid%2F1290393

অৱশেষত তেওঁ কয়, ‘অলিম্পিক্সত ভাল ফলাফল কৰিব বিচাৰো । সেয়ে ১.০২ ছেকেণ্ডত এশ মিটাৰ পূৰ্ণ কৰাই মোৰ লক্ষ্য । তদুপৰি ২০২৩ত কমনৱেলথ গেমছ আৰু এছিয়ান গেমছতো আছেই । তাতেও পদক জয় কৰিব বিচাৰো ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Kiren RijijuMaana PatelSAItokyo olympics
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d