Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

বিপিএফ-ইউপিপিএলৰ ভূমি বেদখল কেন্দ্ৰিক বিবাদ চিৰাঙৰ ৰুনিখাতাত

publisher by publisher
August 3, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

Resignation from uppl:ইউপিপিএলৰ বিধায়ক ভূপেন বড়োৰ পদত্যাগ

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা বজাৰত ভূমি বেদখল কৰাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

ADVERTISEMENT

বিপিএফ দলে নিজৰ ভূমি বুলি দাবী কৰি আঁৰি দিয়া ছাইনবোৰ্ড, ৰাজহুৱা সম্পত্তি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰি বলপূৰ্বক আঁতৰাই দিলে ইউপিপিএল দলৰ সমৰ্থকসকলে ।

এই ঘটনাক কেন্দ্ৰ কৰি ৰুণীখাতা এলেকাত চেপা উত্তেজনা বিৰাজ কৰিছে ।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা বজাৰত দীৰ্ঘদিনৰ পৰা পৰিত্যক্ত হৈ থকা বিএচএনএলৰ অফিচ চৌহদত কালি নিশা বিপিএফ দলৰ চিৰাং দুৱাৰ ব্লক কাৰ্য্যালয়ৰ চাইনবোৰ্ড আঁৰি দিয়ে ।

আজি পুৱাৰ ভাগত ইউপিপিএল দলৰ শতাধিক সমৰ্থক তথা ৰাইজ বিপিএফ দলৰ একাংশ নেতা কৰ্মীয়ে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি ওলাই আহে ।

ৰাজহুৱা সম্পতি বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰি ক্ষুদ্ধ ৰাইজে আৰক্ষীৰ সন্মুখতে প্ৰবেশদ্বাৰৰ তলা ভাঙি প্ৰবেশ কৰি বিপিএফ দলৰ চাইনবোৰ্ড আঁতৰাই দি নতুনকৈ আঁৰি দিয়ে ৰুণীখাতা পোষ্ট অফিচৰ ব্যানাৰ ।

আজিৰ এই সমগ্ৰ ঘটনাক বিপিএফ দলৰ পৰা এক সংবাদমেলৰ আয়োজন কৰি কয়, ‘যিটো ভূমি লৈ বিতৰ্কৰ সূত্ৰপাত হৈছে সেয়া আমি বেদখল কৰা নাই বৰঞ্চ ৰাইজৰ নাম লৈ আজি বিটিচিৰ শাসকীয় ইউপিপিএল দলে এবছুৰ সহযোগত আমাৰ ভূমি বেদখল কৰিছে ।’ কাৰণ এই ভূমিডোখৰ ২০১৯তে তদানীন্তন বিটিচি চৰকাৰে চিৰাং দুৱাৰ ব্ল’ক বিপিএফ দলৰ কাৰ্য্যালয়ৰ বাবে আবন্টন দিছিলে বুলি প্ৰকাশ কৰে । সেই বিতৰ্কিত ভূমি ডোখৰ বিপিএফ দলৰ বুলি দাবী কৰি তাৰ বৈধ নথিপত্ৰ সংবাদ মাধ্যমৰ আগত প্ৰদৰ্শন কৰে । আগত সময়ত ইউপিপিএল দলে যদি এই বেদখল মুক্ত নকৰে তেনেহ’লে বাধ্য হৈ আইনৰ দাৰস্থ হ’ব বুলি সকিয়নি প্ৰদান কৰে ।

ইপিনে ৰাতিপুৱাৰ ভাগত ইউপিপিএল দলৰ যি গৰাকী নেতাই বিপিএফ দলে ৰাজহুৱা সম্পতি বেদখল কৰা বুলি সংবাদ মাধ্যমৰ অভিযোগ উত্থাপন কৰি বেদখল মুক্ত কৰিছিল, পৰৱৰ্তী সময়ত বিপিএফ দলৰ সংবাদ মেলৰ অন্তত তেখেতক পুণৰ প্ৰশ্ন কৰা হয় আপোনালোকে অভিযোগ উত্থাপন কৰিছে যে ভূমি বিপিএফ দলে অবৈধ ভাৱে বেদখল কৰিছে কিন্তু বিপিএফ দলৰ পৰা সংবাদ মেলত উক্ত ভূমি ঠোখৰ বৈধ নথিপত্ৰ প্ৰদৰ্শন কৰিছে এই সন্দৰ্ভত এতিয়া আপোনাৰ মন্তব্য কি প্ৰশ্ন কৰাত কয় যে
উক্ত চৰকাৰী ভূমিডোখৰত ২০০৫ত জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা BSNL টাৱাৰ স্থাপনৰ বাবে অনুমতি প্ৰদান কৰিছিল পৰৱৰ্তী সময়ত বিভিন্ন কাৰণত BSNL কৰ্তৃপক্ষই সকলো সা-সামগ্ৰী খুলি লৈ গুচি যায় যদিও ভূমিডোখৰ তেনেকৈ পৰি আছিল । কিন্তু তদানীন্তন বিটিচিৰ শাসকীয় দল হিচাপে বিপিএফে ক্ষমতাৰ অপব্যৱহাৰ কৰি এই ৰাজহুৱা ভূমি তেওঁলোকৰ নামত আবন্টিত কৰি লৈছে । কিন্তু চিদলী ৰাজহচক্ৰ বিষয়া কাৰ্য্যালয়ৰ মেপত বিপিএফ দলৰ নামত আবন্টিত হোৱাৰ কোনো তথ্য নাই বুলি দাবী কৰে ।

মুঠতে চিৰাঙৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা বজাৰত এডোখৰ ভূমিক কেন্দ্ৰ কৰি বিপিএফ আৰু ইউপিপিএল দল সন্মুখ সমৰত লিপ্ত হোৱা পৰিলক্ষিত হৈছে ।

দুয়ো পক্ষই ইতিমধ্যে ৰুণীখাতা থানাত পৃথকে পৃথকে গোচৰ ৰুজু কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BPFUPPL
publisher

publisher

Related Posts

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d