Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

তালিবানলৈ মুকলি সহযোগিতাৰ বাৰ্তা দিলে ৰঙা চীনে

publisher by publisher
August 18, 2021
in News
Reading Time: 1 min read
0
তালিবানলৈ মুকলি সহযোগিতাৰ বাৰ্তা দিলে ৰঙা চীনে
4
SHARES
40
VIEWS
ShareShareShareShare

আফগানিস্তানৰ ভূমিৰ পৰা আমেৰিকা আঁতৰি যোৱাৰ লগে লগে তালিবানৰ স’তে সহযোগিতাৰ বাবে আগ্ৰহী হৈছে চীন । খৰখেদাকৈ সেনা প্ৰত্যাহাৰ কৰা আমেৰিকাই আফগানিস্তানত ভয়াৱহ বিশৃংখলতা এৰি থৈ যোৱা বুলি চীনে অভিযোগ কৰিছে । বিগত ২০ বছৰে মাৰ্কিন নেতৃত্বাধীন সামৰিক অভিযান তথা হস্তক্ষেপৰ পাছত খৰখেদাকৈ আঁতৰি যোৱাৰ বাবে বিশ্বৰ দ্বাৰা সমালোচিত হোৱাৰ পাছত যোৱা ৰাষ্ট্ৰপতি জ’ বাইডেনে এই ক্ষেত্ৰত স্পষ্টীকৰণ দিয়ে । আত্মপক্ষ সমৰ্থন কৰি বাইডেনে আফগান বাহিনীক দোষাৰোপ কৰি কয় যে তেওঁলোকে তালিবানৰে যুঁজৰ বাবে ইচ্ছুক নাছিল ।

ADVERTISEMENT

অৱশ্যে আমেৰিকাৰ এই ভাষ্য মানি লোৱা নাই চীনে । প্ৰত্যুত্তৰত চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ হুৱা চুনীয়াঙে কয় যে ৱাশ্বিংটনে আফগানিস্তানত ‘অস্থিৰতা, বিভাজন আৰু ভংগুৰ পৰিয়লৰ এক ভয়ংকৰ বিশৃংখলতা’ এৰি থৈ গৈছে । নিয়মীয়া সংবাদমেলত বৈদেশিক মন্ত্ৰণালয়ৰ মহিলা বিষয়াগৰাকীয়ে কয়, ‘আমেৰিকাৰ শক্তি আৰু ভূমিকা হৈছে ধ্বংসাত্মক, গঠনমূলক নহয় ।’

RelatedPosts

AI Fashion show: PM Modi, Joe Biden, Elon Musk, Donald Trump, Vladimir Putin walk the Fake Fashion show Ramp:গেটছৰ পৰা মোদীলৈকে বিশ্বৰ শীর্ষ নেতাৰ এআই ফেশ্বন শ্ব’ পাতিলে মাস্কে

Joe Biden : চলিত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে

Donald Trump : ডনাল্ড ট্ৰাম্প পুনৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হ’বলৈ সাজু !

উল্লেখ্য যে আফগানিস্তানৰ স’তে চীনৰ ৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্ত আছে । বিগত ২৫ বছৰত তালিবান সন্দৰ্ভত চীনৰ স্থিতি সলনি হৈছে । ১৯৯৬ত যেতিয়া তালিবানে আফগানিস্তান দখল কৰিছিল তেতিয়া তালিবান চৰকাৰক চীনে স্বীকৃতি দিয়া নাছিল । অথচ এইবাৰ দ্বিতীয়বাৰৰ বাবে আফগানিস্তানত তালিবানৰ শাসন প্ৰতিষ্ঠা কৰাৰ পাছত প্ৰথমতেই স্বীকৃতি দিয়া ৰাষ্ট্ৰখন হৈছে চীন ।

