Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

অলিম্পিকৰ ভৰপক অৱস্থাতো জনশূন্য টকিঅ’ৰ পানশালা

publisher by publisher
August 1, 2021
in News, Sports
Reading Time: 1 min read
0
অলিম্পিকৰ ভৰপক অৱস্থাতো জনশূন্য টকিঅ’ৰ পানশালা
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi VisitvJapan: দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ৰেলপথ পালেই ৰেলৰ ৰূপ ধৰিব বাছে

মানৱ অধিকাৰ প্ৰশ্নত চীনত শীতকালীন অলিম্পিক ‘কূটনৈতিক বয়কট’ কৰিব আমেৰিকাই !

নির্জনতা ভালপােৱা মানুহে সচৰাচৰ জনশূন্যহীন প্রাকৃতিক পৰিৱেশত সময় উপভােগ কৰি ভাল পায়। অৱশ্যে জাপানৰ ৰাজধানী টকিঅ’ত এতিয়া তেনে ধৰণৰ একাংশ লােকে নির্জনতা উপভােগৰ বাবে দৌৰিছে পানশালালৈ।

ADVERTISEMENT

সচৰাচৰ পানশালাত হুলস্থুলীয়া পৰিৱেশ থাকে। উচ্চাংগ সংগীত, গ্রাহকৰ উল্লাস আদিৰ বাবেই পানশালাবােৰ পৰিচিত। অথচ অলিম্পিকৰ দৰে ক্রীড়া প্রতিযােগিতাৰ সময়তাে টকিঅ’ৰ পানশালাসমূহত এতিয়া নিমাওমাও পৰিৱেশ। কোনাে দেশত অলিম্পিক আয়ােজিত হলে দেশখনৰ চেহেৰাই সলনি হৈ পৰে।

অথচ ক’ভিড-১৯ পৰিৱেশত টকিঅ’ৰ চেহেৰাটো সম্পূর্ণ পৃথক দেখা গৈছে। চৌদিশ নীৰৱ-নিতাল। এই নিস্তব্ধতাৰ মাজতে চলি আছে অলিম্পিক। টকিঅ’ অলিম্পিকত দর্শক নথকাৰ বাবেই চহৰখনৰ পানশালাসমূহ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে।

বিভিন্ন দেশৰ দৰ্শকে আহি টকিঅ’ত ভিৰ কৰাৰ কথা আছিল। অৱশ্যে ক’ভিড পৰিস্থিতিৰ বাবে সেয়াও নহ’ল। দেশ-বিদেশৰ দর্শকৰ বাবেই টকিঅ’ৰ পানশালাসমূহ বিশেষ ৰূপত সজাইছিল।

কিন্তু ক’ভিডৰ বাবে বিদেশী দর্শকক নিষিদ্ধ কৰা হয়। স্থানীয় লােকে ইচ্ছা কৰিলে পানশালালৈ আহিব পাৰে, যদিও তেওঁলােকৰাে পানশালাৰ পৰিৱেশত মন নভৰিব। কিয়নাে চিঞৰ-বাখৰ কৰা বা গান-বাজনাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিততে অলিম্পিক আৰম্ভ হােৱাৰ এসপ্তাহৰ পাছতাে সকলাে পানশালাই নীৰৱ-নিতাল হৈ আছে। পানশালাৰ চীয়েৰলিডাৰসকলেও নিয়ম অনুসৰি নৃত্য অব্যাহত ৰাখিছে যদিও সংগীত নাই। চহৰখনৰ এখন পানশালাৰ স্বত্ত্বাধিকাৰীয়ে কয়, “আমাৰ ব্যৱসায় অব্যাহত ৰাখিব পাৰিম নে নাই মই নাজানাে।

অৱশ্যে আমি আৰু পৰিশ্ৰম কৰিব লাগিব। কাৰণ আমি এটা বেয়া পৰিস্থিতিৰ মাজেৰে অতিবাহিত কৰিছাে। উল্লেখ্য যে এই পানশালাসমূহত বহি সুৰাৰ গিলাচত চুমুক দি অলিম্পিক খেল উপভােগ কৰাৰ সুযােগ আছে। কিন্তু কোনাে ধৰণৰ শব্দ কৰিব নােৱাৰিব, কোনাে ধৰণৰ উল্লাস প্রদর্শন কৰিব নােৱাৰিব।

অতি নিঃশব্দে বহি খেল চাব পাৰিব। যাৰ বাবে অলিম্পিক চাবলৈকো স্থানীয় মানুহে পানশালালৈ অহা নাই। অৱশ্যে এনে লােকো আছে যি পানশালাৰ এই নিস্তব্ধতাক উপভােগাে কৰিছে। এই প্রসংগত ২৭ বছৰীয়া দাইচিয়ে কয়, ‘মই ইয়ালৈ আহি অলিম্পিক চাইছাে।

এই মুহূর্তত পৰিস্থিতি একেবাৰে ভাল নহয়। সেয়ে বেছি মানুহ এই পানশালাসমূহলৈ অহা নাই। সেইবাবেই মােৰ বৰ ভাল লাগিছে। এনে লাগিছে যেন সকলােবােৰেই মােৰ নিজৰ।এনেয়েও যেতিয়া সপ্তাহৰ মাজভাগত ভিৰ কম থাকে, তেতিয়াও মই ইয়ালৈ আহাে।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: OlympicTokyo
publisher

publisher

Related Posts

Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান
Assam

September 9, 2026
Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক
Assam

Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

September 9, 2026
স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী
India

স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

September 9, 2026
অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d