Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    ১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

    অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে

    অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী

    শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সংবাদমেল মাধ্যমেৰে কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ কাৰ্বি ছাত্র সন্থাৰ

publisher by publisher
August 9, 2021
in Assam, India, News
Reading Time: 1 min read
0
সংবাদমেল মাধ্যমেৰে কাৰ্বি আংলঙৰ এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ কাৰ্বি ছাত্র সন্থাৰ
4
SHARES
43
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

অসম-মেঘালয়ৰ মাজত চলি থকা সীমা বিবাদৰ সংঘাতৰ মাজতে আজি সংবাদমেল অনুষ্ঠিত কৰি কাৰ্বি আংলঙৰ এক অংশ অথবা এক ইঞ্চি মাটিও মেঘালয়ক নিদিয়াৰ হুংকাৰ প্ৰদান কৰে কাৰ্বি ছাত্র সন্থাই। উল্লেখযোগ্য যে কাৰ্বি ছাত্ৰ সন্থাৰ থাংছিং তিমুং গোটৰ হামৰেণ ৰিজিনেল কমিটিৰ উদ্যোগত খেৰণিস্থিত কৃষি বিভাগৰ অতিথিশালাত অনুষ্ঠিত হয় এখন সংবাদমেল।

ADVERTISEMENT

অসম-মেঘালয় চৰকাৰে আলোচনাৰ মাজেৰে গ্ৰহণ কৰিব বিচৰা “দিয়া আৰু লোৱা নীতিক” কোনো প্ৰকাৰে মানি নলয় আৰু সমৰ্থন নকৰে বুলি সংবাদমেলত উল্লেখ কৰে হামৰেণ ৰিজিনেল সমিতিৰ সভাপতি বাবুল টকবিয়ে। প্ৰয়োজন অনুসৰি কাৰ্বি ছাত্ৰ সন্থাই জংগী আন্দোল গঢ়ি তোলা অথবা প্রদিবাদ সাব্যস্ত কৰাৰ বাবে সদায় সাজু আছে বুলি অসম চৰকাৰৰ লগতে কাৰ্বি পৰিষদৰ চৰকাৰক হুংকাৰ দিয়ে।

সমান্তৰালকৈ গোৰ্খা ছাত্ৰ সন্থা আৰু স্থানীয় লোকেও এই ক্ষেত্ৰত পূৰ্ণ সহযোগিতা আগবঢ়াই যাব বুলি প্ৰকাশ কৰে টকবিয়ে। শেহতীয়াকৈ “দিয়া আৰু লোৱা নীতি”ৰ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত বাবুল টকবিয়ে কাৰ্বি আংলঙৰ ২১ খন গাওঁ অন্তৰ্ভুক্ত হৈ থকা ব্লক এক আৰু ব্লক দুইৰ ভূমি মেঘালয়ৰ হাতত গতাই দি মেঘালয়ৰ অধীনত থকা গুহাটীৰ খানাপাৰা আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল অসমৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰি লোৱাৰ বাবে দুয়োখন ৰাজ্যই এক কৌশলগত অভিসন্ধি ৰচনা কৰাৰ খৱৰ আৰু কিছু তথ্য লাভ কৰিছে বুলি প্ৰকাশ কৰে সভাপতিগৰাকীয়ে।

উল্লেখ্য যে ইপিনে পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত অসমৰ ভুমিত মেঘালয়ৰ আগ্ৰাসন আৰু সংঘাত আজিও অব্যাহত আছে। আনকি ভয়-শংকাৰে দিন আৰু নিশা পাৰ কৰিবলগীয়া হৈছে সীমান্তবাসী ৰাইজে। জিলাখনৰ অসম-মেঘালয় সীমান্তৰ দুৰ্গম চাবুদা অঞ্চলত যোৱা শনিবাৰে মেঘালয়ৰ একাংশ দল সংগঠন আৰু আৰক্ষীয়ে বলপুৰ্বক অসমৰ ভুমিত প্ৰবেশ কৰিব বিচৰাক কেন্দ্ৰ কৰি পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ সৈতে বাক-বিতন্ডাত লিপ্ত হোৱাৰ লগতে অঞ্চলটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷

সীমান্তৰ কাৰ্বি ভূমিত থকা চাবুদা অঞ্চলৰ জাতালুং নামৰ গাঁওখনত যোৱা শনিবাৰে পশ্চিম কাৰ্বি আংলং আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বলিন দেউৰীৰ নেতৃত্বত অসম আৰক্ষী আৰু সীমান্তৱৰ্তী মেঘালয়ৰ ৰিভয় জিলাৰ আৰক্ষীৰ মাজত অনুষ্ঠিত হ’বলগীয়া এক সৌহাৰ্দ্যমূলক আলোচনাৰ বাবে অসম আৰক্ষী ৰৈ থকা অৱস্থাত মেঘালয়ৰ ৰিভয় জিলাৰ পৰা খাচী ছাত্ৰ সন্থা আৰু ৰিভয় জিলা ইয়ুথ ফেডাৰেশ্যনৰ প্ৰায় দুই শতাধিক সদস্যই জাতালুং নামৰ গাঁওখনত প্ৰবেশ কৰি সীমান্তৰ পৰা কাৰ্বি ভুমিৰ কেইবা কিলোমিটাৰ ভিতৰত থকা উমাত নামৰ গাঁওখনত প্ৰৱেশ কৰিব বিচাৰে ৷

কিন্তু তাত ৰৈ থকা অসম আৰক্ষীয়ে দলটোক প্ৰবেশ কৰাত বাধা প্ৰদান কৰাক লৈ দুয়ো পক্ষৰ মাজত বাক বিতন্ডা হোৱাৰ লগতে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । কিছু সময়ৰ পিছত ঘটনাস্থলীত আহি উপস্থিত হয় মেঘালয় আৰক্ষীৰ এটা দল আৰু আৰক্ষীৰ দলটোৱেও দল সংগঠনৰ প্ৰতিনিধি সকলক উমাত নামৰ গাওখনত প্ৰবেশ কৰিব নিদিয়াক লৈ অসম আৰক্ষীৰ দলটোৰ সৈতে সংঘাতত লিপ্ত হয়।শেষত বলিন দেউৰীয়ে দলটোক উমাতৰ শ্মশানলৈ যাবলৈ দি পৰিস্থিতি নিয়ন্ত্ৰনত আনিবলৈ সক্ষম হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KSA
publisher

publisher

Related Posts

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!
International

কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

October 3, 2026
বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা
Assam

বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

October 3, 2026
দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি
India

দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

October 3, 2026
১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘
Assam

১০১ বছৰীয়া শিক্ষক গোবিন্দ দেৱ গোস্বামীক ৰাজ্যপালৰ ‘বৰিষ্ঠ নাগৰিক সন্মান ‘

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d