চীনৰ এই স্থিতি সলনিৰ কাৰণ হিচাপে তিনিটা বিষয় চৰ্চিত হৈছে । ১৯৯৬ত বিশ্বৰ শক্তিধৰ দেশৰ ভিতৰত চীনে স্থান দখল কৰিব পৰা নাছিল । সম্প্ৰতি আমেৰিকাৰ পাছতে বিশ্বৰ দ্বিতীয়খন শক্তিশালী দেশৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চীন সক্ষম হৈছে । এই সময়ত তালিবান চৰকাৰক চীনৰ সমৰ্থনৰ প্ৰেক্ষাপট ভিন্ন বুলি কোৱা হৈছে । সম্প্ৰতি অৰ্থনৈতিক দিশৰ পৰাও অন্যতম শক্তিশালী দেশৰূপে চীন পৰিগণিত হৈছে ।

এই মুহূৰ্তত চীনৰ অৰ্থনীতি ১৪ লাখ ৭০ হেজাৰ কোটি ডলাৰ, ১৯৯৬ৰ তুলনাত ১৭ গুণ অধিক । সম্প্ৰতি চীনে এছিয়া মহাদেশৰ বৃহৎ অঞ্চলত ব্যৱসায়ৰ সম্প্ৰসাৰণ বিচাৰিছে । আফগানিস্তানত ইমানদিনে চীনে বিশেষ প্ৰভাৱ পেলাব পৰা নাছিল । অথচ আফগানিস্তানৰ দখলৰ পূৰ্বে তালিবান নেতাসকলে চীনলৈ গৈ বৈদেশিক মন্ত্ৰী ৱাং ইক সাক্ষাৎ কৰে ।

সূত্ৰত প্ৰকাশ যে চুবুৰীয়া আফগানিস্তানে চীনৰ স্পৰ্শকাতৰ সীমান্ত অঞ্চলৰ জিনজিয়াং প্ৰদেশৰ বিচ্ছিন্নতাবাদী সংখ্যালঘু উইঘূৰ সম্প্ৰদায়ক আশ্ৰয় দিব বুলি বেইজিং শংকিত হৈ আছিল । ৱাং ইৰ স’তে হোৱা তালিবানৰ শীৰ্ষ পৰ্যায়ৰ নেতৃত্বৰ বৈঠকত বিগত মাহত আফগানিস্তানক সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থলী হ’বলৈ নিদিয়ে বুলি তালিবান নেতৃত্ব‌ই আশ্বাস দিয়ে । এই বৈঠক সম্পন্ন হৈছিল চীনৰ টিয়ানজিনত । ইয়াৰ বিনিময়ত চীনে আফগানিস্তান পুনৰ গঠনৰ বাবে অৰ্থনৈতিক সহায়ৰ বিনিয়োগৰ প্ৰস্তাৱ দিছিল ।

চৰ্চা অনুসৰি তালিবানৰ এই আক্ৰমণৰ আঁৰত চীনৰ প্ৰত্যক্ষ সহযোগ আছে । বাণিজ্য বিস্তাৰ কৰাৰ বাবে এতিয়া বহু বেছি সুযোগ চীনে লাভ কৰিব বুলি ধাৰণা কৰা হৈছে । আনহাতে, আমেৰিকাৰ স’তে থকা শত্ৰুতাৰ বাবে ২০ বছৰ ধৰি আফগানিস্তানত মাৰ্কিন প্ৰভাৱ চীনৰ বাবে গ্ৰহণযোগ্য নাছিল । সেয়েহে আমেৰিকা আঁতৰি যোৱাৰ লগে লগে তালিবানৰ আগ্ৰাসনক আনুষ্ঠানিক স্বীকৃতি দিয়ে ।

চীনৰ মুখপাত্ৰ হুৱাই কয় যে তালিবান নিয়ন্ত্ৰণাধীন আফগানিস্তানৰ স’তে বন্ধুত্ব আৰু সহযোগিতাৰ সম্পৰ্ক আগুৱাই নিবলৈ সাজু চীন । আজি তেওঁ নতুন আফগান শাসকগোষ্ঠীক আন্তৰ্জাতিক বাহিনীৰ স’তে সম্পূৰ্ণ সম্পৰ্ক ভংগৰ বাবে আহ্বান জনোৱাৰ লগতে আফগানিস্তান যাতে পুনৰ সন্ত্ৰাসবাদীৰ মিলনথলী হ’ব নোৱাৰে সেয়া ৰোধ কৰিবলৈ লগতে আহ্বান জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Hua ChunyingJoe BidenWang Yi
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d