Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সুমেৰুত দেখা গ’ল বিৰল বজ্ৰপাতৰ দৃশ্য

গােলকীয় উষ্ণতাৰ বাবেই এই ঘটনা সংঘটিত হােৱাৰ দাবী বিজ্ঞানীৰ

publisher by publisher
July 19, 2021
in News, Uncategorized
Reading Time: 1 min read
0
সুমেৰুত দেখা গ’ল বিৰল বজ্ৰপাতৰ দৃশ্য
4
SHARES
41
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

আকাশত কলীয়া ডাৱৰ আৰু ঘনাই বিদ্যুতৰ চমকনি। হঠাৎ তীব্র পােহৰৰ জলক আৰু কাণ তাল মৰা বজ্ৰপাতৰ শব্দ। এনে দৃশ্য গ্রীষ্মপ্রধান অঞ্চলৰ বাবে অপৰিচিত নহয়। অথচ সুমেরু অঞ্চলত এই দৃশ্য দেখা পােৱাটো সৌভাগ্যৰ কথা।

ADVERTISEMENT

তাকো আকৌ একেৰাহে তিনিটা বজ্ৰপাতৰ দৃশ্য। এনে বিৰল দৃশ্য প্রত্যক্ষ কৰি পৰিৱেশবিদসকলাে বিস্মিত হৈ পৰিছে। অৱশ্যে তেওঁলােকৰ বাবে গােলকীয় উষ্ণতাই ইয়াৰ বাবে দায়ী।

লগতে পৰিৱেশবিদসকলে দাবী কৰিছে যে যিহেতু পৃথিৱীৰ তাপমাত্রা বাঢ়িয়েই আছে, সেয়ে এই ঘটনা আৰু সুমেরু অঞ্চলত আগন্তুক দিনত বিৰল হৈ নাথাকিব। বিগত সপ্তাহৰ শেষত দেখা গ’ল ছাইবেৰিয়াৰ পৰা উত্তৰৰ আলাস্কা পর্যন্ত পােহৰৰ জিলিকিনি বিয়পাই বিদ্যুতৰ খেলা।

সুমেৰুৰ আকাশত এনে দৃশ্য প্রত্যক্ষ কৰি ইডি প্লাম্ব নামৰ এজন পৰিৱেশবিদে কয়, ‘পৰিৱেশবিদসকলে এনে ঘটনা কেতিয়াও দেখা নাই। ‘আচলতে মেৰু অঞ্চলত বিশেষকৈ যি সময়ত চৌদিশ বৰফে সম্পূৰ্ণৰূপে ঢাকি ৰাখে, সেই সময়ত বিদ্যুৎ সৃষ্টি কৰিব পৰাকৈ তাপ তৈয়াৰ কৰাই কঠিন হৈ পৰে।

সেয়ে এই অঞ্চলৰ আকাশত এনে দৃশ্য দেখা নাযায় বুলিলেও ভুল নহয়। অৱশ্যে বিজ্ঞানীসকলে মন্তব্য কৰিছে যে পৰিস্থিতি এতিয়া দ্রুতগতিৰে সলনি হৈছে। গােলকীয় উষ্ণতাৰ কবলত পৰি যিভাৱে মেৰু অঞ্চলতাে তাপমাত্রা বৃদ্ধি পাইছে, সেই কাৰণেই এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।

পৰিসংখ্যা অনুসৰি, ২০১০ স’তে তুলনা কৰিলে পৰিষ্কাৰভাৱে বুজা যায় যে বিগত এটা দশকত এই অঞ্চলত বজ্রপাত, বিজুলীৰ চমক প্রায় তিনি গুণ বৃদ্ধি পাইছে। সেয়ে একালত যিটো অতি বিৰল আছিল, এতিয়া সি কেৱল বিৰলত পৰিণত হৈছে।

ইয়াৰ পাছত হয়তাে নিয়মিত ঘটনাত পৰিণত হ’ব। সেয়াও কেৱল সময়ৰ অপেক্ষা বুলিয়ে পৰিৱেশবিদসকলে উদ্বিগ্নতাৰে জনাইছে। পৰিৱেশবিদৰ মতে, এই পৰিৱৰ্তনৰ প্ৰভাৱ পৰিছে মেৰু সংলগ্ন অঞ্চলতাে। সম্প্রতি ছাইবেৰিয়াৰ পার্শ্বৱর্তী অঞ্চলৰ জংঘলত দাবানলৰ ঘটনা আগতকৈ বহু পৰিমাণে বাঢ়িছে।

বিগত এটা সপ্তাহতে প্রায় ২০ লাখ একৰ ভূমিত জুই লাগিছিল। অৱশেষত ৰাছিয়াৰ সেনাবাহিনীৰ প্ৰচেষ্টাত সেই জুই নিয়ন্ত্রণলৈ আহে। বিগত জুনত আলাস্কাতাে বজ্ৰপাতৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈছিল তুন্দ্রা অঞ্চলৰ ১৮ হেজাৰ একৰৰাে অধিক ভূমিত।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arctic OceanEd Plumb
publisher

publisher

Related Posts

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক
Assam

ৰাজ্যজুৰি আকস্মিক অভিযানত কমেও ৩৩০ ঠগ-প্ৰৱঞ্চকক আটক

September 6, 2026
গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d